Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

King Charles : ছয় মে’ত ৰাজঅভিষেক হ’ব ৰজা তৃতীয় চার্লছৰ

publisher by publisher
October 13, 2022
in International, News
Reading Time: 1 min read
0
King Charles : ছয় মে’ত ৰাজঅভিষেক হ’ব ৰজা তৃতীয় চার্লছৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ

Bindabani Bastra:আনিবলৈ আজি চুক্তি ব্রিটিছ মিউজিয়ামৰে

King Charles : ৰজা হোৱাৰ আঠ মাহ পাছত, আগন্তুক বছৰৰ ছয় মে’ত, ৰাজঅভিষেক হ’ব ব্রিটেইনৰ ৰজা তৃতীয় চার্লছৰ । বাকিংহাম প্রাসাদৰ তৰফৰ পৰা এটা বিবৃতি জাৰি কৰি জনাইছে, সেইদিনাখন আনুষ্ঠানিকভাৱে ‘কুইন কনছর্ট’ ঘোষণা কৰা হ’ব চার্লছৰ পত্নী কেমিলাকো ।

ADVERTISEMENT

প্রথামাফিক, ৱেষ্টমিনষ্টাৰ এবিত এই অনুষ্ঠানৰ দায়িত্বত থাকিব আর্চবিছপ অৱ কেন্টাৰবেৰি। । বাকিংহামৰ বিবৃতিত জনোৱা হৈছে, ঐতিহ্যৰ শিখৰ অটুট ৰাখিও কেনেদৰে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৰজাই তেওঁৰ ভূমিকা পালন কৰিব, তাৰেই প্রতিফলন থাকিব সেইদিনাৰ অনুষ্ঠানত ।

১৯৫৩ত ৰাণী দ্বিতীয় এলিজাবেথৰ অভিষেকৰ অনুষ্ঠানতকৈ ‘সৰু’ হ’ব চার্লছৰ অভিষেক-অনুষ্ঠান । ৰাণীৰ অভিষেকৰ অনুষ্ঠানত আছিল আঠ হেজাৰ অতিথি । তিনি ঘণ্টাৰো অধিক সময় ধৰি অনুষ্ঠান চলিছিল । অৱশ্যে ছয় মে’ত দুহেজাৰতকৈ অধিক অতিথিৰ সমাগম নহ’ব । অনুষ্ঠানৰ সময়ো এঘণ্টাৰ ভিতৰত বান্ধি দিয়া হৈছে ।

প্রাপ্ত তথ্য অনুসৰি, ৭০ বছৰ পূৰ্বে যে শৈলীৰে ৰাণী দ্বিতীয় এলিজাবেথৰ অভিষেক হৈছিল, এতিয়া সেইদৰে অনুষ্ঠান কৰিলে নানা প্রশ্ন উত্থাপন হ’ব পাৰে । সাত দশকত এখন ৰাষ্ট্রৰূপে ব্রিটেইন বহু সলনি হৈছে । চার্লছৰ ৰাজভিষেকতো সেই পৰিৱর্তনৰ আভাস থকা জৰুৰী । তদুপৰি, অতিমাৰী-পৰৱর্তী এই সময়ত দেশৰ অনেকেই অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত অতিৰিক্ত জাক-জমক কৰি ৰাজঅভিষেক হ’লে নতুন ৰজাৰ সংবেদনশীলতাকলৈও প্রশ্ন উঠিব পাৰে । অৱশ্যে সম্পূৰ্ণ ঐতিহ্য মতেই এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি ৰাজপৰিয়ালৰ ঘনিষ্ঠ সূত্রে জনাইছে ।

অভিষেকৰ সময়ত ৰজাৰ কপালত, বুকু আৰু হাতত লগোৱা হ’ব পৱিত্র তেল । তাৰ পাছত তেওঁৰ হাতত তুলি দিয়া হ’ব সোণৰ গোলক, যিয়ে সমগ্ৰ বিশ্বত খ্রিষ্টধর্মৰ আধিপত্যৰ প্রতীকৰূপে গণ্য কৰা হয় । তেওঁক ৰাজ আঙুঠি পিন্ধোৱা হ’ব, দিয়া হ’ব ৰাজদণ্ড । তাৰ পাছত মূৰত পিন্ধাই দিয়া হ’ব ৰাজমুকুট । অভিষেকৰ দিনা চার্লছে চেন্ট এডৱার্ডছ ক্রাউন পৰিধান কৰিব, যিটো ১৬৬১ত দ্বিতীয় চার্লছৰ বাবে তৈয়াৰ কৰা হৈছিল ।

কুইন কনছর্ট কেমিলাৰো সেইদিনাখনেই অভিষেক হ’ব । ৰাণী দ্বিতীয় এলিজবেথৰ মাতৃয়ে পৰিধান কৰা কহিনুৰ থকা মুকুট পৰিধান কৰিব তেওঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KING CHARLESSIIILondon
publisher

publisher

Related Posts

আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?
India

September 12, 2026
বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!
International

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!

September 12, 2026
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন
Assam

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

September 12, 2026
Assam

September 12, 2026
Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা
Assam

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

September 12, 2026
Assam

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d