Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Tata :মহিলাই চলাব টাটাৰ এই বৃহৎ কাৰখানা : সংযুক্ত হ’ব ৪৫ হাজাৰ মহিলা

publisher by publisher
November 4, 2022
in India, Tech
Reading Time: 2 mins read
0
Tata :মহিলাই চলাব টাটাৰ এই বৃহৎ কাৰখানা : সংযুক্ত হ’ব ৪৫ হাজাৰ মহিলা
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

দেশত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ তামিলনাডু আৰু পশ্চিমবঙ্গত আঠ জন আটক

ডেৰশৰো অধিক ডিগ্ৰী আহৰণ কৰা এজন অধ্যাপকৰ বিস্ময়কৰ কাহিনী

জাত-পাতৰ নামত তামিলনাডুৰ এখন জিলাত এবছৰতে সংঘটিত হ’ল ২৪০ টা হত্যাকাণ্ড

Tata :

ভাৰতৰ অন্যতম উদ্যোগপতি ৰতন টাটা বুলিলেই মনলৈ আহে ব্যৱসায়ৰ লগতে তেওঁৰ সামাজিক দায়বদ্ধতাৰ কথা । টাটা এনে এজন ব্যক্তি যি ব্যৱসায়ৰ সমান্তৰালকৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ কথা চিন্তা কৰি আহিছে । সদ্য তেওঁ অন্য এটা ব্যৱসায়ৰ কথা পৰিকল্পনা কৰিছে ।

টাটা গোটে সিদ্ধান্ত লৈছে যে, তামিলনাডুৰ হোচুৰ জিলাত অৱস্থিত ইলেকট্ৰনিক কাৰখানাত অধিক কৰ্মসংস্থাপন বৃদ্ধি কৰিব । খবৰ অনুসৰি, উক্ত কাৰখানাত আগন্তুক দুটা বছৰত ৪৫ হাজাৰ কৰ্মচাৰী নিয়োগ কৰিব । পৰিকল্পনা অনুযায়ী এই নতুন কাৰখানাত নিৰ্মাণ কৰা হ’ব আইফোনৰ যন্ত্ৰাংশ ।

ADVERTISEMENT

অৰ্থাৎ কাৰখানাটোত ইলেকট্ৰনিক যন্ত্ৰাংশও তৈয়াৰ কৰা হ’ব । ইতিমধ্যে চীনে কৰ’নাৰ বিধি নিষেধৰ বাবে এপল’ ৰ উৎপাদন বন্ধ কৰি দিছে । যাৰবাবে এতিয়া ভাৰতে আইফোন এপল উৎপাদন বৃদ্ধিৰ ওপৰত জোৰ দিছে । সেই উদ্দেশ্যে দেশীয় কোম্পানীবোৰ সম্প্ৰসাৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।

খবৰ অনুসৰি , টাটা গোটে এপল’ৰ কামৰ বাবে বেছি অৰ্ডাৰ পোৱাৰ কাৰণে নিজৰ কাৰখানা বঢ়াই তুলিছে আৰু ১৮ ৰ পৰা ২৪ মাহৰ ভিতৰত প্ৰায় ৪৫,০০০ চাকৰি নিয়োগ কৰিব টাটা গোটে । উল্লেখ্য যে , টাটাৰ এই কোম্পানীসমূহত মহিলাৰ কৰ্ম সংস্থাপন বেছি হ’ব ।

টাটাৰ এই পৰিকল্পনা ৫০০ একৰ অঞ্চলজুৰি বিস্তৃত হৈ থাকিব । য’ত বৰ্তমান কৰ্মচাৰীৰ সংখ্যা হৈছে ১০,০০০ আৰু বেছিভাগেই মহিলা কৰ্মচাৰী । বিগত মাহত এই কাৰখানাত পাঁচ হাজাৰ মহিলা কৰ্মচাৰী নিয়োগ কৰা হৈছে । উল্লেখ্য যে, কাৰখানাৰ সকলো কৰ্মচাৰীক খোৱা আৰু বাসস্থানৰ সুবিধা প্ৰদান কৰা হৈছে ।

ভাৰতে মেনুফ্যেকচাৰিং বঢ়ালেও কিন্তু আইফোন উৎপাদন যথেষ্ট কম । যাৰবাবে এইবাৰ টাটা গোটে আইফোনৰ উৎপাদন বঢ়োৱাত ধ্যান দিছে । ইতিমধ্যে টাটা গোটে ভাৰতত আইফোন তৈয়াৰ কৰিবলৈ উইষ্টৰণৰ লগত যৌথ উদ্যোগ ল’বৰ কাৰণে আলোচনা আৰম্ভ কৰিছে ।

ইফালে এপুল’ ৰ পৰা আৰু অৰ্ডাৰ পোৱাৰ আশাত টাটা গোটে প্ৰতিটো ক্ষেত্ৰতে প্ৰস্তুতি বঢ়াই তুলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Electronic factoryNew ApponitmentRatan TataTAMIL NADUTata Group
publisher

publisher

Related Posts

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d