Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

আশ্ৰয়দাতাই আশ্ৰয় ল’ব ক’ত ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
August 8, 2022
in Opinion
Reading Time: 1 min read
0
আশ্ৰয়দাতাই আশ্ৰয় ল’ব ক’ত ?
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

সংসদ অথবা চৰকাৰৰ দৰে সংবাদ মাধ্যমৰ প্ৰতি আস্থা হ্ৰাস পোৱাৰ সময়ত শেষ আশ্ৰয় বিচাৰি ন্যায়পালিকাৰ দ্বাৰস্থ হৈছে ভুক্তভোগী ৰাইজ । বিধানমণ্ডল আৰু কাৰ্যপালিকাই যে দেশত সততে ন্যস্তস্বাৰ্থহে পূৰণ কৰি আহিছে সি দিনৰ পোহৰৰ দৰে সত্য হৈ পৰিছে । একেদৰেই সম্প্ৰতি সংবাদ মাধ্যমো যে গণতান্ত্ৰিক পৰম্পৰাত নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আঁতৰি আহি বিশেষ স্বাৰ্থজড়িত প্ৰচাৰৰ আহিলাত পৰিণত হৈছে, তাক আৰু অস্বীকাৰ কৰাৰ উপায় নাই । গতিকে শোষিত-বঞ্চিত-নিপীড়িতৰ বাবে ন্যায়পালিকাই একমাত্ৰ আশাৰ থলী হৈ পৰিছে । এনে আস্থাই এশ এবুৰি প্ৰত্যাহ্বানৰ মাজতো আমাৰ গণতন্ত্ৰক সক্ৰিয় কৰি ৰাখিছে ।

ADVERTISEMENT

ৰাইজৰ হৈ ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বাবে ঘোষিত গণতন্ত্ৰ কেইজনমান ক্ষমতাশালী লোকৰ দ্বাৰাহে পৰিচালিত হৈছে । কোনোবাই এই ক্ষেত্ৰত বিজেপিক, আন কোনোবাই কংগ্ৰেছক অথবা আন কোনো দলক আঙুলিয়াব পাৰে; কিন্তু ফৰ্মূলা সকলোতে একেই । কেৱল সমুখৰ মুখাখনহে ভিন ভিন । ইয়াত জনগণ অৰ্থাৎ ৰাইজৰ দৰাচলতে কোনো ভূমিকা নাই । জনতা ক্ৰমশঃ ৰিম’ট কণ্ট্ৰ’লড্‌ পুতলাত পৰিণত হৈছে । আঁতৰৰ পৰা মুষ্টিমেয় চক্ৰই চাবি পকাই ইয়াক চলাই আছে । কোনটো পুতলাই কেতিয়া কোন দিশে ঘূৰিব তাক চাবি দিয়াজনেহে নিৰ্ধাৰণ কৰি দিয়ে । বিধানমণ্ডল আৰু কাৰ্যপালিকাই ইটো আনটোৰ পৰিপূৰকৰূপে অৱতীৰ্ণ হৈছে– নিজ নিজ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে । এই দুটা স্তম্ভৰ এনে সন্ধিয়ে গণতন্ত্ৰক ক্ৰমশঃ ভাওনালৈ ৰূপান্তৰিত কৰিছে । এনে পৰিপ্ৰেক্ষিতত ন্যায়পালিকাৰ ওপৰত অপৰিসীম দায়িত্ব আহি পৰিছে । তাৰ লগে লগে ন্যায়পালিকাৰ অৱস্থানক লৈও বিভিন্ন প্ৰশ্ন আৰু সংশয়ৰ সৃষ্টি হৈছে । এনে পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ ন্যায়পালিকাৰ স্বাস্থ্যক লৈও পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

