Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Verdict on Hijab Case: হিজাব সম্পৰ্কীয় সকলো আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

publisher by publisher
March 15, 2022
in India, News
Reading Time: 1 min read
0
Verdict on Hijab Case: হিজাব সম্পৰ্কীয় সকলো আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

নিতৌ খাদ্য দিয়া বৃদ্ধাৰ অন্তিমযাত্রাত শোকবিহ্বল বান্দৰ

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

ভাইৰেল ভিডিঅ’ই কঁপালে কৰ্ণাটক!নিলম্বিত শীৰ্ষ আৰক্ষী বিষয়া ৰামচন্দ্ৰ ৰাও 

হিজাব পিন্ধাটো বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়, ৰায় দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । খাৰিজ কৰা হ’ল হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰা সকলো আবেদন ।

ADVERTISEMENT

ইয়াৰ ফলত উচ্চ ন্যায়ালয়ত জয়লাভ কৰিলে ৰাজ্য চৰকাৰে । ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শিক্ষার্থীসকল।

হিজাবৰ ওপৰত দিয়া ৰায়ক লৈ হুলস্থূলীয়া পৰিৱেশ হোৱাৰ আশংকা কৰি কৰ্ণাটক চৰকাৰে এসপ্তাহৰ বাবে বেংগালুৰু চহৰত বৃহৎ সমাৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

মাংগালুৰুতো ১৫ ৰ পৰা ১৯ মাৰ্চলৈ সকলো ডাঙৰ সমাৱেশ বন্ধ কৰা হৈছে । হিজাব বিতৰ্কৰ কেন্দ্ৰবিন্দু উদুপীত মঙলবাৰে বন্ধ সকলো বিদ্যালয়, মহাবিদ্যালয় ।

বিগত এক জানুৱাৰীত কৰ্ণাটকৰ উদুপীৰ এখন প্ৰাক-বিশ্ববিদ্যালয়ত কিছুমান হিজাব পৰিহিত ছাত্ৰ-ছাত্ৰীক শ্ৰেণীত বহিবলৈ বাধা দিয়াৰ ঘটনা ঘটিছিল ।

মহাবিদ্যালয় উন্নয়ন সংস্থাৰ সভাপতি বিজেপি বিধায়ক ৰঘুপতি ভট্টই স্পষ্ট কৰি দিয়ে যে হিজাব পিন্ধা সকলক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

বিতৰ্কটো দ্ৰুতগতিত ৰাজ্যজুৰি বিয়পি পৰিছিল। ইয়াৰ পাছতে কেবাটাও হিন্দুত্ববাদী সংগঠনে আন্দোলন আৰম্ভ কৰে। কেবাখনো ঠাইত, হিজাবৰ সপক্ষে- বিপক্ষে প্ৰতিবাদকাৰীসকল মুখামুখি হয়।

ইফালে আৰক্ষীৰ স’তেও কেবাটাও সংঘৰ্ষও ঘটনা ঘটে। কেবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হয়। সকলো বিদ্যালয় আৰু মহাবিদ্যালয় অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হয় ।

বিগত জানুৱাৰীত কৰ্ণাটক চৰকাৰে এই সন্দৰ্ভত এখন বিশেষ সমিতি গঠন কৰে। ঘোষণা কৰা হয় যে সমিতিয়ে নিৰ্দিষ্ট পৰামৰ্শ দিয়া লৈকে, শিক্ষাৰ্থীসকলে কেৱল ইউনিফৰ্ম পিন্ধি শিক্ষানুষ্ঠানলৈ আহিব পাৰিব।

উদুপীৰ কেইজনমান শিক্ষাৰ্থীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰে। তেওঁলোকে আদালতক কয় যে হিজাব পিন্ধাটো তেওঁলোকৰ মৌলিক অধিকাৰৰ ভিতৰত আছে। কোনো প্ৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰি নোৱাৰে।

১০ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অবস্তি, ন্যায়াধীশ কে এছ দীক্ষিত আৰু ন্যায়াধীশ জে.এম খাজীয়ে এক অন্তৱৰ্তীকালীন ৰায়দানত কয়, “ৰায় ঘোষণা নোহোৱালৈকে কৰ্ণাটকত বিদ্যালয়, মহাবিদ্যালয় খুলিব পাৰে কিন্তু কোনো শিক্ষাৰ্থীয়ে ধৰ্মীয় প্ৰতীক থকা কোনো পোছাক পিন্ধি আহিব নোৱাৰে। ”

গোচৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে, কৰ্ণাটক চৰকাৰে কয় যে হিজাব পিন্ধাটো ইছলামৰ বাধ্যতামূলক প্ৰথাৰ ভিতৰত নপৰে। আজি উচ্চ ন্যায়ালয়ৰ ৰায় আহে। আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে কয় যে তেওঁলোকে ৰায়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HijabKarnataka
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d