Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ তাৰালাংচৰ বাকৰিত

পাঁচ সহস্ৰাধিক যুৱ শিল্পীৰ অংশগ্ৰহণেৰে তাৰালাংচত কাৰ্বি কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলন

publisher by publisher
March 2, 2022
in Assam, India, News
Reading Time: 1 min read
0
৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ তাৰালাংচৰ বাকৰিত
৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ তাৰালাংচৰ বাকৰিত
৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ তাৰালাংচৰ বাকৰিত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

প্রকৃতি ধ্বংসযজ্ঞৰ পুৰোহিত কুখ্যাত আৰ এছ গান্ধীকে পুনৰ পৰিৱেশগত অনুমোদন

পাঁচ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰে আজি বৰ্ণময় হৈ পৰে তাৰালাংচৰ বাকৰি ৷ কাৰ্বি পৰাম্পৰাগত বেশ ভূষা, বাদ্য যন্ত্ৰৰ খমখমনিত মায়াময় হৈ পৰিছে চৌদিশ ৷ ইয়াৰ মাজতে আজি কাৰ্বি ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ দ্বিতীয় দিনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা কাৰ্বি যুৱ মহোৎসৱ থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ ৷

ADVERTISEMENT

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন থলীত উপস্থিত হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পাছত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ উদ্ধোধন কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি সাংসদ হৰেণছিং বে’ লগতে পৰিষদৰ ইএম আৰু এমএচিসকলে ক্ৰমে ছহিদ তৰ্পন কৰাৰ লগতে কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে চন্দ্ৰছিং ক্ৰ’ই ৷

কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে কাৰ্বি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ দুপৰীয়াৰ ভাগত কাৰ্বি সাংস্কৃতিক প্ৰকল্পত নিৰ্মিত গ্ৰীক আৰ্হিৰ মঞ্চসমূহ উদ্ধোধন কৰাৰ পাছতে বিভিন্ন পৰাম্পৰাগত প্ৰতিযোগিতাসমূহ আৰম্ভ হয় ৷ সন্ধিয়া ছয় বজাৰ পৰা বিভিন্ন নৃত্যৰ লগতে নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ আনহাতে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ পাঁচ দিনীয়া কাৰ্যসূচীলৈ চলিবলগীয়া ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱটো ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে পলমকৈ এক মাৰ্চৰ পৰা পাঁচ মাৰ্চলৈকে পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷

আজি দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি মঙলবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ । কাৰ্বি ৰজা ৰামছিং ৰংহাং, ডুমৰা ৰজা হলিছিং ৰংহাং, বৰেণ্য কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণছিং বে, কাৰ্বি আংলঙৰ বিধায়ক বিদ্যাচিং ইংলেঙ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহীসকলৰ লগতে আন আন বহু বিশিষ্ট ব্যক্তিৰ উপস্থিততিত আৰু পাঁচ সহস্ৰাধিক লোক শিল্পীৰ সমুখত মহোৎসৱটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মুখ্য অতিথি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল । নৱ ৰূপত প্ৰাণ পাই উঠিছে ডিফুৰ তাৰালাংছ’ৰ বাকৰি । কাৰ্বি কালচাৰেল ছচাইটিৰ উদ্যোগত প্ৰতি বছৰে ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী লৈ এই তাৰালাংছ’তে অনুষ্ঠিত হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ । যদিও ক’ভিডৰ বাবে যোৱা বছৰ এই উৎসৱ অনুষ্ঠিত হোৱা নাছিল ৷ উত্তৰ-পূৱ ভাৰতৰ পুৰণি যুৱ মহোৎসৱে ইতিমধ্যে গৰকিছে ৪৮টা গৌৰৱোজ্জ্বল বৰ্ষ ।

আজিৰ কাৰ্যসূচীসমূহ তদাৰক কৰে কেচিএছৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে ৷ অৰুণাচল, মেঘালয়, কাছাৰ, গুৱাহাটী, বিশ্বনাথ চাৰিআলি আদি ভিন্ন স্থানৰ লগতে কাৰ্বি আংলঙৰ কাৰ্বি কালছাৰেল ছ’চাইটিৰ অতি কমেও ৩০ টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে । পাঁচ হেজাৰ লোক শিল্পীৰ সমাবেশেৰে মুখৰিত হৈ থাকিব কাৰ্বি যুৱ মহোৎসৱ । আনুষ্ঠানিক আৰম্ভণিৰ পাছতে মহোৎসৱটোৰ আটাকেইখন মঞ্চতে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ উপৰি ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱস্থলীত এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে উদ্যোক্তাসকলে হেলিকপ্টাৰেৰে উৎসৱ চোৱাৰ ব্যৱস্থা কৰিছে । ইচ্ছুক দৰ্শনাৰ্থীয়ে মাছুল পৰিশোধ কৰি হেলিকপ্টাৰত বহি ওপৰৰ পৰা যুৱ মহোৎসৱটো উপভোগ কৰাৰ ব্যৱস্থা কৰিছে ৷

সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি যুৱ মহোৎসৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰিছে ৷ যুৱ মহোৎসৱটো অনুষ্ঠিত কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bidya Sing EnglengChandrasing KroHoren Sing BeyKARBI ANGLONG
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d