Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shraddha Walkar Murder Case : আফতাবে মোৰ বহুত যত্ন লৈছিল,’ জনালে শ্ৰদ্ধা হত্যাৰ পাছৰ প্ৰেমিকাই

publisher by publisher
November 30, 2022
in India, News
Reading Time: 2 mins read
0
Shraddha Walkar Murder Case : আফতাবে মোৰ বহুত যত্ন লৈছিল,’ জনালে শ্ৰদ্ধা হত্যাৰ পাছৰ প্ৰেমিকাই
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Aftab Poonawala : শতাধিক সাক্ষীৰ বক্তব্য , শ্ৰদ্ধা গোচৰত দিল্লী আৰক্ষীৰ তিনি হেজাৰ পৃষ্ঠাৰ খচৰা চাৰ্জ শ্বীট

Shraddha Walkar Murder Case : আফতাব কাণ্ডৰ নতুন মুৰ ! আৰক্ষীৰ হাতত পৰিল অডিঅ’ ৰেকৰ্ড

Shraddha Walkar Murder : দিল্লীৰ জংঘলত পোৱা হাড়ৰ টুকুৰা আচলতে কাৰ ? জনালে ডিএনএ ৰিপোৰ্ট,

Shraddha Walkar Murder Case :

শ্ৰদ্ধা ৱালকাৰৰ হত্যাৰ পাছত ,আন মহিলাৰ স’তে সম্পৰ্কত আছিল শ্ৰদ্ধাৰ হত্যাৰ অভিযুক্ত আফতাব । হত্যাৰ পাছত, শ্ৰদ্ধাৰ হাতৰ আঙুঠিটো খুলি নতুন প্ৰেমিকাক দিলে আফতাবে ।

ADVERTISEMENT

শ্ৰদ্ধাৰ হত্যাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে আফতাবৰ প্ৰেমিকাক মাতি পঠিয়াই। জেৰাৰ সময়ত পোহৰলৈ আহিছে অধিক নতুন তথ্য।

আফতাবৰ নতুন প্ৰেমিকাই দিল্লী আৰক্ষীক জনাই যে আফবক দেখি কেতিয়াও ভাবিব নোৱাৰি যে সি কাৰোবাক হত্যা কৰিব পাৰে ।

তেওঁ কয়, “তেওঁ মোৰ যথেষ্ট যত্ন লৈছিল। আফতাব শান্ত আছিল। তেওঁৰ স’তে আফতাবৰ কথোপকথন এটা ডেটিং প্লেটফৰ্মৰ জৰিয়তে হৈছিল। অক্টোবৰ মাহত তেওঁ ছত্ৰপুৰত থকা ফ্লেটত দুবাৰ আফতাবক লগ কৰিব গৈছিল। কিন্তু ফ্লেটটোৰ ভিতৰত একো অস্বাভাৱিক যেন লগা নাছিল ।

আফতাবে কেতিয়াবা তেওঁৰ মুম্বাইৰ ঘৰৰ বিষয়ে কৈছিল । আফতাবে বিভিন্ন ৰেষ্টুৰেণ্টৰ পৰা নিৰামিষ খাদ্য অৰ্ডাৰ কৰিছিল। আফতাবৰ প্ৰেমিকাৰ মতে, আঙঠিৰ উপৰিও, আফতাবে তেওঁক দামী সুগন্ধি উপহাৰ দিছে বুলিও আফতাবৰ নতুন বান্ধৱীয়ে কয় ।

তেঁওৰ ধূমপান কৰাৰ অভ্যাস আছিল। বহুসময়ত তেওঁ প্ৰেমিকাক আসক্তি ত্যাগ কৰাৰ কথাও কৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবৰ প্ৰেমিকা পেছাত এগৰাকী মনোবিজ্ঞানী। যেতিয়া শ্ৰদ্ধাৰ হত্যাৰ কথা পোহৰলৈ আহিছিল, তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

তেওঁ আৰক্ষীক এইটোও জনাই যে তেওঁ বৰ্তমান পৰামৰ্শ গ্ৰহণ কৰি আছে। দিল্লী আৰক্ষীয়ে আফতাবৰ সকলো সামাজিক মাধ্যম একাউণ্টৰ পৰা খাদ্য বিতৰণ এপৰলৈকে সকলো বিৱৰণ পৰীক্ষা কৰি আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবে মাজে মাজে জোমাটো খাদ্য বিতৰণ এপৰ পৰা তেওঁলোক দুয়োৰে বাবে খাদ্য অৰ্ডাৰ কৰিছিল। কিন্তু মে মাহৰ পাছত, খাদ্যৰ অৰ্ডাৰৰ পৰিমাণ হ্ৰাস পায়।

এই যুৱতীগৰাকীৰ স’তে সম্পৰ্কত আফতাব একমাত্ৰ নাছিল। দিল্লী আৰক্ষীয়ে দাবী কৰিছিল যে শ্ৰদ্ধাক হত্যা কৰাৰ পাছত তেওঁ আন ১৫ ৰ পৰা ২০ গৰাকী মহিলাৰ স”তে সম্পৰ্কত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aftab PoonawalaShraddha Walker Murder case
publisher

publisher

Related Posts

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d