Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিত শিক্ষিত যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস

প্ৰেমৰ দিনটোত ছিংগলসকললৈ বিনামূলীয়া কফি উপহাৰ

publisher by publisher
February 14, 2022
in Assam, India, News
Reading Time: 1 min read
0
ওদালগুৰিত শিক্ষিত যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস
ওদালগুৰিত শিক্ষিত যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস
21
SHARES
209
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

আজি ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰেমৰ বিশেষ দিন ‘ভেলেণ্টাইন ডে’ । এই বিশেষ দিনটোৰ বাবে গোটেই বছৰটো ৰৈ থাকে প্ৰেমিক-প্ৰেমিকাসকল । বিশেষকৈ ব্যস্ততাৰ মাজতে আপোনজনৰ স’তে এদিন পাৰ কৰাৰ উদ্দেশ্যে প্ৰেমিক-প্ৰেমিকাসকলে এই দিনটোত হাতত লয় বিভিন্ন কাৰ্যসূচী । কোনোৱে যদি পাৰ্কত, আন কোনোৱে আকৌ হোটেল-ৰেষ্টোৰাঁলৈ গৈ প্ৰিয়জনৰ স’তে মনৰ ভাৱ আদান প্ৰদান কৰে ‘ভেলেণ্টাইন ডে’ৰ দিনাখন‌ ।

ADVERTISEMENT

আজিৰ সমাজত ক্ৰমাৎ পশ্চিমীয়া ‘ভেলেণ্টাইন ডে’ৰ সংস্কৃতিয়ে গা কৰি উঠাৰ সময়তে অসমতো এই ভেলেণ্টাইন ডেৰ প্ৰভাৱ পৰা দেখা গৈছে । ইয়াৰ মাজতে প্ৰেমৰ দিনটোত ওদালগুৰিৰ গোলমাগাঁও চ’কত অৱস্থিত বেশ্বেলৰ বাৰ (Bachelor Bar) নামৰ ফাষ্ট ফুড বিপনীখনৰ স্বত্বাধীকাৰী ৰাহুল সূত্ৰধাৰে গ্ৰহণ কৰিছে ব্যতিক্ৰমী প্ৰয়াস । আজি প্ৰেমৰ দিনটোত যিসকল যুৱক-যুৱতী ছিংগল অৰ্থাৎ যিসকল প্ৰেমিকৰ প্ৰেমিকা নাই বা যিসকল প্ৰেমিকাৰ প্ৰেমিক নাই তেওঁলোকৰ বাবে প্ৰদান কৰিছে বিশেষ সুযোগ । তেনে ছিংগলসকলৰ বাবে আজি বেশ্বেলৰ বাৰ নামৰ ফাষ্ট ফুডৰ বিপনীখনে সন্ধিয়া পাঁচ বজাৰ পৰা নিশা আঠ বজালৈ বিনামূলীয়াকৈ উপহাৰ প্ৰদান কৰে একাপ কফি । বিপনীখনৰ স্বত্বাধিকাৰী ৰাহুল সূত্ৰধাৰে ইতিমধ্যে বিভিন্ন মাধ্যমযোগে এই উপহাৰৰ কথা ঘোষণা কৰিছে ।

উল্লেখ্য যে ওদালগুৰি চহৰৰ যুৱ প্ৰজন্মৰ এক জনপ্ৰিয় চিনাকী নাম হৈছে এইখন বেশ্বেলৰ বাৰ । যিখনত প্ৰতিদিনে সন্ধিয়াৰ পৰাই গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা যায় । বিভিন্ন প্ৰকাৰৰ চাহ আৰু কফি উপলব্ধ হোৱা ব্যতিক্ৰমী বিপনীখনত পোৱা যায় ভিন্ন প্ৰকাৰৰ পিজা, মেগীৰ লগতে আন বিভিন্ন প্ৰকাৰৰ খাদ্য । ওদালগুৰি চহৰৰ নেপালীগাঁও বামুনবস্তিৰ নিৱাসী পিতৃ দুৰ্লভ সুত্ৰধাৰ আৰু মাতৃ ৰিতা সূত্ৰধাৰৰ সুযোগ্য সন্তান ৰাহুল সূত্ৰধাৰ নামৰ এগৰাকী উচ্চ শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা বিপনীখনে বৰ্তমান যথেষ্ট সমাদৰ লাভ কৰিছে ।

ইতিমধ্যে bachelor’s.in নামৰ এটা ৱেবছাইট খুলি সেই ৱেবছাইটৰ জৰিয়তে গ্ৰাহকক খাদ্য অৰ্ডাৰ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে । এই সন্দৰ্ভত ৰাহুলে জানিবলৈ দি কয়, “ভাৰতবৰ্ষত পানীৰ পাছতে অধিক সেৱন কৰা সামগ্ৰী হৈছে চাহ । কিন্তু সাধাৰণভাৱে চাহ বিক্ৰী কৰাৰ সলনি এক ব্যতিক্ৰমীভাৱে সংগঠিত চাহৰ বিপনী স্থাপনৰ ইচ্ছা আছিল মোৰ । কিন্তু ম‌ই এই চাহ-কফি তথা ফাষ্ট ফুডৰ বিপনীখনৰ দ্বাৰা গ্ৰাহকৰ সমাদৰ লাভ কৰিছো । মানুহৰ মৰম-ভালপোৱাৰ বাবেই আজি বিপনীখন এইখিনি জনপ্ৰিয় হৈ উঠিল । মই বৰ্তমান ক’ষ্ট এণ্ড মেনেজমেণ্ট একাউনটেণ্ট পাঠ্যক্ৰম অধ্যয়ন কৰি আছো । অধ্যয়নৰ সমান্তৰালভাৱে বেশ্বেলৰ বাৰ নামৰ মোৰ এই বিপনীখন হৈছে প্ৰথম আৰম্ভণী । এই বিপনীখন বহু আগুৱাই নিয়াৰ সপোন মই মনত পুহি ৰাখিছো । এনেদৰে ৰাইজৰ মৰম পালে মই আগুৱাই যাবলৈ সক্ষম হ’ম ।”

ইপিনে, ‘ভেলেণ্টাইন ডে’ৰ দিনটোত বিনামূলীয়া কফি উপহাৰ সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁ কয়, “যিসকলৰ প্ৰেমিক-প্ৰেমিকা আছে তেওঁলোকৰ বাবে প্ৰতিখন ৰেষ্টুৰেণ্টে বিভিন্ন অফাৰ অথবা নতুন নতুন কাৰ্যসূচী ৰাখে । কিন্তু এইবোৰ দেখি যাতে ছিংগলসকলৰ মন নাভাগে, তাৰ বাবে মই মোৰ বিপনীখনত ছিংগলসকলৰ বাবে বিশেষ অফাৰ প্ৰদান কৰিছো । গতিকে বিভিন্নজনে আহি আজি মোৰ বিপনীত কফি খাই মোক উৎসাহিত কৰিছে । আগন্তুক দিনবোৰতো সকলোৱে এনেদৰে মৰম কৰিব বুলি আশা ৰাখিছো ।”

উল্লেখ্য যে অতি কম সময়ৰ ভিতৰতে এই বিপনীখনে ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bachelor BarUdalguriValentine's Day
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d