ভাৰতৰ ন্যায়পালিকাই সাধাৰণতে সন্মানজনক স্থানেই অধিকাৰ কৰি আহিছে যদিও বিভিন্ন সময়ত বিতৰ্কৰ সন্মুখীন নোহোৱাকৈ থকা নাই । ফলস্বৰূপে বহু সময়ত সমালোচনাৰো পাত্ৰ হ’বলগীয়া হৈছে । কেৱল বাহিৰৰ পৰাই নহয়, আনকি আইনী সম্প্ৰদায়ৰ পৰাই অসন্তুষ্টিৰ প্ৰকাশ ঘটিছে । দেশৰ বহু অধিবক্তা, আইনজ্ঞৰ লগতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশেও নাগৰিকৰ অধিকাৰৰ সুৰক্ষা আৰু আইন প্ৰয়োগৰ ক্ষেত্ৰত ন্যায়পালিকা ব্যৰ্থ হোৱা বুলি সমালোচনা কৰা পৰিলক্ষিত হৈছে । এনে সমালোচকসকলৰ মতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপত নিয়ন্ত্ৰণ আৰু সন্তুলন ৰক্ষা নিশ্চিত কৰিব পৰা নাই । চৰকাৰক অসুবিধাত পেলাব পৰা অথবা চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ কোনো ৰায়দান দিব পৰা নাই । ফলস্বৰূপে সৰ্বোচ্চ ন্যায়ালয় ক্ৰমশঃ কাৰ্যবাহী আদালতলৈ পৰ্যবসিত হৈছে বুলিও অসন্তুষ্টিৰ সৃষ্টি হৈছে । চৰকাৰী পক্ষৰ পদক্ষেপক সততে সেউজ সংকেত প্ৰদান কৰা হয় বুলি সমালোচিত হৈছে । যিহেতু ভাৰতৰ আদালতসমূহ নিষ্পত্তিবিহীন গোচৰেৰে ভৰি পৰি আছে, গতিকে আদালতৰ সময়ৰ অভাৱৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি । গতিকে বহু সময়ত ইয়াৰ অজুহাতত চৰকাৰক অসুবিধাত পেলাব পৰা গোচৰ উপযুক্ত সময়ত গ্ৰহণৰ পৰা বিৰত থকাও পৰিলক্ষিত হৈছে ।

গতিকে ন্যায়পালিকাই সম্পূৰ্ণৰূপে নিৰপেক্ষতা অৱলম্বন কৰিছে বুলি মানি ল’বলৈ বহুতৰে আপত্তি; বৰঞ্চ ন্যায়াধীশসকলক যথেষ্ট চাপত ৰখা যেনেই অনুভৱ হয় । এইখিনিতে অসমৰ এটি উদাহৰণ দাঙি ধৰিব পাৰি । গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনাৰ পথত আৰক্ষীৰ বাহনতে এগৰাকী মহিলা আৰক্ষী বিষয়াক তেওঁ অশালীন আচৰণ কৰা বুলি গোচৰ ৰুজু কৰা হৈছিল । বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে সেই গোচৰৰ শুনানিত ৰাজ্যৰ শেহতীয়া কেতবোল ঘটনাত আৰক্ষীৰ ভূমিকাক লৈ পৰ্যবেক্ষণ দাঙি ধৰিছিল । ৰাজ্যত বিগত প্ৰায় এবছৰ কালত আৰক্ষীৰ দ্বাৰা সংঘটিত তথাকথিত ‘সংঘৰ্ষ’ক লৈ ন্যায়াধীশগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছিল ।

সেই সম্পৰ্কে সংবাদ মাধ্যমত বিস্তৃতভাৱে প্ৰকাশ পোৱাৰ পাছতে চৰকাৰে সত্ৰ আদালতৰ পৰ্যবেক্ষণ গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ সলনি তাত উচ্চ ন্যায়ালয়ৰ দ্বাৰা ততাতৈয়াকৈ স্থগিতাদেশ জাৰিতহে উঠিপৰি লাগিল । এই ক্ষেত্ৰত চৰকাৰৰ যুক্তি হ’ল– আদালতৰ এনে বক্তব্যই আৰক্ষীৰ মনোবল হ্ৰাস কৰিব । ইয়াৰ দ্বাৰা আইন ক্ষেত্ৰলৈ এই ইংগিতেই প্ৰেৰণ কৰা হ’ল যে চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে মত প্ৰকাশ কৰা নচলিব । ই পৰৱৰ্তি পৰ্যায়ত কেনে প্ৰভাৱ বিস্তাৰ কৰিব তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । চৰকাৰে এনেদৰেই প্ৰতিটো ক্ষেত্ৰত বিভিন্ন কৌশলেৰে ন্যায়ালয়ৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে । এনে পৰিপ্ৰেক্ষিতত ভুক্তভোগীয়ে ন্যায় পাবনে ? নাগৰিকৰ অন্তিম আশ্ৰয়দাতা ন্যায়পালিকায়েই বা ক’ত আশ্ৰয় ল’বগৈ ?

