Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নৱনিৰ্মিত বৰপেটা কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ,

publisher by publisher
April 7, 2022
in Assam, News
Reading Time: 1 min read
0
নৱনিৰ্মিত বৰপেটা কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ,
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নৱনিৰ্মিত বৰপেটা কৰ্কট চিকিৎসালয় পৰিদৰ্শন কৰে। দুপৰীয়া গুৱাহাটীৰ পৰা গৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদতে নিৰ্মাণ কৰা কৰ্কট চিকিৎসালয়খনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খন উদ্বোধন বিষয়ক অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ লয়।

ADVERTISEMENT

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা একেলগে উদ্বোধন কৰিব লগা ৰাজ্যৰ সাত খন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে এখন বৰপেটাৰ কৰ্কট চিকিৎসালয়খন।

স্বাস্থ্যমন্ত্ৰীৰ আজিৰ পৰিদৰ্শনকালত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, এচিচিএফৰ প্ৰকল্প সঞ্চালক গৌতম চিন্তে, এচিচিএফৰ চিকিৎসা সঞ্চালক ডাঃ কানন, নিৰ্মাণকাৰী সংস্থা এলএণ্ডটিৰ অসমৰ প্ৰকল্প মূৰব্বী অঞ্জন মহাপাত্ৰ, এলএণ্ডটিৰ প্ৰকল্প অভিযন্তা জয় শংকৰস্বৰণ উপস্থিত থাকে।

পাছত স্বাস্থ্যমন্ত্ৰী মহন্তই নৱনিৰ্মিত কৰ্কট চিকিৎসালয়খনতে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, এচিচিএফ আৰু এলএণ্ডটিৰ কাৰ্যবাহীকেইগৰাকীৰ সৈতে ২৮ এপ্ৰিলত ডিব্ৰুগড়ত হ’ব লগা একত্ৰিত উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি একে সময়তে বৰপেটা কৰ্কট চিকিৎসালয়তো স্থানীয় ভাৱে জিলাবাসী ৰাইজৰ উপস্থিতিত এক শুভাৰম্ভণি অনুষ্ঠান আয়োজনৰ বিষয়েও আলোচনা কৰে।

উল্লেখ্য যে, বৰপেটা কৰ্কট চিকিৎসালয়ত ইতিমধ্যে কৰ্কটৰোগৰ বিশেষজ্ঞ চিকিৎসক, প্ৰশিক্ষিত নাৰ্ছ আদিয়ে যোগদান কৰিছে। আনুষ্ঠানিক উদ্বোধনৰ পাছতে অহা ২৯ এপ্ৰিলৰ পৰাই চিকিৎসালয়খনত কৰ্কট ৰোগীৰ পৰীক্ষা, কেমোথেৰাপী আদি নিয়মীয়াকৈ আৰম্ভ হ’ব।

ইফালে, বৰপেটাৰ পাছতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিয়লি নলবাৰীত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা কৰ্কট চিকিৎসালয়ৰ স্থানো পৰিদৰ্শন কৰে। নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদতে এই নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ বাবে ইতিমধ্যে স্থান চুড়ান্ত কৰা হৈছে।

অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে নলবাৰী কৰ্কট চিকিৎসালয়কে ধৰি ৰাজ্যত নিৰ্মাণ কৰিবলৈ লোৱা সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।

উল্লেখ্য যে, অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগিতাত ৰাজ্যৰ কৰ্কট আক্ৰান্ত লোকসকলক সকাহ দিব পৰাকৈ অসমতে কৰ্কট ৰোগ চিকিৎসাৰ অত্যাধুনিক আন্তঃগাঠনি বিকশিত কৰিবলৈ লোৱা দূৰদৰ্শী প্ৰয়াসৰ অংশ হিচাপে ৰাজ্যত প্ৰথম পৰ্যায়ত দহখন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ ব্যৱস্থা কৰে।

ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ অধীনত পৰিচালিত হ’ব লগা এই কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে সাতখনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, তেজপুৰ, লখিমপুৰ, দৰং আৰু কোকৰাঝাৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা এই সাতখন কৰ্কট চিকিৎসালয় অহা ২৮ এপ্ৰিলত ডিব্ৰগড় কৰ্কট চিকিৎসালয়ৰ পৰা প্ৰধানমন্ত্ৰীয়ে একত্ৰে উদ্বোধন কৰিব।

আনহাতে, নিৰ্মীয়মান অৱস্থাত থকা আন তিনিখন কৰ্কট চিকিৎসালয় (শিলচৰ, ডিফুৰ লগতে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান)ৰ নিৰ্মাণ কাৰ্যও চলিত বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। ইফালে, এচিচিএফৰ অধীনত দ্বিতীয় পৰ্যায়ত নলবাৰীৰ উপৰি তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ, নগাঁও, গোৱালপাৰা আৰু ধুবুৰীত সাতখন নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এই নতুন কৰ্কট চিকিৎসালয়কেইখনৰো ডিব্ৰুগড়ৰ অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে একেলগে আধাৰশিলা স্থাপন কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BarpetaNALBARI
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d