Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Human-Elephant Conflict : বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত বন কৰ্মীকে ধৰি এদিনতে চাৰিজনৰ মৃত্যু

চলিত বৰ্ষত হাতীৰ আক্ৰমণত ২৬ গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু

publisher by publisher
December 15, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Human-Elephant Conflict : বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত বন কৰ্মীকে ধৰি এদিনতে চাৰিজনৰ মৃত্যু
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা

Human-Elephant Conflict

গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে তীব্র ৰূপ ধাৰণ কৰাৰ বিপৰীতে বন বিভাগ আৰু জিলা প্ৰশাসনে কুম্ভকৰ্ণ নিদ্রাত মগ্ন হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

ADVERTISEMENT

উল্লেখ্য যে চলিত বর্ষত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ আক্ৰমণত ২৬ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু হৈছে । হাতী-মানুহৰ সংঘাতে এইদৰে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে যদিও এই ক্ষেত্ৰত চৰকাৰ,‌ জিলা প্ৰশাসন তথা বন বিভাগে আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

যাৰ ফলত সঘনাই হাতী-মানুহৰ সংঘাত অব্যাহত আছে আৰু বন্যহস্তীৰ আক্ৰমণত এজনৰ পাছত এজনকৈ নিৰীহ লোকৰ প্ৰাণ গৈছে‌ ।

আজিও দিনৰভাগত লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে এটি ১৫ মহীয়া কন্যা শিশুসহ মুঠ তিনিজন লোকৰ বন্যহস্তীৰ আক্ৰমণত নিহত হয় ।

ইপিনে, সন্ধিয়াভাগত শোলমাৰীস্থিত বন বিভাগৰ নাৰ্চাৰীত কাম কৰি ঘৰলৈ যোৱাৰ সময়ত সহদেৱ ৰায় নামৰ বনকৰ্মী এগৰাকীৰ বন্যহস্তীৰ গছকত নিহত হয় ।

উল্লেখ্য যে খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা নামি অহা বন্যহস্তীৰ কে’বাটাও জাকে সম্প্ৰতি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চলত আশ্ৰয় লৈ আছে । লগতে বন্যহস্তীৰ জাক সমূহে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই জিলাখনৰ হেজাৰ হেজাৰ হেক্টৰ ধান খেতি খাই তহলিং কৰাৰ লগতে বহু লোকৰ বাৰীৰ গছ-গছনি আৰু ঘৰ-দুৱাৰ ভাঙি তচনচ কৰিছে ।

গোৱালপাৰা জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া জিতেন্দ্ৰ কুমাৰ সিঙে জনোৱা মতে, চলিত বৰ্ষত জিলাখনত বন্যহস্তীৰ আক্ৰমণত ২৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে সাতটাকৈ হাতীৰ মৃত্যু হয় ।

বিশেষকৈ লক্ষীপুৰতে চলিত বৰ্ষত সৰ্বাধিক ১৯গৰাকী লোক বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে দুটাকৈ হাতী নিহত হয় । ইয়াৰে অধিকাংশ বন্যহস্তীৰ খাদ্যত বিষক্ৰিয়া হৈ মৃত হোৱা বুলি ডিএফঅ’ গৰাকীয়ে দাবী কৰিছে ।

আনহাতে, হাতী মানুহৰ সংঘাত জিলাখনত বৃদ্ধি পোৱা সন্দৰ্ভত জিলা বন সংমণ্ডল প্ৰাধিকাৰী জিতেন্দ্ৰ কুমাৰ সিঙে কয় যে জিলাখনত থকা বন্যহস্তীৰ কৰিড’ৰসমূহ বেদখল কৰা, অবাধ হাৰে বনাঞ্চল ধ্বংস কৰি ৰবৰ খেতি কৰা, তামোলৰ খেতি কৰা, চাহবাগান কৰা আৰু ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ বাবে বনাঞ্চলৰ ভূমি সংকুচিত হৈ আহিছে ।

ফলত বনাঞ্চলত আশ্ৰয় লোৱা বন্যহস্তীৰ জাকে খাদ্যৰ অভাৱত জনাঞ্চললৈ আহি আক্ৰমণ চলোৱাত হাতী-মানুহৰ সংঘাত হয় । জিলাখনত হাতী-মানুহৰ সংঘাত নিৰাময় কৰিবলৈ বিভিন্ন দল সংগঠনে দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত চৰকাৰ বা জিলা প্ৰশাসন তথা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে হাতী-মানুহৰ সংঘাত নিৰাময়ত গুৰুত্ব দিয়াৰ পৰিৱর্তে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বনজ সম্পদৰ চোৰাং কাৰবাৰ কৰা ব্যাৱসায়ীসকলৰ পৰা কমিছন উঠাবলৈ সদায় তৎপৰ হৈ থকা বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে ।

এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দোষী বিষয়া- কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক পদক্ষেপ গ্রহণৰ দাবী জনাইছে সচেতন মহলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ConflictGOALPARAHuman-Elephant
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d