Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোকৰাঝাৰ বঙ্গ সীমান্তত ব্ৰইলাৰ কুকুৰাৰ ছিণ্ডিকেটৰ নামত দালাল চক্ৰই প্ৰতিদিনে সংগ্ৰহ কৰে লাখ লাখ টকা

অসম আৰক্ষীৰ হাতত এই সন্দৰ্ভত নাই কোনো তথ্য: এল আৰ বিষ্ণয়

publisher by publisher
February 9, 2022
in Assam, News
Reading Time: 1 min read
0
কোকৰাঝাৰ বঙ্গ সীমান্তত ব্ৰইলাৰ কুকুৰাৰ ছিণ্ডিকেটৰ নামত দালাল চক্ৰই প্ৰতিদিনে সংগ্ৰহ কৰে লাখ লাখ টকা
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

মুখ্য মন্ত্ৰীৰ ঘোষনাৰ পাছতো ৰাজ্যত অব্যাহত ছিণ্ডিকেট। এইবাৰ ব্ৰইলাৰ কুকুৰাৰ ছিণ্ডিকেট। কোকৰাঝাৰ জিলাৰ বঙ্গ সীমান্তত ব্ৰইলাৰ ছিণ্ডিকেটৰ নামত দালাল চক্ৰই সংগ্ৰহ কৰে নিতৌ লাখ লাখ টকা। যাৰ ফলত প্ৰতি দিনে বজাৰত বৃদ্ধি পাব ধৰিছে ব্ৰইলাৰ কুকুৰাৰ মাংসৰ দাম।

ADVERTISEMENT

পিছে এই ব্ৰইলাৰ কুকুৰাৰ দাম বৃদ্ধিৰ আঁৰত কি চলিছে জানে নে ? ব্ৰইলাৰ আমদানিত চলিছে ভয়ংকৰ ছিণ্ডিকেট। পশ্চিম বংগৰ পৰা অহা প্ৰতিখন ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা দালালে সংগ্ৰহ কৰি আহিছে গুণ্ডা কৰ। প্ৰতি দিনে প্ৰতিখন বাহন অসমত প্ৰবেশ কৰিলেই গুণ্ডাকৰ দিব লাগে ১৫-১৬ হেজাৰ কৈ টকা।

এই অভিযোগ ব্ৰইলাৰ কঢ়িওৱা বানৰ মালিক আৰু চালক সকলৰ। যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ ব্যৱসায়ী সকলৰ । অভিযোগ অনুসৰি আৰক্ষী-পৰিবহন বিভাগো জড়িত এই ব্ৰইলাৰ ছিণ্ডিকেটৰ স’তে। ব্ৰইলাৰ কঢ়িওৱা বাহন চালক সকলে জনায় শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰাৰ পূৰ্বে আৰু পাছত প্ৰতিখন বাহনেই দালাল চক্ৰক অনলাইন পেমেন্ট কৰিবলগীয়া হয় ১৫ ৰ পৰা ১৬ হেজাৰকৈ টকা অন্যথা জৰিমনা দিবলগীয়া হয় আৰু চালক সকলে দালাল চক্ৰৰ কোব খাবলগীয়াও হয়।

কিবা কাৰণে গুণ্ডাকৰ নিদিলে ব্ৰইলাৰ কুকুৰা কাঢ়ি লোৱাৰ অভিযোগ কৰে চালক সকলে। ব্ৰইলাৰ কঢ়িওৱা বাহন সমুহে টকা সমুহ অনলাইন ট্ৰেন্সফাৰ কৰাৰ পিছত হে প্ৰৱেশ কৰিব পাৰে অসমত। অন্যথা নানান হাৰাশাস্তি সন্মুখীন হয় এইসকল ব্ৰইলাৰ কুকুৰাৰ ব্যৱসায়ী।

এই সমগ্ৰ টকা সমুহ সংগ্ৰহ কৰে একাংশ দালালে। যাৰ কথোপকথনৰ সমগ্ৰ কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। চালক সকলে জনায় যে দালাল চক্ৰটোৰ সৈতে পৰিবহন বিভাগ আৰু আৰক্ষীয়ো জড়িত থকাৰ সন্দেহ কৰি কয় যে যদি বিভাগীয় লোক জড়িত নাথাকে তেন্তে নিতৌ প্ৰায় দুশ ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা এই দৰে ৰাজপথত দালালিৰ ধন সংগ্ৰহ কৰে আৰু নিদিয়া সকলক জৰিমনা তথা শাস্থি প্ৰদান কৰে কিদৰে বুলি প্ৰশ্ন কৰে।

অভিযোগ অনুসৰি ব্ৰইলাৰ কুকুৰা কঢ়িওৱা বাহনৰ চালকে এজাহাৰ দিলেও থানায় নোলোৱাৰ অভিযোগ কৰিলে চালক সকলে। কোকৰাঝাৰ সদৰ থানাত গোচৰ দিবলৈ গৈয়ো ওভতি আহিবলগীয়া হৈছে চালক সকল কাৰণ এজাহাৰ লোৱা নাই থানাই।

শ্ৰীৰামপুৰৰ সমিৰণ দাস,বঙ্গ সীমান্তৰ ৰাজু দাস,কোকৰাঝাৰৰ মনোজ বসুমতাৰীৰ এই দালাল চক্ৰৰে জড়িত থকাৰ তথ্য প্ৰকাশ কৰিছে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ মালিক সকলে। তেওঁলোকৰ দাবী যে চৰকাৰে যদি এই ছিণ্ডিকেট চক্ৰ বন্ধ নকৰে তেন্তে তেওঁলোকে এই ব্যৱসায় এৰিব লাগিব অন্যথা কোনো উপায় নাই।

প্ৰতিদিনে পশ্চিম বঙ্গৰ পৰা ব্ৰইলাৰ কুকুৰা কঢ়িওৱা প্ৰায় দুশ বাহন অসমত প্ৰৱেশ কৰে । সমগ্ৰ অসমত ব্ৰইলাৰ যোগান ধৰে। এনে অৱস্থাত প্ৰতি নিশাই দালাল চক্ৰটোৱে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা ৩৫ লাখ টকা সংগ্ৰহ মাহেকত প্ৰায় চাৰি কোটী টকা সংগ্ৰহ কৰে।

ইমান বৃহৎ ধন সংগ্ৰহৰ তথ্য অসম আৰক্ষীৰ হাতত নাই । আজি চিৰাং ভ্ৰমনত থকা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিষ্ণয়ক প্ৰশ্ন সোধাত আৰক্ষী সঞ্চালক প্ৰধান জনে স্পষ্ট ভাৱে সংবাদ মাধ্যমক জনায় এই সন্দৰ্ভত আৰক্ষীৰ হাতত কোনো তথ্য নাই । বিটিআৰৰ শাসকীয় দল জড়িত থকাৰ সন্দেহ কৰিছে একাংশ লোকে।

মুঠৰ ওপৰত বিজ্ঞাপনত চৰকাৰে দুৰ্ণীতিৰ বিৰুদ্ধে শুণ্য সহনশীলতা নীতি আৰু বাস্তৱত এখন ওলোটা ছবি পৰিলক্ষিত হৈছে। চৰকাৰে যিমানেই দুৰ্ণীতি মুক্ত দালাল মুক্ত তথা ছিণ্ডিকেট মুক্ত অসম গঢ়াৰ শ্লোগান নিদিয়ক কিয় এই দৰে এটাৰ পিচত এটা গুণ্ডাকৰ,দালাল চক্ৰৰ ছিণ্ডিকেট ৰাজ পোহৰলৈ আহিয়ে আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBroiler
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d