Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন

publisher by publisher
March 17, 2022
in Assam, News
Reading Time: 1 min read
0
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

সন্মুখত নির্বাচন! জলবোমা সদৃশ প্রকল্প উদ্বোধন নকৰে মোদীয়ে!

Sovansiri Hydropower Project :স্পৰ্শকাতৰ হিমালয় মণ্ডলত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নির্মাণ বিপজ্জনক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলীত পুনৰ অঘটন। শ্ৰমিকৰ একাংশ লোকে গাৰ অংগ কাটি তেজেৰে পূজা অৰ্পণক কেন্দ্ৰ কৰি অৱশেষত শ্ৰমিকৰ মাজত ৰক্তাত্ত পৰিস্থিতি সৃষ্টি হয়।

ADVERTISEMENT

ঘটনাৰ বিৱৰণী মতে, সন্দেহযুক্ত একাংশ শ্ৰমিকে অংগক্ষত কৰা মানুহৰ হাড় লৈ এন এইচ পি চিৰ অধীনৰ নিৰ্মাতা সংস্হা ছ’মা এন্টাৰপ্ৰাইজৰ নিৰ্মাণস্থলীত দীৰ্ঘদিনে পূজা কৰি অহাৰ লগতে শ্ৰমিক সকলক শংকিত কৰি তুলিছে ৷

আজি পুৱা ভাগত একাংশ শ্ৰমিকে পুনৰ তেজেৰে লুতুৰি-পুতুৰি হৈ বিকৃত মন্ত্ৰ মাতি পূজা কৰি থকা ছ’মাত কাম কৰিবলৈ যোৱা শতাধিক শ্ৰমিকে প্ৰত্যক্ষ কৰে ৷

ইয়াতে ক্ষুন্ন হৈ শ্ৰমিক সকলে এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় ৷ কিন্তু শ্ৰমিক সকলৰ কথা আওকান কৰি অভিযুক্ত শ্ৰমিকে দুগুনে চিঞৰি চিঞৰি মন্ত্ৰ মাতি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

এইক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰক্ষী আৰু এন এইচ পি চিৰ চি আই এছ এফৰ দলে উন্মত্ত শ্ৰমিক সকলক বাধা প্ৰদান কৰে। তাৰ পাছত অভিযুক্ত শ্ৰমিকক  উদ্ধাৰ কৰি ছ’মাৰ কন্টেইনাৰত সোমাই দিয়ে ৷

ইফালে ক্ষোভিত শতাধিক শ্ৰমিকে কন্টেইনাৰৰ পৰা অভিযুক্ত শ্ৰমিক কেইগৰাকীক উলিয়াই দিবলৈ দাবী জনাই আৰু জনাই চি আই এছ এফ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীলৈ শিলাবৰ্ষণ কৰে ৷

তৎসত্বেও চি আই এছ এফ আৰু অৰুণাচল আৰক্ষীয়ে অভিযুক্তক ৰক্ষনাবেক্ষন দি থকাত অন্য শ্ৰমিক সকলে কন্টেইনাৰ জ্বলাই সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ৷ ইয়াৰ মাজতো অৰুণাচল আৰক্ষী আৰু চি আই এছ এফৰ আপ্ৰাণ প্ৰচেষ্টাত অভিযুক্ত শ্ৰমিকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হয় ৷

ইপিনে প্ৰাপ্ত তথ্য অনুসৰি, শ্ৰমিক সকলৰ আক্ৰমণ আৰু চি আই এছ এফ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ প্ৰত্যাক্ৰমণত দুয়োপক্ষৰে ১০ গৰাকী লোক আহত হোৱা হয়  ৷

আনপিনে শ্ৰমিক সকলৰ আক্ৰমণত গুৰুতৰ বাবে আহত তিনি শ্ৰমিকক সংকটজনক অৱস্থাত লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা । মন কৰিবলগীয়া যে, গত সময়ত খিলঞ্জীয়া শ্ৰমিক সকলক বান্ধলভী পক্ষয়ে পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NHPC
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d