Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহানগৰীত পদপথৰ ব্যৱসায়ক কেন্দ্ৰ কৰি বৃহৎ ছিণ্ডিকেট

publisher by publisher
March 1, 2022
in Assam, India, News
Reading Time: 1 min read
0
মহানগৰীত পদপথৰ ব্যৱসায়ক কেন্দ্ৰ কৰি বৃহৎ ছিণ্ডিকেট
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

পদপথকে জীৱন সংগ্ৰামৰ একমাত্র সাৰথি কৰি পৰিয়াল পােহপাল দিয়া একাংশ দৰিদ্ৰ লােকক কেন্দ্র কৰি মহানগৰীত আৰক্ষী, পৌৰ নিগমৰ কৰ্মচাৰীৰ পৃষ্ঠপােষকতাত গঢ় লৈ উঠিছে বৃহৎ ছিণ্ডিকেট।

ADVERTISEMENT

পৌৰ নিগমৰ কোনাে পঞ্জীয়ন ব্যৱস্থা নথকাৰ ফলত মহানগৰীৰ বিভিন্ন প্রান্তত থকা পদপথৰ ব্যৱসায়ীসকলৰ পৰা একাংশই কিদৰে বলপূর্বক গুণ্ডাকৰ সংগ্ৰহ কৰি আহিছে, সেই ঘটনাই বহুবাৰ সংবাদ শিৰােনাম দখল কৰি আহিছে।

তৎসত্ত্বেও সংশ্লিষ্ট স্থানৰ গুণ্ডাবাহিনীক নিয়ন্ত্রণ কৰাত পৌৰ নিগমৰ লগতে আৰক্ষী চূড়ান্তভাৱে ব্যর্থ হােৱাৰ অভিযােগ উত্থাপন কৰিছে পদপথৰ ব্যৱসায়ীসকলে।

তাৰ মাজতে সোমবাৰে মহানগৰীৰ লাখটকীয়া অঞ্চলত তথা পুৰণা গল্ড চিনেমা তিনিআলিত স্থানীয় গুণ্ডাবাহিনীয়ে পদপথৰ ব্যৱসায়ীৰ পৰা বলপূর্বক গুণ্ডাকৰ সংগ্ৰহ কৰাৰ খবৰ পােহৰলৈ আহিছে।

গুণ্ডাকৰ দিবলৈ অমান্তি হােৱা এজন পদপথৰ ব্যৱসায়ীক কাইলৈ সংশ্লিষ্ট স্থান ত্যাগ কৰাৰাে ভাবুকি প্রদান কৰা হৈছে বুলি এক নিৰ্ভৰযােগ্য সূত্রই সদৰী কৰিছে।

উল্লেখ্য যে স্থানীয় প্রায় ১০ জনীয়া এটা যুৱকৰ দলে শেহতীয়াকৈ অঞ্চলটোত থকা। পদপথৰ ব্যৱসায়ীসকলক গুণ্ডাকৰ বিচাৰি একপ্রকাৰ সন্ত্রাস সৃষ্টি কৰি আহিছে।

ভুক্তভােগী ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি, জনৈক টিকু নামৰ গুণ্ডাজনৰ নেতৃত্বত পদপথৰ ব্যৱসায়ীসকলৰ পৰা দলটোৱে মাহিলি চাৰি-পাঁচ হেজাৰ টকাকৈ সংগ্রহ কৰি আহিছে।

দাবীকৃত গুণ্ডাকৰ দিয়াসকলক সংশ্লিষ্ট স্থানত ব্যৱসায় কৰিবলৈ দলটোৱে অনুমতি প্রদান কৰাৰ বিপৰীতে যিয়ে এই গুণ্ডাকৰ দিবলৈ অমান্তি হয়, সেই ব্যৱসায়ীক বলপূর্বক উচ্ছেদ কৰি সেই স্থানত অন্য ব্যৱসায়ীক বহুৱাই মাহিলি গুণ্ডাকৰ সংগ্ৰহ কৰে বুলি বিস্ফোৰক অভিযােগ উত্থাপন কৰিছে ভুক্তভােগী ব্যৱসায়ীসকলে।

এই সন্দৰ্ভত আজি পদপথ ব্যৱসায়ী সন্থাকো ভুক্তভােগী ব্যৱসায়ীসকলে অভিযােগ দাখিল কৰে। উল্লেখ্য যে দীর্ঘদিন ধৰি অঞ্চলটোত টিকু এণ্ড কোম্পানীয়ে পদপথৰ ব্যৱসায়ীসকলৰ মাজত একপ্রকাৰ সন্ত্রাস চলাই আহিছে যদিও পৌৰ নিগম কর্তৃপক্ষ আৰু আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ অভিযােগ উত্থাপন হৈছে।

গুণ্ডাবাহিনীৰ ছিণ্ডিকেটৰ ধনৰ ভাগ পৌৰ নিগমৰ একাংশ বিষয়া আৰু আৰক্ষীয়েও লাভ কৰে বুলি অভিযােগ উত্থাপন কৰিছে। ভুক্তভােগীয়ে।

ফলত যি সময়ত ৰাজ্যৰ সকলাে ছিণ্ডিকেট বন্ধ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰতিটো বিভাগক কঠোৰ নিদের্শ প্ৰেৰণ কৰিছে, সেই সময়ত স্বয়ং ৰাজধানী মহানগৰীতে একাংশ পৌৰ নিগম আৰু আৰক্ষী বিষয়াৰ পৃষ্ঠপােষকতাত টিকু এণ্ড কোম্পানীৰ দৰে গুণ্ডাবাহিনীয়ে বলপূর্বক ধন সংগ্রহ কৰি অহা ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে পদপথ ব্যৱসায়ী সন্থাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiGuwahati Municipality
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d