Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ ধাৰাটো হেৰাই যাব দিব নালাগে : মন্ত্ৰী, সাহিত্যিক উৰ্খাও গৌৰা

publisher by publisher
January 22, 2022
in Assam, India, News
Reading Time: 1 min read
0
ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ ধাৰাটো হেৰাই যাব দিব নালাগে : মন্ত্ৰী, সাহিত্যিক উৰ্খাও গৌৰা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Minister Bimal Bora:ৰাজ্যত নতুন উদ্যোগ স্হাপনৰ বাবে উদ্যোগ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এম্পাৱাৰ্ড কমিটিৰ সভা

Silpi Pension :ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা

THAILAND : উদ্যোগ মন্ত্রী বিমল বড়াক সাক্ষাৎ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ

“নাটক এটা সময়ত কলা আছিল নে নাই ম‌ই নাজানো । নাটক কিন্তু এটা সময়ত সমাজত সচেতনতা আনিবৰ বাবে এটা পথ আছিল । সেই পথ অৱলম্বন কৰাৰ বাবে সমাজত সচেতনতা আৰু জাগৰণ আনিবৰ বাবে নাটকক ব্যৱহাৰ কৰা হৈছিল । আজি নাটক এটা কলাত পৰিণত হ’ল । আধুনিক কলা । নাটক এনেকুৱা এটা সুন্দৰ সৃষ্টি যে, সৃষ্টিৰ মাজত ইয়াক এটা সময়ত মানুহে সংস্কৃতি আৰু সাহিত্য বুলি ক’লে আমি নাটককে জানিছিলো । আজি নাটক নাট্য হৈ গৈছে আৰু লাহে লাহে ইয়াৰ চৰ্চা কমি গৈছে । কিন্তু সমাজৰ পৰা নাটকক হেৰাই যাব দিব নালাগে । তেনেদৰে সাহিত্য-সাংস্কৃতিক সমন্বয়ৰ ধাৰাটোও সমাজৰ পৰা হেৰাই যাব দিব নালাগে । সমাজত বসবাস কৰা ভিন্ন জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিক ঐক্যবদ্ধভাৱে সমন্বয়ৰ ধাৰাটো আগুৱাই নিব লাগে ।”, এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী তথা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক উৰ্খাও গৌৰা ব্ৰহ্ম‌ই কালি নিশাৰ ভাগত সৰুপেটাত সামৰণি পৰা “মঞ্চ সৰুপেটা”ৰ ৰূপালী জয়ন্তী উৎসৱ আৰু ৰাষ্ট্ৰীয় নাট সমাৰোহত সন্ধিয়া স্মৰণিকা উন্মোচন কৰি দিয়া ভাষণত ।

ADVERTISEMENT

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই তেওঁৰ ভাষণত পুনৰ কয়, “মঞ্চ সৰুপেটা”ৰ নিচিনা এটা সংগঠনে অকল নাট্যচৰ্চা কৰায়েই নহয়, নাট্য সংস্কৃতিটো জীয়াই ৰখাৰ বাবে অলেখ অৱদান আগবঢ়াইছে । “মঞ্চ সৰুপেটা”ৰ সৱল কাৰ্যক্ৰমণিকা ৰূপায়নৰ বাবে ৰাইজৰ প্ৰেম ভালপোৱা সদায় পাই থাকিব ।” “মঞ্চ সৰুপেটা”ই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰি আজি ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্য এক গৌৰৱ বুলিও অভিহিত কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে স্বৰচিত অসমীয়া কবিতা পাঠ কৰি “অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি মোৰ প্ৰেম আৰু ভালপোৱা আছে” বুলিও গৌৰৱেৰে কয় ।

অনুষ্ঠানত সন্মানীয় অতিথিৰ ভাষণত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই কয়, “নাটক কেৱল মনোৰঞ্জনেই নহয়, ই এক সাহিত্যকৃতি । নাটক এক পৰিবেশ্য কলা । সকলোতকৈ উত্তম কলা । এখন শক্তিশালী সমাজ নিৰ্মাণত নিজৰ মাজত থকা সৰু-সুৰা মতানৈক্য পৰিহাৰ কৰি সমন্বয়ৰ বাবে আটাইতকৈ শক্তিশালী আৰু নিশ্চিত ভূমিকা গ্ৰহণ কৰিব পাৰে নাটক আৰু সংস্কৃতিয়ে ।”