লক্ষ্যণীয় যে ভাৰতত আজি প্ৰায় পাঁচ কোটি গোচৰ বিভিন্ন আদালতত নিষ্পত্তি নোহোৱাকৈ পৰি আছে । সংসদৰ চলিত অধিবেশনত আইন মন্ত্ৰীয়ে দাঙি ধৰা তথ্য অনুসৰি ইয়াৰে প্ৰায় ৭১ হেজাৰ গোচৰ আছে স্বয়ং উচ্চতম ন্যায়ালয়ত । আনহাতে, যোৱা জুলাই পৰ্যন্ত দেশৰ ২৫খন উচ্চ ন্যায়ালয়ত ৫৯,৫৭,৪৫৪টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে । ইয়াৰে সৰ্বাধিক ১০,২৬,৪১৭টা গোচৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ । এনেদৰে ওলমি থকা গোচৰৰ সংখ্যা বৃদ্ধিৰ ভয়াৱহতা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ এক বক্তব্যৰ পৰাই উমান পাব পাৰি । এবছল পূৰ্বে তেওঁ আইন দপ্তৰৰ দায়িত্ব গ্ৰহণৰ সময়ত অমীমাংসিত গোচৰৰ সংখ্যা চাৰি কোটিতকৈ সামান্য কম আছিল; কিন্তু এই এবছৰতে এই সংখ্যা পাঁচ কোটিলৈ বৃদ্ধি পালে । গতিকে পৰিস্থিতি কিমান ভয়াৱহ তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।

এবছৰত এক কোটিকৈ নিষ্পত্তিবিহীন গোচৰৰ সংখ্যা বৃদ্ধি মানেই আগন্তুক সময়ছোৱাত পৰিস্থিতিয়ে কেনে ৰূপ ধাৰণ কৰিব পাৰে সেয়া কল্পনা কৰাটোও কঠিন । এতিয়াই জৰুৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব তাক কোৱা বাহুল্য মাথোন । মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে ভাৰতৰ আদালতত একোগৰাকী বিচাৰপতিয়ে প্ৰতিদিনে গড়ে ৪০টাৰ পৰা ৫০টালৈ গোচৰৰ শুনানি গ্ৰহণ কৰে; অথচ ইয়াৰ বিপৰীতে ইংলেণ্ডত প্ৰতিদিনে গড়ে মাত্ৰ তিনিটাৰ পৰা চাৰিটা গোচৰতহে ৰায়দান কৰে । এনে নিষ্পত্তিহীন গোচৰৰ সংখ্যা বৃদ্ধিৰ বাবেই দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকাসকলৰ ৬০ শতাংশই বিচাৰাধীন অভিযুক্ত । ন্যায় লাভৰ অবিহনেই মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ সেইসকলে কাৰাগাৰতে পচিছে । ইয়াৰ সকলোৱেই যে দুৰ্ধৰ্ষ অপৰাধী সি নহয়, বৰঞ্চ তাৰে বৃহৎ সংখ্যকেই নিৰপৰাধী হৈও বন্দী জীৱন কটাবলগীয়া হৈছে বিলম্বিত আইনী প্ৰক্ৰিয়াৰ কাৰণে ।

