Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar worldcup 2022 : ফাইনেল মেচৰ বিতৰ্কিত গ’ল সন্দৰ্ভত মুখ খুলিলে ৰেফাৰীয়ে

publisher by publisher
December 24, 2022
in Sports, world
Reading Time: 2 mins read
0
Qatar worldcup 2022 : ফাইনেল মেচৰ বিতৰ্কিত গ’ল সন্দৰ্ভত মুখ খুলিলে ৰেফাৰীয়ে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Qatar worldcup 2022 :

কাটাৰ বিশকাপত শ্বাসৰুদ্ধকৰ ফাইনেলত নিৰ্ধাৰিত ও অতিৰিক্ত সময়ৰ শেষত ৩-৩ গ’লত সমতা থাকিলত ট্ৰাইব্ৰেকাৰৰ সহায় ল’বলগীয়া হয় । য’ত ফ্ৰান্সক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰে মেছিৰ আৰ্জেণ্টিনাই ।

ADVERTISEMENT

ইয়াৰ পিছতে প্ৰশ্ন উঠে আৰ্জেণ্টিনাৰ তৃতীয় ও মেছিয়ে দিয়া দ্বিতীয় গ’লটোক লৈ । ফিফাৰ নিয়ম অনুসৰি , উক্ত গ’লটো বাতিল হ’ব লাগিছিল বুলি দাবী কৰিছে একাংশ লোকে ।

কিন্তু এতিয়া এই বিতৰ্কিত গ’লটোক লৈ মুখ খুলিছে ৰেফাৰী চিমন মাৰচিনিয়াকে । দীৰ্ঘ ৩৬ বছৰৰ অন্তত লিওনেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই বহু প্ৰত্যাহিত বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয় । মেছিৰ সেই গ’লটোক লৈ এতিয়া একাংশ ফৰাচী লোকে সমালোচনাৰে থকা-সৰকা কৰা দেখা গৈছে ।

আৰ্জেণ্টিনা-ফ্ৰান্সৰ এই ৰোমান্সকৰ খেলখন বিশ্বকাপ ইতিহাসৰ অন্যতম নাটকীয় খেল বুলি অভিহিত কৰা হৈছে ।
মেচৰ ৭৮ মিনিট পৰ্যন্ত ২-০ গ’লত থকা আৰ্জেণ্টিনাৰ বিৰুদ্ধে মাত্ৰ দুই মিনিটত ফ্ৰান্সৰ কাইলিয়ান এমবাপ্পেই দুটাকৈ গ’ল দি বিজয়ী আৰ্জেণ্টিনাৰ লগত সমতা স্থাপন কৰে ।

একেদৰে অতিৰিক্ত সময়ত পুনৰ মেছিয়ে দিয়া এটা গ’লত আগবাঢ়ি যায় আৰ্জেণ্টিনা । পুনৰ হেটট্ৰিক কৰি ফান্সক সমতা দিয়ে ফৰাচী ফৰ’ৱাডে। পিছত ট্ৰাইবেকাৰক ফ্ৰান্সৰ কিংচলে ক্যোমান আৰু অউৰিলিয়ে শুয়েমিনিৰ পেনাল্টি ব্যৰ্থ হোৱাত ৪-২ ব্যৱধানত আৰ্জেণ্টিনাই জয় লাভ কৰে ।

উল্লেখ্য যে , খেলৰ ১০৮ মিনিট সময়ত আৰ্জেণ্টিনাৰ অধিনায়ক মেছিয়ে কৰা গ’লটোক লৈ এতিয়া যেন বিতৰ্কৰ অন্ত পৰা নাই । যিহেতু মেছিয়ে গ’লটো কৰাৰ সময়ত লাইনমেন ৰে ফাৰীজনে অফচাইড ফ্লেগ তুলিছিল যদিও লগে লগে অৱশ্যে ফ্লেগখন নমাই দিছিল ।

সেইসময়ত গ’লটো বাতিল হোৱাৰ আশংকা কৰা হৈছিল যদিও শেষ মুহূৰ্তত বাতিল কৰা হৈছিল আৰু উক্ত গ’লটো বৈধ বুলি ঘোষণা কৰা হৈছিল ।

বৰ্তমান উক্ত গ’লটো লৈ ফৰাচীৰ একাংশ গণ মাধ্যমত মেছিৰ সেই গ’লটো অবৈধ আছিল বুলি দাবী কৰিছে । ইফালে ফুটেজ প্ৰত্যক্ষ কৰা সময়ত দেখা গৈছিল যে , উক্ত গ’লটো কৰাৰ সময়ত আৰ্জেণ্টিনাৰ এজন খেলুৱৈৰ মূৰত লাগি পৰা দেখা গৈছে ।

নিয়ম অনুসৰি , উক্ত গ’লটো বাতিল হ’ব লাগিছিল যদিও পোলিচ ৰেফাৰী চিমন মাৰচিনিয়াকে মেচৰ অফিচিয়েল ষ্টাফৰ দৃষ্টিগোচৰ হোৱাৰ পূৰ্বেই গ’লটো বৈধ বুলি উল্লেখ কৰে ।

ইফালে ফৰাচী গণ মাধ্যমৰ উত্তৰ দি এমবাপ্পেৰ পেনাল্টি গ’লটোৰ ভিডিঅ’ মাৰচিনিয়াকে দেখুