Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Birthday Celebration : শ্মশানত জন্মদিন উদযাপন ! কটা হ’ল কেক

publisher by publisher
November 24, 2022
in India, News
Reading Time: 2 mins read
0
Birthday Celebration : শ্মশানত জন্মদিন উদযাপন ! কটা হ’ল কেক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Maharasta Factory Fire:মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড

Bharat Ratna Dr Bhupen Hazarika Birthday :আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

Birthday Celebration : শিক্ষাবিদ লেখিকা অহল্যা গগৈৰ ৯১ সংখ্যক জন্মদিনত আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা অগ্ৰদূতৰ কাৰ্যালয়ত

Birthday Celebration :

বহুলোকে বিভিন্ন ধৰণে নিজৰ জন্মদিন উদযাপন কৰে। কিছুলোকে নিজৰ ঘৰত উদযানৰ কৰে আৰু কিছুয়ে হোটেলত । সাধাৰণতে, ঘৰত জন্মদিন উদযাপন কৰাটো অধিক লক্ষণীয়।

হোটেল আৰু ঘৰত জন্মদিন উদযাপনৰ বিষয়টো কোনো অজ্ঞাত নহয়। কিন্তু আপুনি কেতিয়াবা শ্মশানত জন্মদিন পালন কৰাৰ কথা শুনিছেনে ?

ADVERTISEMENT

এনে এটা ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেত । সংবাদ সংস্থা পিটিআইৰ মতে, শ্মশানত জন্মদিন উদযাপন কৰা ব্যক্তিজনৰ নাম গৌতম ৰতন মোৰে।

থানেৰ বাসিন্দা গৌতমে ১৯ নৱেম্বৰত তেওঁৰ ৫৪ তম জন্মদিন উদযাপন কৰে । তেওঁ নিজৰ জন্মদিন উদযাপন কৰিবলৈ কোনো হোটেল বা লজ বুক কৰা নাই । আনকি তেঁও নিজৰ ঘৰতো জন্মদিন উদযাপনৰ কৰা নাই ।

তেওঁ জীৱনৰ এই পৱিত্ৰ দিনটো উদযাপন কৰিবলৈ গৌতমে মোহনী শ্মশান বাছনি কৰে ।

অতিথি, বন্ধুবৰ্গ আৰু পৰিয়ালক শ্মশানলৈ নিমন্ত্ৰণ কৰে গৌতমে । প্ৰথমে, গৌতমৰ অদ্ভুত আজৱ কাণ্ড দেখি সকলোৱে আচৰিত হয় । ঘৰ , হোটেল থাকিও হঠাৎ জন্মদিন উদযাপন কৰিবলৈ শ্মশান কিয় বাছি ল’লে গৌতমে ?

সংবাদ মাধ্যমক ‘বাৰ্থডে মেন’য়ে জনাই যে তেওঁ সমাজৰ অন্ধবিশ্বাস আঁতৰাব বিচাৰে। প্ৰখ্যাত সমাজকৰ্মী সিন্ধুতাই ছপকাল আৰু যুক্তিবাদী প্ৰয়াত নৰেন্দ্ৰ দাভোলকাৰ তেওঁৰ অনুপ্ৰেৰণা।

এই দুজন ব্যক্তিয়ে ক’লা যাদু, অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়ে । আৰু তেওঁলোকে দেখুওৱা পথ অনুসৰণ কৰি সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাব বিচাৰে। গৌতমে দাবী কৰে যে শ্মশানত ‘ভূত’ আছে বুলি বিশ্বাস ভংগ কৰিবলৈ তেওঁ এই অনুষ্ঠানটো আয়োজন কৰিছে।

গৌতমৰ জন্মদিন উদযাপন কৰিবলৈ মোহনী শ্মশানত ৪০ গৰাকী মহিলা আৰু শিশু সহ মুঠ ১০০ জন লোক উপস্থিত হয়। ধুমধামেৰে কটা হয় কেক। শ্মশানত খাদ্যৰ ব্যৱস্থাও কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Birthday CelebrationGautamMahasabhaMohini CremationThane
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d