Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Weather : মাৰ্চৰ আৰম্ভণিতে অস্বাভাৱিক গৰম ! হালধীয়া সতৰ্কতা জাৰি গুজৰাটত

publisher by publisher
March 15, 2022
in India, News, Weather
Reading Time: 1 min read
0
Weather : মাৰ্চৰ আৰম্ভণিতে অস্বাভাৱিক গৰম ! হালধীয়া সতৰ্কতা জাৰি গুজৰাটত
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

মাৰ্চৰ আৰম্ভণিতে তাপ প্ৰবাহ আৰম্ভ হৈছে পশ্চিম আৰু উত্তৰ ভাৰতৰ কে’বাখনো ৰাজ্য । কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু দিল্লীকে ধৰি দেশৰ কে’বাখনো ৰাজ্যই অনাগত দিনত উত্তাপ প্ৰবাহৰ দৰে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । এই সতৰ্কবাৰ্তা দিলে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই ।

ADVERTISEMENT

মাৰ্চ আৰম্ভ হোৱাৰ লগে লগে অস্বাভাৱিকভাৱে উত্তাপ বৃদ্ধি পাইছে দিল্লী আৰু মুম্বাইত । পৰৱৰ্তী দুমাহত পৰিস্থিতি যে অধিক বেয়া হ’ব পাৰে তাৰে ইংগিত দিছে এই গৰমৰ প্ৰকোপে ।

এই ঋতুত দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা সোমবাৰে ৩৩ ডিগ্ৰী ছেলচিয়াছত উপনীত হৈছে । একে সময়তে, বায়ুত আৰ্দ্ৰতাৰ পৰিমাণো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি, ১৮ মাৰ্চ পৰ্যন্ত বৃদ্ধি পাব দিল্লীৰ তাপমাত্ৰা । এই সময়ছোৱাত, সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩৬-৩৭ ডিগ্ৰী ছেলচিয়াছ হ’ব পাৰে । এই সময়ত পাতল বতাহো বলিব । ফলস্বৰূপে, জনসাধাৰণে গৰমৰ পৰা কিছু সকাহ পাব । অৱশ্যে, ১৯ মাৰ্চৰ পাছত, তাপমাত্ৰা পুনৰ বৃদ্ধি হ’ব ।

আনহাতে, সোমবাৰে মুম্বাইৰ সৰ্বাধিক তাপমাত্ৰাই ৩৯.৪ ডিগ্ৰী ছেলচিয়াছ স্পৰ্শ কৰিলে । সেয়া স্বাভাৱিকতকৈ সাত ডিগ্ৰী অধিক ।

অৱশ্যে, সৰ্বাধিক তাপমাত্ৰা ৪৮ ঘণ্টাত ৪০ ডিগ্ৰীত উপনীত হ’ব বুলি ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে কয় । একে সময়তে, ১৬ মাৰ্চত পালঘৰ, থানে, মুম্বাই, ৰায়গড়, পৰত্নগিৰি আৰু সিন্ধুদুৰ্গত তাপ প্ৰবাহৰ দৰে পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে । যোৱা বছৰৰ ১৮ মাৰ্চত, মুম্বাইত সৰ্বাধিক তাপমাত্ৰা ৪১ ডিগ্ৰী ছেলচিয়াছতকৈ অধিক আছিল ।

গুজৰাট আৰু ৰাজস্থানতো উত্তাপ বৃদ্ধি পাবলৈ লৈছে । মঙল আৰু বুধবাৰে উত্তাপ বঢ়াৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জানিবলৈ দিয়ে । গতিকে বিমান কাৰ্যালয়ে এই ৰাজ্যৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে । সৌৰাষ্ট্ৰত তাপমাত্ৰা শীৰ্ষত উপনীত হ’ব ।

ফলস্বৰূপে, আহমেদাবাদতো তাপমাত্ৰা বৃদ্ধি পাব। এই সময়ছোৱাত, সৰ্বাধিক তাপমাত্ৰা হ’ব ৪০ ডিগ্ৰী । বুধবাৰে আৰু বৃহস্পতিবাৰে ৰাজস্থানৰ দক্ষিণ-পশ্চিমত তাপমাত্ৰা বৃদ্ধি পাব । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই কয় যে এই পৰিস্থিতি দেওবাৰলৈকে অব্যাহত থাকিব । ৰাজস্থানৰ বেছিভাগ অঞ্চলত, দেওবাৰে সৰ্বাধিক তাপমাত্ৰা আছিল প্ৰায় ৩৩-৩৯ ডিগ্ৰী ছেলচিয়াছ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIGujaratMUMBAIRajasthanTemperatureWeather
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d