Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Arati Prabhakar : বাইডেনৰ শীর্ষ বিজ্ঞান উপদেষ্টা মনোনীত ভাৰতীয় বংশোদ্ভূত আৰতি প্রভাকৰ

publisher by publisher
June 22, 2022
in India, International, News
Reading Time: 1 min read
0
Arati Prabhakar : বাইডেনৰ শীর্ষ বিজ্ঞান উপদেষ্টা মনোনীত ভাৰতীয় বংশোদ্ভূত আৰতি প্রভাকৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

Joe Biden : চলিত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে

ভাৰতীয় বংশোদ্ভূত গৱেষক আৰতি প্রভাকৰক তেওঁৰ শীর্ষ বিজ্ঞান উপদেষ্টা হিচাপে মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন । বাইডেনৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰিছে আমেৰিকাৰ ভাৰতীয় সমাজে ।

ADVERTISEMENT

মঙলবাৰে ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘‘ডক্টৰ প্রভাকৰ এজন অসামান্য অভিযন্তা আৰু ফলিত পদার্থবিদ । তেওঁ এজন অত্যন্ত সন্মানীয় পণ্ডিত । তেওঁ বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত সামগ্রিক উন্নয়ন প্ৰকল্পত ‘অফিচ অৱ ছায়েন্স এণ্ড টেকন’লজি’ক যোগ্য নেতৃত্বদানৰ মাধ্যমত উৎকর্ষৰ দিশে আগুৱাই লৈ যাব । তেওঁ অসম্ভৱকো সম্ভৱ কৰিব পাৰে, এইটোৱে মোৰ বিশ্বাস ।’’

চেনেট মনোনয়নত ছিলমোহৰ দিলে আমেৰিকাৰ ইতিহাসত আৰতিয়ে হ’ব প্রথম অভিবাসী মহিলা যিয়ে ‘অফিচ অৱ ছায়েন্স এণ্ড টেকন’লজি পলিচি (অ’এছটিপি)’-ৰ প্রধান ডিৰেক্টৰ হ’ব । লগতে তেওঁ বাইডেন প্রশাসনত অন্যতম উচ্চশিক্ষিত ভাৰতীয় বংশোদ্ভূত ।

দিল্লীত জন্ম আৰতিৰ । তিনি বছৰ বয়সত মাতৃ-পিতৃৰ স’তে ভৰি দিয়ে আমেৰিকাত । প্রথমে গন্তব্য আছিল ছিকাগো । তাৰ পাছত আৰতিৰ বয়স ১০ বছৰ হ‌ওঁতে, তেওঁলোকে স্থায়ীভাৱে টেক্সাছত গুচি যায় । ‘টেক্সাছ টেক ইউনিভাৰ্ছিটি’ৰ পৰা আৰতি ইলেক্ট্রিকেল ইঞ্জিনিয়াৰিঙত স্নাতক হয় । প্রথম মহিলা হিচাপে আৰতিয়ে ‘কেলিফ’র্নিয়া ইনষ্টিটিউট অৱ টেকন’লজি’ৰ পৰি ফলিত পদার্থবিদ্যাত পিএইছডি কৰে । সেই শিক্ষা প্রতিষ্ঠানতেই তেওঁ ইঞ্জিনিয়াৰিঙত এমএছ কৰে । বর্তমান ষ্টেনফ’র্ডৰ চেন্টাৰ ফৰ এডভান্সড ষ্টাডি আৰু ইন্সষ্টিটিউট অৱ ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিক্স ইঞ্জিনিয়াৰ্ছৰ ফেল’ আৰু নেছনেল একাডেমি অৱ ইঞ্জিনিয়াৰিঙৰ সদস্য আৰতিয়ে এইলিকন ভেলিতো কাম কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arati PrabhakarJoe BidenThe White House
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d