Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

RBI : ১,০৭,৭২০ কোটিৰ ধাৰ অসমৰ, বছৰি পৰিশোধ কৰিবলগীয়া সুদ ৭০৬৪ কোটিলৈ বৃদ্ধি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত অসমৰ অৰ্থনীতিৰ উদ্বেগজনক অৱস্থা প্ৰকাশ

publisher by publisher
November 25, 2022
in India, Assam, News
Reading Time: 1 min read
0
RBI : ১,০৭,৭২০ কোটিৰ ধাৰ অসমৰ, বছৰি পৰিশোধ কৰিবলগীয়া সুদ ৭০৬৪ কোটিলৈ বৃদ্ধি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

ডিজিটেল বিত্তীয় প্রৱঞ্চনা প্ৰতিৰোধৰ চিন্তা-চৰ্চা আৰবিআইৰ

Rupee Falls:ভাৰতীয় টকাৰ বিপৰ্যয় অব্যাহত !

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে পুণৰ ল’ব ঋণ !

RBI :

তলাবন্ধৰ কুপ্ৰভাৱত সমগ্ৰ দেশৰ লগতে অধোগতি হৈছে অসমৰ অৰ্থনীতিও । দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বিত্তীয় ঘাটিৰ উৰ্ধ্বমুখী হাৰে অৰ্থনীতি থৰক-বৰক কৰি তোলাৰ সময়তে অসমৰ অৰ্থনীতিৰো শোচনীয় ৰূপ উন্মোচিত হৈছে । ভাৰতৰ ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা ‘হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে অসমৰ ঋণ সম্পৰ্কীয় তথ্য ।

ADVERTISEMENT

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে, দেশৰ আটাইকেইখন ৰাজ্যৰে বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি পাইছে ৮,১৮,৫৮৪ কোটি টকালৈ । মূলতঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমতো ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰাৰ সূত্ৰে অসমৰ অৰ্থনীতিতো ইয়াৰ স্পষ্ট প্ৰভাৱ প্ৰতিফলিত হৈছে । বিগত ২০২১-২২ বিত্তীয় বৰ্ষত অসমত বাৰ্ষিক বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি পাইছে ১৫,০২৮ কোটি টকালৈ ।

উল্লেখ্য যে তলাবন্ধৰ পাছতে সমগ্ৰ দেশতে বিত্তীয় ঘাটিৰ পৰিমাণ ৭৮ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা বুলি ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, বিত্তীয় ঘাটিৰ পৰিমাণ বৃদ্ধি তথা আনুসংগিক কেতবো] কা]কে অসম] বিত্তীয় স্থিতিও শোচনীয় কৰি তোলাৰ সূত্ৰে এতিয়া ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে অসমৰ অৰ্থনীতি ।

প্ৰতিবেদন মতে, চলিত বৰ্ষৰ মাৰ্চলৈকে অসমৰ মুঠ পৰিশোধীয় দেনা অৰ্থাৎ ধাৰৰ পৰিমাণ বৃদ্ধি পাইছে অভিলেখসংখ্যক ১,০৭,৭২০ কোটি টকালৈ । ইয়াৰ ভিতৰত অসম চৰকাৰে বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছে ৬,১০৬ কোটি টকা । সমান্তৰালকৈ আভ্যন্তৰীণ উৎসৰ দেনাৰ পৰিমাণ হৈছেগৈ ৮১,৯৭১ কোটি টকা । একেদৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ আৰু আগধন হিচাপে লৈছে ১,৮০৭ কোটি টকা, কৰ্মচাৰী ভৱিষ্যনিধিৰ পৰা লৈছে ১৫,৭৪১ কোটি টকা, জমা আৰু অধন হিচাপে সংগৃহীত হৈছে ২,৩৪৫ কোটি টকা, কণ্টিজেন্সি ফাণ্ড দুশ কোটি টকা আৰু ৰিজাৰ্ভ ফাণ্ডৰ পৰা ৫,৬৫৫ কোটি টকা ঋণ লৈছে অসম চৰকাৰে ।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যিক উন্নয়নী ঋণৰ পৰিমাণ হৈছে ৭০, ১৭৫ কোটি টকা, এনএছএছএফৰ পৰা ৫,৬৯০ কোটি টকা আৰু নাবাৰ্ডৰ পৰা ৬,০৮৫ কোটি টকা । ২০২২ত ৰাজ্যখনৰ সবৰ্মুঠ দেনাৰ পৰিমাণ ১,০৭,৭২০ কোটি টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২১ত ৰাজ্যৰ পৰিশোধীয় দেনাৰ পৰিমাণ আছিল ৯০.৭৬৫ কোটি টকা । এইদৰে এটা বছৰতে অসমত দেনাৰ পৰিমাণ বৃদ্ধি পালে ১৬,৯৫৫ কোটি টকা ।

