Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Srilanka : শ্রীলংকাক সাহায্যৰ ইংগিত দিলে আইএমএফ-এ, প্রশংসিত ভাৰতো

publisher by publisher
April 20, 2022
in India, International, News
Reading Time: 1 min read
0
Srilanka : শ্রীলংকাক সাহায্যৰ ইংগিত দিলে আইএমএফ-এ, প্রশংসিত ভাৰতো
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

দেশৰ অর্থনৈতিক স্থিতি সংকটত । চৰম অৱস্থাত দেশবাসীৰ ক্ষোভ । ৰাজনৈতিক বিশৃঙ্খলতা সৃষ্টি হৈছে । এনে পৰিস্থিতিৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ উঠি-পৰি লগা শ্রীলংকাৰ প্রশাসনে আগতেই আর্থিক সাহায্য বিচাৰি দ্বাৰস্থ হৈছিল আন্তর্জাতিক বিত্ত ভাণ্ডাৰ (আইএমএফ)-ৰ । অৱশ্যে প্রথমতে অনুমতি নাপালেও এইবাৰ তেওঁলোকৰ স’তে থিয় দিয়াৰ চিন্তা-চৰ্চা কৰিছে বিত্ত ভাণ্ডাৰ কর্তৃপক্ষ‌ই — মঙলবাৰে টুইট-বার্তাত এই ইংগিত শ্রীলংকাৰ বিত্ত মন্ত্ৰণালয়ৰ । আজি ৱাশ্বিংটনত আইএমএফ-ৰ সদৰ দপ্তৰত প্রতিবেশী ৰাষ্ট্রখনৰ হৈ আবেদন কৰাৰ লগতে যথাসাধ্য সাহায্যৰ আশ্বাস দিছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰামনেও । ভাৰতৰ এই ভূমিকাৰ প্রশংসা কৰিছে আইএমএফ-এ ।

ADVERTISEMENT

শ্রীলংকাৰ বিত্তমন্ত্রী আলি সাবৰিৰ নেতৃত্বত ৱাশ্বিংটনত আইএমএফ-ৰ সদৰ দপ্তৰত উপস্থিত হৈছে শ্রীলংকাৰ প্রতিনিধি দল । দেশৰ প্রায় শূন্য বিত্ত ভাণ্ডাৰৰ অৱস্থা কিছু সুস্থিৰ কৰাৰ লগতে খাদ্য, ইন্ধন আৰু ঔষধৰ আমদানিৰ বাবে প্রয়োজনীয় অর্থ লাভৰ আশাত সোমবাৰৰ পৰা আইএমএফ কর্তাসকলৰ স’তে কে’বা পৰ্যায়ৰ বৈঠকত মিলিত হ’ব তেওঁলোক ।

সাবৰিৰ সহযোগী সমিৰ জাভাহিৰে টুইট কৰে, ‘‘বর্তমান পৰিস্থিতিত সৰবৰাহ ব্যৱস্থাৰ অৱস্থা সুস্থিৰ কৰিবলৈ ৰেপিড ফিনেন্সিং ইনষ্ট্ৰোমেন্ট বা আৰএফআই পদ্ধতিক কামত লগোৱাৰ প্রস্তাৱ দিছে বিত্তমন্ত্রীয়ে । ভাৰতেও শ্রীলংকাক আৰএফআই দিবৰ বাবে আবেদন কৰিছে আৰু হয়তো আইএমএফ বিষয়টো পর্যালোচনা কৰিব ।’’

ইতিমধ্যে শ্রীলংকাক প্রায় ডেৰশ কোটিৰ উপৰত সহায় কৰিছে ভাৰতে । যাৰ ভিতৰত শীঘ্ৰে বর্তমানৰ সংকট নাশ কৰি ইন্ধন, খাদ্য আৰু ঔষধ কিনিবৰ বাবে ধাৰৰ ব্যৱস্থাও আছে । ৱাশ্বিংটনত আইএমএফ-ডব্লিউবি স্প্রিং বৈঠকত যোগ দিছে বিত্ত মন্ত্ৰী সীতাৰামনে । তাত শ্রীলংকাৰ পৰিস্থিতি সন্দৰ্ভত সাবৰিৰ স’তে তেওঁৰ কথা হৈছে বুলি জনাইছে বিত্ত মন্ত্ৰণালয়ৰ তৰফৰ পৰা ।

একেৰাহে বিক্ষোভৰ সন্মুখীন হৈ সোমবাৰে নতুনকৈ কেবিনেট গঠন কৰিলে শ্রীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেই । এইবাৰ ‘স্বচ্ছ প্রশাসন গঢ়িবলৈ’ সংবিধানত একাধিক সংশোধনী অনাৰ তেওঁ প্রস্তাৱ দিলে । তেওঁৰ দপ্তৰৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা জনোৱা হৈছে । সোমবাৰে অর্থনৈতিক পর্যায়ত একাধিক ভুল সিদ্ধান্ত লোৱা বুলি স্বীকাৰ কৰিছে ৰাজাপক্ষেয়ে । অৱশ্যে দেশৰ অৱস্থা সুস্থিৰ কৰিবলৈ তেওঁ বদ্ধপৰিকৰ সেয়াও জনাইছে ।

ইপিনে, মঙলবাৰে বিক্ষোভকাৰীসকলৰ স’তে আৰক্ষীৰ সংঘর্ষক লৈ উত্তপ্ত হৈ উঠে মধ্য শ্রীলংকাৰ ৰামবুক্কানা । এই ঘটনাত আৰক্ষীৰ স’তে খণ্ডযুদ্ধত এজনৰ মৃত্যু হৈছে । প্ৰায় ১৩ জন আহত হৈছে । অভিযোগ, এটা ব্যস্ত পথ অৱৰোধ কৰি তেল-সংকটৰ বিৰুদ্ধে প্রতিবাদ জনাইছিল বিক্ষোভকাৰীসকলে । হঠাৎ আৰক্ষীক লক্ষ্য কৰি শিল দলিওৱা আৰম্ভ কৰে তেওঁলোকে । আনহাতে, প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়েও ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gotabaya RajapaksaIMFNirmala SitharamanSri Lanka
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d