Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আমেৰিকাত উদ্ধাৰ শতাব্দীপ্রাচীন ‘টাইম কেপচুল’

publisher by publisher
January 4, 2022
in International, News
Reading Time: 1 min read
0
আমেৰিকাত উদ্ধাৰ শতাব্দীপ্রাচীন ‘টাইম কেপচুল’
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

মধ্যমীয়া আকাৰৰ এটা চাৰি চুকীয়া তামৰ বাকচ, যাৰ বয়স কমেও ১৩০ বছৰ। সেই বাকচটোক কেন্দ্ৰ কৰিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আমেৰিকাৰ ভার্জিনিয়া প্রদেশত।

ADVERTISEMENT

ভার্জিনিয়া প্রদেশৰ গৱৰ্ণৰ ৰা নর্থহেমে দাবী কৰিছে যে সেই তামৰ বাকচো কোনাে সাধাৰণ বস্তু নহয়, বৰঞ্চ সেইটো আচলতে এটা ‘টাইম কেপচুল’। সেই বাকচৰ ভিতৰত কি আছে, সেয়া অৱশ্যে এই পর্যন্ত জানিব পৰা হােৱা নাই।

গৱৰ্ণৰ নর্থহেমে জনাইছে যে কিছু দিনৰ পাছত সংৰক্ষণবিদসকলে সেই বাকচটো খুলিব। তাৰ পাছতহে ইয়াৰ ৰহস্যভেদ হ’ব। জনা যাব কি কি প্রাচীন বস্তু আছে সেই ‘টাইম কেপচুল’ৰ ভিতৰত।

‘টাইম কেপচুল’ হৈছে এনে এবিধ বাকচ, যিটো ইচ্ছাকৃতভাৱেই মাটিৰ গভীৰত পুতি ৰখা হয়। তাৰ ভিতৰত থাকে এনে কিছুমান বস্তু, যাৰ প্রত্নতাত্ত্বিক গুৰুত্ব আছে।

যাতে কোনাে পৰৱর্তী প্রজন্মই সেই বাকচটো উদ্ধাৰ কৰিলে তৎকালীন ইতিহাস আৰু মানৱ সভ্যতা সম্পর্কে আধুনিক যুগৰ মানুহে কিছু এক ধাৰণা কৰিব পাৰে। ভার্জিনিয়া প্রদেশৰ ৰাজধানী ৰিচমণ্ডত থকা এজন কনফেডাৰেট জেনেৰেলৰ প্রতিমূর্তিৰ তলৰ অংশ খান্দি থকা অৱস্থাতে এই বাকচটো উদ্ধাৰ হয়।

মূর্তিৰ তলৰ পৰা ‘টাইম কেপচুল’টো উদ্ধাৰ কৰা হয়। উল্লেখ্য যে শ্বেতাংগ আৰক্ষী বিষয়া এজনৰ অত্যাচাৰত কৃষ্ণাংগ যুৱক জর্জ ফ্লয়েডৰ মৃত্যুৰ পাছৰে পৰা আমেৰিকাত আৰম্ভ হৈছিল বর্ণবিদ্বেষ-বিৰােধী আন্দোলন ‘ব্লেক লাইভছ মেটাৰ’।

তেতিয়াই দাসপ্রথা আৰু বর্ণবিদ্বেষৰ প্রতীকস্বৰূপ সেই কালৰ কনফেডাৰেট জেনেৰেলসমূহৰ মূৰ্তিবােৰ ভাঙি পেলোৱাৰ দাবী উঠিছিল। ইয়াৰ পাছৰ পৰাই আমেৰিকাৰ বিভিন্ন প্রদেশত থকা এই ধৰণৰ মূর্তিসমূহ ভাঙি পেলােৱাৰ সিদ্ধান্ত লৈছিল প্রদেশসমূহৰ প্রশাসনে ইয়াৰ ভিত্তিতেই বিগত কিছুদিন ধৰি ৰিচমণ্ডত থকা এটা মূর্তি ভাঙি থকা হৈছিল।

তেতিয়াই মূর্তিৰ তলৰ অংশৰ পৰা ‘টাইম কেপচুল’টো উদ্ধাৰ হােৱাত স্বাভাৱিকতে উৎসাহী হৈ পৰা নর্থহেমে বাকচটোৰ একাংশ ফটো টুইট কৰি লিখিছে, তেওঁলােকে এইটো বিচাৰি পাইছে।

ধাৰণা হৈছে, এইটোৱেই সেই ‘টাইম কেপচুল’ যিটো ইমানদিনে বিচাৰি থকা হৈছিল। অৱশ্যে এইটোৱেই প্রথম নহয়। ভার্জিনিয়াত যােৱা সপ্তাহতাে মাটিৰ গভীৰত আন এটা ‘টাইম কেপচুল’ৰ সন্ধান পােৱা গৈছিল।

আনহাতে, ১৮৮৭ত প্রকাশিত এখন কাকতৰ প্রতিবেদনৰ মাধ্যমেৰে জনা গৈছে যে কনফেডাৰেট জেনেৰেল ৰবাৰ্ট ই লীৰ মূৰ্তিৰ তলত ঠিক এই ধৰণৰ এটা বাকচ আছিল।

১৮৬১- ৬৫ৰ গৃহযুদ্ধৰ সময়ত উত্তৰ ভার্জিনিয়া সেনাৰ কমাণ্ডাৰ আছিল জেনেৰেল লী। তেওঁৰ মূৰ্তিৰ তলত থকা বাকচত ৰখা হৈছিল সেই সময়ৰ মুদ্রা, কিছু বুটাম, কার্তুজ আৰু গুলিবিদ্ধ আমেৰিকান ৰাষ্ট্রপতি আব্রাহাম লিংকনৰ কফিনত শুৱাই ৰখা এখন দুষ্প্রাপ্য চিত্র।

যােৱা ছেপ্টেম্বৰত লীৰ প্ৰতিমূৰ্তিটো ভাঙি পেলােৱা হয়। অৱশ্যে তেওঁৰ মূৰ্তিৰ তলৰ পৰা কোনাে ‘টাইম কেপচুল’ উদ্ধাৰ হােৱা নাছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaTime Capsule
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d