অকল সেয়ে নহয়, ভাৰতত ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াটোও যথেষ্ট সমালোচনাৰ সন্মুখীন হৈ আহিছে । ন্যায়াধীশৰ নিযুক্তি, বদলি আৰু পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপক লৈ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে । এনে হস্তক্ষেপে পৰৱৰ্তী পৰ্যায়ত ন্যায়াধীশসকলৰ কৰ্মক্ষেত্ৰত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰাটো তেনেই স্বাভাৱিক । কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে বাছনি কৰা হৈছিল যদিও এবছৰৰো অধিক কাল তেওঁৰ নিযুক্তি ওলমাই ৰখা হ’ল; কাৰণ তেওঁ সংশোধিত নাগৰিকৰ আইন (‘কা’)— বিৰোধী এখন আলোচনাচক্ৰত অংশ লৈছিল । অৱশেষত অধ্বিক্তাগৰাকীয়ে বিৰক্ত হৈ সেই বাছনিৰ প্ৰতি তেওঁৰ সন্মতি প্ৰত্যাহাৰ কৰে ।

উচ্চ আদালতসমূহৰ দৰেই নিম্ন আদালতসমূহেও চৰকাৰ তথা শক্তিশালী পক্ষসমূহৰ আগ্ৰাসনৰ পৰা নাগৰিকৰ আইনী অধিকাৰ ৰক্ষাৰ বাবে যথোচিতভাৱে সক্ৰিয় হোৱা নাই বুলিও অসন্তুষ্টি প্ৰকাশ পাইছে । নিম্ন আদালতৰ বিচাৰকসকলে তেনেই যান্ত্ৰিকভাৱে আইন প্ৰয়োগ কৰি দায়িত্ব সামৰিছে; কিয়নো উচ্চ আদালতৰ লেখীয়াকৈ তেওঁলোকৰ বাবে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থাৰো অভাৱ । গতিকে তেওঁলোক সততে জটিলতাৰ পৰা আঁতৰি থাকিব বিচাৰে; কিন্তু এই কথা ঠিক যে ন্যায়পালিকাৰ কাৰ্যকলাপৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূমিকাই চূড়ান্ত । ইতিমধ্যে উল্লেখ কৰা হৈছে যে ন্যায়পালিকা শেহতীয়াভাৱে আইনী সম্প্ৰদায়ৰ পৰাই যথেষ্ট সমালোচিত হৈছে ।

২০১৮ত তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কাৰ্যত ক্ষুণ্ণ হৈ উচ্চতম ন্যায়ালয়ৰ চাৰিগৰাকী জ্যেষ্ঠতম ন্যায়াধীশে দেশত প্ৰথমবাৰলৈ এক সংবাদমেল আহ্বান কৰাৰ কথা কোনে পাহৰিব ? জ্যেষ্ঠতম সতীৰ্থ চাৰিগৰাকী ন্যায়াধীশে মুকলিকৈ সমালোচনা কৰিছিল যে মুখ্য ন্যায়াধীশ মিশ্ৰই আইনী নীতি-নিয়ম ভংগ কৰিছে । তাৰ পাছৰে পৰা অধিক সংখ্যক ন্যায়াধীশ তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সময়ে সময়ে ন্যায়পালিকাৰ ভূমিকাক লৈ সৰৱ হৈ আহিছে । গতিকে ন্যায়পালিকাৰ ভূমিকাক লৈ ইয়াৰ ভিতৰ চ’ৰাতেই যে অসন্তুষ্টি বিদ্যমান– সেয়া স্পষ্ট । তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত একাংশ ন্যায়াধীশৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈ আহিছে । আনকি অৱসৰ গ্ৰহণৰ পাছতে একাংশ ন্যায়াধীশে চৰকাৰৰ পৰা লোভনীয় পদত অধিষ্ঠিত হোৱাৰ বিষয় লৈও বহুতেই আঙুলিওৱাৰ সুযোগ লাভ কৰিছে ।

লক্ষ্যণীয়ভাৱে চৰ্চিত হোৱাৰ দৰে চৰকাৰক অসুবিধাত পেলাব পৰা ৰায়দানৰ পৰা বিৰত থাকিলেও উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি কালত কেতবোৰ প্ৰসংগ উত্থাপন কৰি ৰাজহুৱা বিতৰ্কৰ সুযোগ উলিয়াই দিয়া পৰিলক্ষিত হৈছে । ইয়াৰ জৰিয়তে উল্লেখিত বিষয়সমূহত জনমত গঠনৰ সুযোগ প্ৰদান কৰা হৈছে, যাতে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিব পৰা যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Judiciarypranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d