Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

Beijjing Covid Spreads : চীনত ক’ৰনাত ভয়ংকৰ পৰিস্থিতি ,অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ শ্মশানৰ অভাৱ !

ক্লিনিকত ৰোগীৰ অত্যাধিক ভীৰ

publisher by publisher
December 18, 2022
in COVID-19, Health, International
Reading Time: 3 mins read
0
Beijjing Covid Spreads : চীনত ক’ৰনাত ভয়ংকৰ পৰিস্থিতি ,অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ শ্মশানৰ অভাৱ !
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

Beijjing Covid Spreads :

ক’ৰোনা ভাইৰাছে চুবুৰীয়া দেশ চীনত ভয়াৱহ ৰূপ লৈছে ৷ দেশখনৰ ৰাজধানী বেইজিংত কৰ’ণাত মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত এতিয়া এনে এক পৰ্যায় পাইছেগৈ যে অন্ত্যেষ্টিক্ৰিয়া আৰু শ্মশানৰ দায়িত্বত থকা লোক সকলৰ থৰকাচুটি হেৰাইছে ৷

ADVERTISEMENT

মৃতদেহ সৎকাৰ কৰিবলৈ স্থানৰ অভাৱৰ বাবে শ্মশানৰ দায়িত্বত থকা লোক সকল বিপাঙত পৰিছে ৷ আনকি উপযুপৰি অহা ফোনবোৰ ৰিছিভ কৰাৰ পৰা বিৰত আছে ৷

বেইজিংৰ উপকন্ঠ অঞ্চলত শ্মশানত মৃতদেহ সৎকাৰ বাবে আত্মীয়ৰ দীঘলীয়া শাৰি ৷ ঠায়ে শাৰিত থকা লোকৰ মাজত সৃষ্টি হৈছে হতাহতি ৷

ৰঙাচীনৰ ৰাজধানী চহৰ খনত কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণৰ পিছৰ পৰিস্থিতি অতি জটিল হোৱাৰ পিছতো টিংৰ পৰা নমা নাই ৰাষ্ট্ৰপতি জি জিন পিন ৷

কিছুদিন পূৰ্বে কৰ’নাৰ নতুন অমিক্ৰনৰ প্ৰকাৰ দুৰ্বল হোৱা বুলি কৰা ঘোষণা কৰি বিষয়টো পাতল কৰিবলৈ চেষ্টা কৰিছিল৷ আনকি প্ৰশাসনে ক’ভিড প্ৰটকল মেনেজমেণ্ট নিয়ম বাৰে বাৰে সলনি কৰি জনতাত বিপাঙত পেলাইছিল ৷

যাৰবাবে ৰাজধানী চহৰখনৰ বাসিন্দাসকল ক্ষুব্ধ হৈ পৰিছিল ৷ চহৰখনৰ বিভিন্ন স্থানত কৰ’ণা আক্ৰান্ত লোকসকলক নিজ বাসগৃহতে চিকিৎসা কৰিবলৈ পৰামৰ্শ দি চৰকাৰী দায়িত্বৰ পৰা নিৰাপদ দূৰত অৱস্থান কৰিছে ৷ যাৰবাবে শেহতীয়াকৈ মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷

বেইজিংৰ মিয়ুন অন্ত্যেষ্টিক্ৰিয়া গৃহৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি যে, “এতিয়া আমাৰ ওচৰত কম গাড়ী আৰু কৰ্মচাৰী আছে।

অন্ত্যেষ্টিক্ৰিয়াৰ বৰ্ধিত চাহিদা পূৰণ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত কোভিড সম্পৰ্কীয় মৃত্যু বৃদ্ধি পাইছে নে নাই সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই ।

আনহাতে হুইৰু অন্ত্যেষ্টিক্ৰিয়া গৃহত এটা মৃতদেহ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ আগতে তিনিদিন অপেক্ষা কৰিব লগা পৰিবেশৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰে এজন নাম প্ৰকাশৰ পৰা বিৰত থকা কৰ্মচাৰীয়ে ।

মনকৰিবলগীয়া যে তিনি ডিচেম্বৰত এজন স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াই সদৰি কৰে যে কৰ’ণাত আক্ৰান্ত হৈ হোম কোৱাৰেন্টিনত মৃত্যু হোৱা লোক এজনৰ আত্মীয়ক অনিচ্ছাস্বত্বেও ক’বলৈ বাধ্য দয় যে, “আপুনি বিচাৰিলে ইয়াৰ পৰা মৃতদেহটো লৈ যাব পাৰে, কিয়নো মৃতদেহ সৎকাৰ বাবে পৰিস্থিতি অতি ব্যস্ত হৈ আছে ৷

কৰ’ণা শেহতীয়া সংক্ৰমণত বৃহৎ জনসংখ্যাৰ দেশখনে আগন্তুক সময়ছোৱাত প্ৰতিৰোধ কেনেকৈ কৰে সেইয়া হ’ব লক্ষণীয় ৷

উল্লেখ্য যে ২০২০ ত চীনৰ উহান প্ৰদেশৰ পৰা সংক্ৰমিত হোৱা কৰ’নাই সমগ্ৰ বিশ্বলৈ বিয়পি পৰে ৷ ফলত কোটি কোটি লোক মৃত্যুমুখত পৰাৰ লগতে অৰ্থনৈতিক মেৰুদণ্ড বিধস্ত প্ৰায় হৈ পৰে ৷

অৱশ্যে বিগত বৰ্ষৰ প্ৰথমভাগৰ পৰা দেশ সমূহৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ৷ কিন্ত চীনত পুনৰ কৰ’নাৰ শেহতীয়া ভেৰিয়েন্টৰ ভয়াৱহ সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে বিস্বস্বাস্থ্য সন্থা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BeijjingChinaCovid Spreadsfuneral Home
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d