Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ঈদৰ পৰিস্থিতিত পতাকা খোলাক লৈ উত্তপ্ত যোধপুৰ, আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ

publisher by publisher
May 3, 2022
in India, News
Reading Time: 1 min read
0
ঈদৰ পৰিস্থিতিত পতাকা খোলাক লৈ উত্তপ্ত যোধপুৰ, আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

ৰাজস্থানত পেলেষ্টাইনৰ সমৰ্থনত প’ষ্টাৰ! ভাৰত এৰিবলৈ নিৰ্দেশ বিদেশী দম্পতীক

ঈদৰ আগৰ দিনাই সাম্প্রদায়িক অশান্তি (Communal Clash) সৃষ্টি হৈছিল ৰাজস্থানৰ (Rajasthan) যোধপুৰত । সোমবাৰে পৰশুৰাম জয়ন্তীৰ পৰাই আৰম্ভ হয় অশান্তি । এগৰাকী স্বাধীনতা সংগ্রামীৰ মূর্তিত পতাকা লগোৱাক লৈয়ে দুই ধর্মাৱলম্বীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । তাৰপাছতেই শিল দলিওৱা হয় আৰু পৰিস্থিতি অগ্নিগর্ভ হৈ উঠে । ঘটনাস্থলত আৰক্ষী উপস্থিত হয় কিন্তু তেওঁলোকো আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন্ধ জালোৰি গেট অঞ্চলৰ ইন্টাৰনেট সেৱা বন্ধ ৰখা হয় ।

ADVERTISEMENT

ঘটনাৰ সূত্রপাত হয় সোমবাৰে মাজ নিশা । তিনি দিন ধৰি পৰশুৰাম জয়ন্তী পালন কৰা হৈছে যোধপুৰত । ৰাজস্থানৰ অতিৰিক্ত এডিজি হাৱা সিং ঘুমাৰিয়াই জনাইছে, “নমাজ পঢ়া ঠাইত পৰশুৰামৰ পতাকা লগোৱা আছিল । সেইবোৰ আঁতৰ কৰি ঈদৰ বাবে পতাকা লগাব বিচাৰে কিছুসংখ্যকে ।” এই ঘটনাৰ প্রতিবাদ কৰে অনেকে । তাৰ পাছতেই দুই গোষ্ঠীৰ মাজত সংঘর্ষ আৰম্ভ হয় ।

Rajasthan: Ruckus in Jodhpur's Jalori Gate area pic.twitter.com/6IGhmVmmPX

— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) May 3, 2022

কিছু সময়ৰ ভিতৰত স্তব্ধও হৈ যায় এই অশান্তি । কিন্তু এই খবৰ বিয়পি পৰে চাৰিও দিশে । নিশাৰ ভিতৰতেই পুনৰ ঘটনাস্থলত জনসমাগম হয় । দুই পক্ষই শিল দলিওৱা আৰম্ভ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলত আৰক্ষী উপস্থিত হয় । লাঠিচার্জ, কন্দোৱা গেছ ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্রণত আনে আৰক্ষীয়ে । নিশা এক বজাৰ পাছত বন্ধ কৰি দিয়া হয় ইন্টাৰনেট সেৱা ।

ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট যোধপুৰৰ ভূমিপুত্র । তেওঁ জনসাধাৰণক শান্ত থাকিবলৈ আবেদন জনাইছে । টুইট কৰি তেওঁ কয়, “দুই গোষ্ঠীৰ মাজত সংঘর্ষ অত্যন্ত দুর্ভাগ্যজনক । মই প্রশাসনক নির্দেশ দিছো যিকোনো প্ৰকাৰে হ‌ওক শান্তি ঘূৰাই আনক । যোধপুৰ অঞ্চলত সম্প্রীতি আৰু ভ্রাতৃত্বৰ অসাধাৰণ নিদর্শন আছে । সেই কথা মনত ৰাখি ম‌ই সকলোকে আবেদন জনাইছো যেন শান্তি বজায় ৰাখক । আইন শৃংখলা ৰক্ষা কৰিবলৈ সহায় কৰক ।”

जालौरी गेट, जोधपुर पर दो गुटों में झड़प से तनाव पैदा होना दुर्भाग्यपूर्ण है। प्रशासन को हर कीमत पर शांति एवं व्यवस्था बनाए रखने के निर्देश दिए हैं।

— Ashok Gehlot (@ashokgehlot51) May 3, 2022

আৰক্ষী সূত্রে খবৰ, সম্প্ৰতি পৰিস্থিতি স্বাভাৱিক হৈছে । ঈদ উপলক্ষে ঘটনাস্থল সংলগ্ন ঈদগাহত নমাজ পঢ়িব আহিব অনেকে, এনে সম্ভাৱনা আছিল । কিন্তু অশান্তিৰ সৃষ্টি নহ’বলৈ সেই অঞ্চলত কাকো প্ৰৱেশ কৰিব নিদিয়ে আৰক্ষীয়ে । এতিয়াও ইন্টাৰনেট সেৱা ঘূৰি অহা নাই । যোধপুৰৰ আৰক্ষী কমিছনাৰ নৱজ্যোতি গগৈয়ে কৈছে, পতাকা লগোৱা ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে । এই ঘটনাৰ পাছত যোধপুৰৰ বিজেপি সাংসদ গজেন্দ্র সিং সেখাৱত ঘটনাস্থলত যায় । তেওঁক ঘেৰাও কৰি গেহলটৰ বিৰুদ্ধে শ্ল’গান দিয়ে স্থানীয় জনতাই । তথ্য অনুসৰি, ৰাজস্থানৰ বিজেপি বিধায়ক সূর্যকান্ত ব্যাসৰ ঘৰৰ সন্মুখত এটা বাইক জ্বলাই দিছে উত্তেজিত জনতাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CommunalClashRajasthan
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d