Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতত বৃদ্ধি পাইছে নগদ ধনৰ চাহিদা, ১৫ দিনতে বাঢ়িল ১২ শতাংশ লেনদেন

publisher by publisher
May 7, 2026
in India, News
Reading Time: 1 min read
0
ভাৰতত বৃদ্ধি পাইছে নগদ ধনৰ চাহিদা, ১৫ দিনতে বাঢ়িল ১২ শতাংশ লেনদেন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

সৰ্বকালৰ অভিলেখ ভংগ : এক ডলাৰৰ মূল্য ৯৪.২৩ টকা হ’ল

এক ডলাৰৰ দাম হ’ল ৯২.১৮ টকা, বয়-বস্তুৰ মূল্য অধিক বৃদ্ধিৰ শংকা

ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯২ টকা হ’ল

গুগল পে’ৰ দৰে নগদবিহীন লেনদেন সেরাযুক্ত ইউপিআই এপসমূহৰ প্ৰচুৰ জনপ্রিয়তাৰ পাছতো দেশত বৃদ্ধিহে পাইছে নগদ ধনৰ চাহিদা। এনে কাৰণতে যোৱা এপ্ৰিলৰ প্ৰথম ১৫ দিনতে দেশত নগদ ধনৰ প্রচলন ১২ শতাংশ অর্থাৎ ৬১০ অর্বুদ কোটিৰো অধিক বৃদ্ধি পায়।

ADVERTISEMENT

এই তথ্য প্রকাশ কৰিছে ভাৰতীয় বিজার্ভ বেংকে। লক্ষ্যণীয়ভাৱে সম্প্রতি অধিকাংশ লোকেই নগদবিহীন লেনদেনৰ প্রতি আগ্রহ প্রকাশ কৰিবলৈ ধৰিছে। আনকি গাঁৱে-ভূঞে, দোকানে-বজাৰে এনে সুবিধা উপলব্ধ হৈছে।

তৎসত্ত্বেও স্বয়ং বিজার্ভ বেংকৰ তথ্যই নগদ ধনৰ চাহিদা বৃদ্ধি পোৱা বুলি কৈছে। যোৱা মাহৰ প্ৰথম ১৫ দিনতে ৬১০ অর্বুদ কোটিৰো অধিক টকাৰ নগদ লেনদেন বৃদ্ধি পোৱাত সম্প্রতি দেশত নগদ ধনৰ লেনদেন ৪২.৩ লাখ টকালৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে ২০১৬ৰ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ অন্যতম উদ্দেশ্য আছিল নগদ ধনবিহীন লেনদেনৰ উৎসাহ যোগোৱা। তৎসত্ত্বেও বিগত সময়ত নগদ ধনৰ লেনদেন অধিকহে বৃদ্ধি পোৱা দেখা গৈছে।

এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰুপ মুখ্য অর্থনৈতিক উপদেষ্টা সৌম্যকান্তি ঘোষে কয় যে ঋণৰ সুতৰ হাৰ নিম্ন হৈ থকাৰ বাবে দেশত বিশেষকৈ গ্রামাঞ্চলসমূহত নগদ লেনদেনৰ পৰিমাণ বৃদ্ধি পাইছে। কাৰণ ঋণৰ সুতৰ হাৰ কম হোৱাৰ বাবে মানুহৰ মাজত ধন খৰচৰ প্ৰৱণতা বৃদ্ধি পাইছে বুলি ঘোষে মন্তব্য কৰিছে।

অৱশ্যে নগদ ধনৰ লেনদেন বৃদ্ধি অব্যাহত থাকিলে বেংক ব্যৱস্থাটোত নগদ ধনৰ নাটনি সৃষ্টিৰো আশংকা আছে। এনে পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে ৰিজার্ভ বেংকে আর্থিক কাম-কাজ অব্যাহত ৰখাৰ বাবে সহায়ক পদক্ষেপ গ্রহণ কৰিছে। এই সন্দর্ভত অর্থনীতিবিদ সাক্ষী গুপ্তাই কয়, ‘মুদ্রাস্ফীতি আৰু গ্রামাঞ্চলত চাহিদা বৃদ্ধিৰ ফলত যদি নগদ লেনদেন বৃদ্ধি পাই থাকে, তেন্তে ইয়ে বেংক ব্যৱস্থাটোত নগদ ধনৰ নাটনি সৃষ্টিৰ আশংকা আছে।’

অর্থনীতিবিদগৰাকীৰ এনে মন্তব্যৰ দ্বাৰা এই কথাও স্পষ্ট হৈছে যে বয়-বস্তুৰ মূল্যবৃদ্ধিৰ ফলতো নগদ ধনৰ লেনদেন বৃদ্ধি পাবলৈ ধৰিছে। উল্লেখ্য যে যোৱা মাৰ্চত ৰিজার্ভ বেংকে প্ৰকাশ কৰা অনুসৰি, বেংকসমূহে ০.৬ শতাংশৰ পৰা ১.২ শতাংশ নগদ ধন জমা ৰাখিব লাগে। একেদৰে আন এজন অর্থনীতিবিদে কয় যে বিগত সময়ত জিডিপি বৃদ্ধিৰ ফলত দেশত নগদ ধনৰ লেনদেন বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DollarRupee
publisher

publisher

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d