Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mohali Blast : পঞ্জাৱৰ চোৰাংচোৱা সদৰত গ্রেনেড আক্ৰমণক ‘ক্ষুদ্ৰ বিস্ফোৰণ’ ক’লে আৰক্ষীয়ে, চলিছে ফৰেন্সিক পৰীক্ষা

publisher by publisher
May 10, 2022
in India, News
Reading Time: 1 min read
0
Mohali Blast : পঞ্জাৱৰ চোৰাংচোৱা সদৰত গ্রেনেড আক্ৰমণক ‘ক্ষুদ্ৰ বিস্ফোৰণ’ ক’লে আৰক্ষীয়ে, চলিছে ফৰেন্সিক পৰীক্ষা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

আঠ কোটি টকাৰ জালিয়াতিৰ বলি !

পঞ্জাৱত সীমা অতিক্ৰম কৰা একাধিক চোৰাংচোৱাগিৰিৰ প্ৰচেষ্টা বিফল কৰিলে বিএছএফে, 

গুপ্তচৰবৃত্তিৰ অভিযোগ, পাঞ্জাৱত আৰক্ষীৰ হাতত গ্রেপ্তাৰ সেনা কর্মী

পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা সদৰ দপ্তৰত সোমবাৰে সন্ধিয়া গ্রেনেড আক্ৰমণক ‘ক্ষুদ্ৰ বিস্ফোৰণ’ বুলি ক’লে আৰক্ষীয়ে । ৰকেট চালিত গ্রেনেড আক্ৰমণত দপ্তৰৰ কাচৰ খিৰিকী তছনছ হৈ যায় যদিও, হতাহতৰ কোনো খবৰ নাই ।

ADVERTISEMENT

প্রাথমিকভাৱে, পথৰ পৰা সদৰ দপ্তৰত লক্ষ্য কৰি গ্রেনেডটো প্ৰক্ষেপ কৰা হৈছিল । ফৰেন্সিক বিশেষজ্ঞসকল তদন্তত নামিছে ।

মোহালি আৰক্ষীৰ তৰফৰ পৰা বিবৃতিত কোৱা হৈছে, ‘ছেক্টৰ ৭৭-ত এছএএছ নগৰত পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা সদৰ দপ্তৰত সন্ধিয়া প্ৰায় আঠ বজাত এটা সৰু বিস্ফোৰণ হয় । তাত বিশেষ কোনো ক্ষয়ক্ষতি হোৱা নাই । প্রবীন আৰক্ষী বিষয়াসকল ঘটনাস্থলত উপস্থিত হয় আৰু প্রাথমিক তদন্তৰ কাম আৰম্ভ কৰে । ফৰেন্সিক দলেও কাম আৰম্ভ কৰিছে ।’

मोहाली में हुए ब्लास्ट की जांच पुलिस कर रही है। जिसने भी हमारे पंजाब का माहौल खराब करने की कोशिश की उसे बख़्शा नहीं जाएगा।

— Bhagwant Mann (@BhagwantMann) May 10, 2022

ঘটনাৰ পাছতেই আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ছিল কৰিছে । সতর্কবার্তাও জাৰি কৰা হয় । ফৰেন্সিক ছায়েন্স লেবৰেটৰীৰ এটা দল ঘটনাস্থলত উপস্থিত হয় ।

এই বিষয়ত মুখ খুলিছে পঞ্জাৱৰ মুখ্যমন্ত্রীয়ে । টুইট কৰাৰ লগতে ভগৱন্ত মানে কয়, “ঘটনাত জড়িত সন্দেহত ইতিমধ্যে কে’বাজনকো গ্রেপ্তাৰ কৰা হৈছে । বাকীসকলকো দ্রুত আটক কৰা হ’ব ।”

এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক কয়, “ৰকেট চালিত গ্রেনেড বিস্ফোৰণ ঘটোৱা হৈছে । হতাহতৰ কোনো খবৰ নাই ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhagwant MannMohali BlastPunjabPunjab PoliceRocket Strike
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d