Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia-Ukraine Conflict : খাৰকিভত জয় ইউক্রেইনৰ, চাপত ৰাছিয়া

publisher by publisher
May 15, 2022
in International, News
Reading Time: 1 min read
0
Russia-Ukraine Conflict : খাৰকিভত জয় ইউক্রেইনৰ, চাপত ৰাছিয়া
1
SHARES
11
VIEWS
ShareShareShareShare

যুদ্ধক্ষেত্রত এতিয়াও অকলশৰেই যুঁজ দিছে ইউক্রেইনে । কিন্তু ৰাছিয়াৰ বাবে যুঁজ ক্রমশ কঠিন হৈ পৰিছে । ইউক্রেইনৰ অন্যান্য অঞ্চলৰ পৰা পিছুৱাই কেৱল পূৱ ইউক্রেইন দখলেই লক্ষ্য আছিল মস্কোৰ । কিন্তু তাতো মাৰিয়ুপ’লৰ বাহিৰে অন্য কোনো বৃহৎ চহৰ দখল কৰিব পৰা নাই তেওঁলোকে । ডনেৎস্ক আৰু লুহানস্কৰ সৰু সৰু অঞ্চলকে ধৰি আগ্রাসন আৰম্ভ কৰিছে তেওঁলোকে ।

ADVERTISEMENT

ইয়াৰ পাছত উত্তৰ-পূৱৰ বৃহৎ চহৰ খাৰকিভ দখলত নামে । কিন্তু পুনৰ ব্যর্থতা । খাৰকিভৰ যুদ্ধ জয় কৰে ইউক্রেইনে । চহৰৰ মেয়ৰ ইহৰ টেৰেকোভে জনাইছে, সমস্ত সেনা প্রত্যাহাৰ কৰিছে ৰাছিয়াই । ঘৰ এৰা বাসিন্দাসকলেও উভতিবলৈ আৰম্ভ কৰিছে । ইপিনে, যি নেটোক ৰোধ কৰা তেওঁলোকৰ যুদ্ধ-আৰম্ভণিৰ অন্যতম কাৰণ আছিল, তাৰো নিশ্চয়তা বাঢ়িছে ৰাছিয়াৰ ৰঙা চকু উপেক্ষা কৰি ।

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো বাৰ্তা ভাৰতৰ পৰা অহা নাই : ক্ৰেমলিন

ৰুছ ৰাষ্ট্ৰপতিৰ স’তে মূল বিৰোধী নেতাক সাক্ষাতৰ সুযোগেই নিদিলে

বিমানবন্দৰতে উষ্ণ আলিংগনেৰে পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছুইডেন আৰু ফিনলেণ্ডৰ নেটোত যোগ দিয়াৰ কথা চলিছে । তেওঁলোকে সেই পদক্ষেপ ল’লে যে পৰিণতি ভাল নহ’ব, সেয়া প্রকাশ্যেই ঘোষণা কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । এনে পৰিস্থিতিত ইউৰোপৰ প্ৰায় সমগ্ৰ দেশেই এই দুই দেশক সহযোগ কৰিছে । বিশেষকৈ ব্রিটেইন । ফিনিছ ৰাষ্ট্ৰপতি ছাউলি নিনিষ্টোৱে আজি ফোন কৰি পুটিনক জনায়, আগন্তুক কিছু দিনৰ ভিতৰতে তেওঁলোকে নেটোত যোগ দিয়াৰ আবেদন জনাব ।

তেওঁ পুটিনক জনাইছে, সম্প্রতি ইউক্রেইনত যিদৰে আগ্রাসন চলাইছে ৰাছিয়াই, ফলত ফিনলেণ্ডৰ নিৰাপত্তা পৰিস্থিতি সলনি হৈছে । নিনিষ্টোৱে কয়, ‘‘তেওঁৰ স’তে মুখামুখি আলোচনা হৈছে । ক’বলগীয়াখিনি স্পষ্টভাৱে জনাইছে । কোনো অতিৰিক্ত কথা নহয় । উত্তেজনা বঢ়োৱা কাম্য নহয় ।’’

নেটোত যোগ দিয়া সন্দৰ্ভত ৰাছিয়াই দীর্ঘ সময় ধৰি তাৰ প্রতিবেশী দেশসমূহক সতর্ক কৰি আহিছে । ১৯৪৯ৰ তৎকালীন ছোভিয়েত ইউনিয়নৰ বিৰুদ্ধে এই পশ্চিমীয়া সামৰিক জোঁট গঠন হৈছিল । কিন্তু ক্রমে তাৰ আকাৰ বাঢ়িছে । ইউক্রেইনৰ স’তে যুদ্ধ আৰম্ভণিৰ অন্যতম কাৰণ আছিল, দেশখনৰ নেটো আৰু ইউৰোপীয় ইউনিয়নত যোগ দিয়াৰ ইচ্ছা প্রকাশ । কিন্তু সেয়া ৰোধ কৰিবলৈ গৈ এতিয়া আৰু দুই ৰাষ্ট্র‌ই এই জোঁটত নাম অন্তৰ্ভুক্ত কৰিব লৈছে । প্ৰাপ্ত খবৰ অনুযায়ী, ফিনলেণ্ড আৰু ছুইডেন, দুই দেশেই নেটোত যোগ দিব ।

ইপিনে, বিশ্বৰ শক্তিশালী দেশসমূহৰ জোঁট জি-৭-এ ঘোষণা কৰিছে, ৰুছ আগ্রাসনৰ ফলাফল হিচাপে মস্কো ইউক্রেইনৰ নতুন সীমান্তৰেখা দেখাব বিচাৰিলে, তেওঁলোকে সেই মানত্য নিদিয়ে । জি-৭-ৰ সদস্য দেশসমূহৰ বৈদেশিক মন্ত্রীসকলৰ বৈঠকৰ পাছত আজি এটা বিবৃতি প্রকাশ কৰা হৈছে । বিবৃতিত কোৱা হৈছে, ‘‘সেনা প্ৰেৰণ কৰি ইউক্রেইনৰ সীমান্ত পৰিৱৰ্তনৰ চেষ্টা কৰিছে ৰাছিয়াই । কিন্তু আমি তেওঁলোকৰ সেই প্রচেষ্টাক কোনো কাৰণতেই মান্যতা নিদিওঁ । ইউক্রেইনৰ একতা আৰু সার্বভৌমত্বৰ সমর্থনত তেওঁলোকৰ স’তে থাকিব । ক্রাইমিয়াসহ তেওঁলোকৰ সমস্ত অংশৰ একতাক আমি সমর্থন জনাও‌ঁ ।’’

লগতে এইটোও জনোৱা হৈছে, ভৱিষ্যতে জি-৭-ৰ তৰফৰ পৰা আৰু সামৰিক সাহায্য প্ৰেৰণ কৰা হ’ব ইউক্রেইনক । জি-৭-ত আছে কানাডা, জার্মানী, ফ্রান্স, ইটালী, জাপান, ব্রিটেইন আৰু আমেৰিকা । এটা সময়ত এই গোষ্ঠীৰ স’তে ৰাছিয়াও জড়িত আছিল । কিন্তু ২০১৪ত ইউক্রেইনৰ হাতৰ পৰা ক্রাইমিয়া কাঢ়ি লোৱাৰ পাছত তেওঁলোকক বহিষ্কাৰ কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: G-7KharkivRussia Ukraine WarVladimir PutinVolodymyr Zelenskyy
publisher

publisher

Related Posts

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d