Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

South Korea : দক্ষিণ কোৰিয়াত এদিনত কৰ’না আক্রান্ত পাঁচ লাখ !

publisher by publisher
March 24, 2022
in COVID-19, International, News
Reading Time: 1 min read
0
South Korea : দক্ষিণ কোৰিয়াত এদিনত কৰ’না আক্রান্ত পাঁচ লাখ !
1
SHARES
11
VIEWS
ShareShareShareShare

দক্ষিণ কোৰিয়াত পুনৰ বৃদ্ধি পাইছে সংক্রমণ । বুধবাৰে ‘দ্য কোৰিয়া ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনছন এজেন্সি’ (কেডিচিএ)-ৰ প্রকাশিত পৰিসংখ্যা অনুসৰি । আজি প্রকাশিত বিগত ২৪ ঘণ্টাৰ সেই প্ৰতিবেদন অনুযায়ী নতুনকৈ সংক্রমিত পাঁচ লাখ !

ADVERTISEMENT

বর্তমান দেশখনৰ সংক্রমণ-পৰিস্থিতি বেচ গুৰুতৰ । বিশেষজ্ঞসকলে জনাইছে, দক্ষিণ কোৰিয়াত গড়ে পাঁচ জনৰ ভিতৰত এজন সংক্রমিত । ক’ভিড আক্রান্ত হৈ হাস্পাতালত ভর্তিৰ সংখ্যাও উত্তৰোত্তৰ বাঢ়িছে । বিগত ১৫ দিনত হেজাৰৰ তলত নমা নাই বুলি জনাইছে সংশ্লিষ্ট কর্তৃপক্ষই । বাঢ়িছে মৃত্যুও । মঙলবাৰে প্রাণ হেৰুৱাইছে ২৯১ জন সংক্রমিতে । সুস্থভাৱে সৎকাৰ কর্ম চলাই যাবলৈ দেশজুৰি প্রায় ৬০টা শ্মশানক নির্ধাৰিত সময়তকৈ অধিক সময় খোলা ৰখাৰ নির্দেশ দিছে প্রশাসনে ।

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

হঠাৎ এই সংক্রমণ বৃদ্ধিত মূলত অ’মিক্রনৰ নতুন ছাব-ভেৰিয়েন্ট ‘ষ্টেলথ’ দায়ী । ইতিমধ্যে দক্ষিণ কোৰিয়াত মুঠ জনসংখ্যাৰ ২০ শতাংশ সংক্রমিত হৈছে । সংক্রমিত হৈ কিংবা সংক্রমিতৰ সংস্পর্শত আহি নিভৃতবাসত আছে কমেও ১,৮০০,০০০ জন ।

প্রসংগত, দেশখনৰ মুঠ জনসংখ্যাৰ ৮৬.৬ শতাংশই প্রতিষেধকৰ দুটা ড’জ লাভ কৰিছে । বুষ্টাৰো লাভ কৰিছে ৬৩.২ শতাংশ‌ই । তৎসত্ত্বেও সংক্রমণ পৰিস্থিতি গুৰুতৰ হোৱাত উদ্বেগ বাঢ়িছে বিশেষজ্ঞসকলৰ ।

যদিও দক্ষিণ কোৰিয়াৰ পৰিস্থিতিক বিচ্ছিন্ন কৰি নোচোৱাৰ আবেদন জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) । সংস্থাৰ পৰামর্শ, বিধি শিথিল নকৰাই বুদ্ধিমত্তাৰ কাম হ’ব বিশ্বৰ বাবে । তেওঁলোকে জনাইছে, ইতিমধ্যে পৰীক্ষণৰ পৰিমাণ কম কৰিছে বহু দেশে । বর্তমান অৱস্থাৰ নিৰিখত যি সম্পূৰ্ণ বন্ধ কৰাৰ বিষয়ত প্ৰশ্ন কৰিছে তেওঁলোকে ।

কাৰণ পৰীক্ষণ কম হোৱাত বহু লোকৰ সংক্রমণ ধৰা পৰা নাই । সেয়ে হয়তো সহজে সংক্ৰমণ হৈছে । লগতে নতুনকৈ সংক্রমিতসকলৰ সংখ্যা বিশেষভাৱে বিশ্লেষণ কৰি চলাৰেই পৰামর্শ দিছে হু-ৱে । সংস্থা সূত্রে খবৰ, চীন আৰু দক্ষিণ কোৰিয়াৰ দৰে এশীয় দেশসমূহৰ লগতে ফ্রান্স, ইটালী, ব্রিটেইন আৰু জার্মানীৰ দৰে ইউৰোপীয় দেশসমূহতো দৃষ্টিত পৰিছে সংক্রমণ বৃদ্ধি ।

চীনৰ বিভিন্ন চহৰৰ দৰে চাংহাই চহৰতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা । উপসর্গযুক্তৰ লগতে উপসর্গহীন ক’ভিড পজিটিভৰ সংখ্যাও বাঢ়িছে । দৈনিক আক্রান্ত এহেজাৰ অতিক্ৰম কৰাত উৰাবাতৰি উলাইছিল যে অন্যান্য চহৰৰ দৰে চাংহাইতো কঠোৰ তলাবন্ধ বিধি জাৰি কৰা হৈছে । কিন্তু বুধবাৰে সেই কথা উৰাবাতৰি বুলি জনাইছে প্রশাসনে ।

ইপিনে, ছয় বছৰৰ তলৰ শিশুসকলৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা টিকাৰ অন্তর্বতী পৰীক্ষাৰ ফলাফল প্রকাশ কৰিলে টিকা প্রস্তুতকাৰক সংস্থা মডার্নাই । প্ৰতিবেদনত তেওঁলোকৰ দাবী, পৰীক্ষাত উত্থাপিত হৈছে শিশুসকলৰ শৰীৰত কৰ’নাৰ বিৰুদ্ধে এন্টিবডী তৈয়াৰ কৰাৰ ক্ষেত্রত বিশেষ উপযোগিতা দেখুৱাইছে প্ৰতিষেধকটোৱে । সেয়া নিৰাপদো প্রমাণিত হৈছে । ২৮ দিনৰ ব্যৱধানত টিকাটোৰ দুটা ড’জ দিয়াৰ নিয়ম বুলি সংশ্লিষ্ট সূত্রৰ খবৰ । কৰ’না আক্রান্ত হিলাৰী ক্লিন্টন । আমেৰিকাৰ প্রাক্তন বৈদেশিক সচিব, ৰাজনীতিক আৰু প্রাক্তন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ পত্নী, ৭৪ বৰ্ষীয় হিলাৰীয়ে মঙলবাৰে নিজৰ সংক্রমিত হোৱাৰ খবৰ টুইট কৰি লিখে, ‘‘সামান্য উপসর্গ আছে ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CovidSouth KoreaWHO
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d