Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Terrorist Harvinder Rinda: সিদ্ধু মুছেৱালাৰ হত্যাৰ অভিযুক্ত পাকিস্তানত ৰহস্যজনক মৃত্যু , নাম আছিল NIA ‘ৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত

samimsultana by samimsultana
November 20, 2022
in Culture, International
Reading Time: 2 mins read
0
Terrorist Harvinder Rinda: সিদ্ধু মুছেৱালাৰ হত্যাৰ অভিযুক্ত পাকিস্তানত ৰহস্যজনক মৃত্যু , নাম আছিল NIA ‘ৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

Haryana :গুৰুগ্ৰামত বন কৰা মহিলা গুলবানুৱে লুটিলে ৬৫ লাখৰ সোণ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন

Terrorist Harvinder Rinda:

পুনৰ ৰহস্যজনক মৃত্যু এনআইআৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা জেহাদীৰ । পাকিস্তানৰ ভূমিত মৃত্যু হৈছে খালিস্তানি সন্ত্ৰাসবাদী হৰিন্দৰ সিং ৰিন্দৰ ।

শেহতীয়াকৈ পঞ্জাৱৰ চোৰাংচোৱা কাৰ্যালয়ত হোৱা আক্ৰমণ, পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ দৰে একাধিক অপকৰ্মত নাম সাঙোৰ খাই আছিল হৰৱিন্দাৰ সিঙৰ।

ADVERTISEMENT

এনআইএয়ে হৰৱিন্দাৰ বাবে ১০ লাখ টকাৰ পুৰস্কাৰো নিৰ্ধাৰণ কৰিছিল। ৰহস্যজনকভাৱে, জেহাদীজনে পাকিস্তানত মৃত্যুবৰণ কৰে।

সূত্ৰ অনুসৰি, হৰৱিন্দাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। গেংষ্টাৰ দাবিন্দৰ ভাম্বিয়াৰ গোটে সামাজিক মাধ্যমত হত্যাৰ দায়ী স্বীকাৰ কৰিছে।

অৱশ্যে, আন এটা সূত্ৰই দাবী কৰিছিল যে ৰিন্দাৰ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁ যোৱা ১৫ দিন ধৰি লাহোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁ তাত মৃত্যুবৰণ কৰিছে । এই সন্দৰ্ভত পাকিস্তানৰ পৰা এতিয়ালৈকে একো জানিব পৰা হোৱা নাই ।

হৰৱিন্দাৰ সিং ৰিন্দা পঞ্জাৱৰ তৰন তাৰণ অঞ্চলৰ বাসিন্দা। ২০০৮ চনত তেওঁ এজন চুবুৰীয়াক ব্যক্তিগত কাৰণত হত্যা কৰে আৰু তেতিয়াৰে পৰাই অপৰাধ বিয়পাবলৈ আৰম্ভ কৰে।

তেওঁ প্ৰথমবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল যেতিয়া তেওঁ চণ্ডিগড়ৰ হোচিয়াৰপুৰৰ এখন পঞ্চায়তৰ মুৰব্বী সতনাম সিঙক মুকলিকৈ হত্যা কৰে।

তাৰ পাছত, ৰিন্দৰে এটাৰ পাছত এটা অপৰাধ কৰা অব্যাহত ৰাখে । আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ পাকিস্তান জেহাদী গোট আৰু এই দেশৰ গেংষ্টাৰ সকলৰ মাজত সম্পৰ্ক বজাই ৰাখিছিল।

সীমান্তৰ সিপাৰৰ পৰা এই দেশলৈ অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী চোৰাং সৰবৰাহ কৰাৰ কাৰ্যকলাপ চম্ভালিছিল এই কুখ্যাত জেহাদীয়ে । ইয়াৰ ওপৰিও চলিত বছৰত ৰিন্দা চণ্ডিগড়ৰ আৰক্ষী চোৰাংচোৱা কাৰ্যালয়ত চালিত ৰকেট আক্ৰমণ আৰু লুধিয়ানা আদালতৰ বিস্ফোৰণৰ দৰে ঘটনাত জড়িত আছিল।

ইয়াৰ ওপৰিও মে মাহত হাৰিয়ানাৰ এখন গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰা গোচৰটোত তেওঁৰ নাম অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে।

পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰতো তেওঁৰ নাম সাঙোৰ খাই আছে । এনেধৰণৰ ৩০ টা ঘটনাত নাম উল্লেখ আছিল হৰৱিন্দাৰ ।

NIA ‘ য়েৰ ‘ম’ষ্ট ৱাণ্টেড এ প্লাছ’ শ্ৰেণীত স্থান দিয়া পাইছিল ৰিন্দাৰক। তেওঁক বিচাৰি আছিল ভাৰতীয় চোৰাংচোৱাই । ইয়াৰ মাজতে পাকিস্তানত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে ৰিন্দাই ।

উল্লেখ্য যে জহুৰ মিস্ত্ৰী, ৰিপুদমন সিং মালিক, লাল মহম্মদৰ দৰে সন্ত্ৰাসবাদীৰ এটাৰ পাছত এটা ৰহস্যজনকভাৱে মৃত্যু হৈছে। সম্প্ৰতি তালিকাখনত নাম যোগ হৈছে হৰিন্দৰ সিং ৰিন্দাৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HaryanaPunjabi MusicSindhu moose wala
samimsultana

samimsultana

Related Posts

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

September 4, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d