লগতে প্ৰয়াত ধৰণীধৰ চৌধুৰী আৰু কুলধৰ ডেকা সোঁৱৰণী নাট্য সন্ধিয়া উদ্ধোধন কৰি দিয়া ভাষণত অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, “বিশ্বত যদি প্ৰথম নাটক সৃষ্টি কৰিছিল সেয়া হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে । সেই নাটকৰ ধাৰাই অব্যাহত ৰখাৰ বাবে অসমৰ দল-সংগঠনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । গতিকে শ্ৰীমন্ত শংকৰদেৱৰ সুন্দৰৰ নাট্য সংস্কৃতি বৃহত্তৰ অসমৰ লগতে বিশ্বৰ বুকুত জীয়াই ৰাখিব লাগিব ।” ভাষণ প্ৰসংগত মন্ত্ৰী দাসে নাটকৰ মঞ্চত অভিনয় কৰা শিল্পীসকলৰ উপৰিও নেপথ্যত থকা শিল্পীসকলৰ কৰ্মৰাজিৰ বিশেষভাৱে স্মৰণীয় বুলিও উল্লেখ কৰে ।

যুৱ আবৃত্তিকাৰ কীৰ্তিকা মেধিয়ে আত ধৰা স্মৰণিকা উন্মোচন আৰু নাট্য সন্ধিয়া উদ্বোধনী অনুষ্ঠানত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাস, সৰুপেটা হাইস্কুলৰ শিক্ষয়িত্ৰী চয়নিকা ডেকা মজুমদাৰেও ভাষণ দিয়াৰ উপৰিও বড়ো কছাৰী স্বায়ত্বশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়ো, শালবাৰী সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস, বিশিষ্ট সমাজকৰ্মী-প্ৰকৃতিপ্ৰেমী নগেন চৌধুৰীয়েও অতিথিৰূপে উপস্থিত থাকে।

ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ডা: ৰঞ্জন কুমাৰ মহন্তই । বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত পৰিৱেশন কৰে চন্দন কুমাৰ দাস আৰু বিপুল দাসে । ইয়াৰ পাছতেই “মঞ্চ সৰুপেটা”ৰ শিল্পীয়ে নাট্যকাৰ ৰণহাং চৌধুৰী ৰচিত আৰু পৰিচালিত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পূৰ্ণাংগ নাট “প্ৰফেছাৰ কেল্‌ফাছ ফেক্টৰী” সফলতাৰে মঞ্চস্থ কৰে । কালি দিনৰ ভাগত অনুষ্ঠিত বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত বৰপেটা জিলা, সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰ, সৰুপেটাৰ আৰ্যভট্ট একাডেমিৰ ৰেক্টৰ কিশোৰ কুমাৰ চৌধুৰী আৰু দক্ষিণ বিজনী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ নৱ কুমাৰ দাসে অতিথিৰূপে বক্তৃতা প্ৰদান কৰে‌ ।

উল্লেখ্য যে সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগনত শ্ৰীমন্ত শংকৰদেৱ নাট্য ক্ষেত্ৰত ছয়দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত “মঞ্চ সৰুপেটা”ৰ ৰূপালী জয়ন্তী উৎসৱ আৰু ৰাষ্ট্ৰীয় নাট সমাৰোহত অসম আগশাৰীৰ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্য দলে নাট মঞ্চস্থ কৰাৰ লগতে মধ্য প্ৰদেশ আৰু পশ্চিমবংগৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্য দলে চমকপ্ৰদ অভিনয় আৰু কলা কৌশলেৰে নাট মঞ্চস্থ কৰে । তদুপৰি ১৬ জানুৱাৰীৰ পৰা ছয়দিনীয়া ৰূপালী জয়ন্তী উৎসৱ আৰু ৰাষ্ট্ৰীয় নাট সমাৰোহত অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bimal BoraRanjeet Kumar Dassurkhao gwra brahma
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d