লক্ষ্যণীয় যে ২০২২ৰ মাৰ্চলৈকে ৰাজ্যখনে সবৰ্মুঠ ১.৭৭ লাখ কোটি টকাৰ ঋণত পোত যোৱাৰ সূত্ৰে প্ৰতি বছৰে অসমে ভৰিবলগীয়া হৈছে এক বৃহৎ অংকৰ সুদ । বিগত ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ধাৰৰ বাবদ সুদ পৰিশোধ কৰিছে ৭,০৬৪ কোটি টকা । এবছৰতে এই বৃহৎ পৰিমাণৰ ধন সুদ হিচাপে আদায় দিবলগীয়া হোৱা ৰাজ্যখনত ঋণৰ পুঁজিৰ ব্যৱহাৰক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে অসমৰ অৰ্থনীতিবিদসকল । এখন ৰাজ্যৰ অৰ্থনীতি সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত ঋণ লোৱাটো অনিষ্টকাৰী নহয় যদিও ঋণৰ ধনৰ উচিত ব্যৱহাৰৰ ওপৰতহে অৰ্থনীতিৰ মান নিৰ্ভৰ কৰে ।

লক্ষ্যণীয় যে বিগত সময়ছোৱাত অসমত অৰুণোদয়কে ধৰি বিভিন্ন হিতাধিকাৰী আঁচনি গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত বিশিষ্ট অৰ্থনীতিবিদ ড॰ অমিয় শৰ্মাই আজি মন্তব্য কৰে যে ঋণৰ ধন ক’ত ব্যৱহাৰ কৰে তাৰ ওপৰতহে অৰ্থনীতিৰ সুস্থতা নিৰ্ভৰ কৰে । অসমৰ দৰে দুবৰ্ল অৰ্থনীতিৰ এখন ৰাজ্যত হিতাধিকাৰী আঁচনি গ্ৰহণ কৰাটো সঠিক নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে বৃহৎ অংকৰ ধন ঋণ লৈ অৰ্থনীতি পৰিচালনা কৰিবলগীয়া হোৱা ৰাজ্য এখনত অৰুণোদয় বা অন্যান্য হিতাধিকাৰী আঁচনি গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক ।

অৱশ্যে তেওঁ কয় যে ঋণৰ ধন আন্তঃগাঁথনি উন্নয়ন ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অৰ্থনীতি টনকিয়াল হৈ থকাৰ আশা কৰিব পাৰি । কিন্তু তাকে নকৰি হিতাধিকাৰী আঁচনিত ব্যয় বা বিভিন্ন লাহ-বিলাহত ঋণৰ পুঁজি ব্যৱহাৰ কৰিলে অসমৰ অৰ্থনীতি স্থৱিৰ হৈ পৰিব । এই ক্ষেত্ৰত চৰকাৰসমূহে সতৰ্কতা অৱলম্বন কৰা উচিত বুলি মন্তব্য কৰি ড॰ শৰ্মাই কয় যে অৰ্থনীতি টনকিয়াল কৰিবলৈ হ’লে চমক সৃষ্টিকাৰী কোনো আঁচনি গ্ৰহণ কৰাটো উচিত নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ECONOMYRBI
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d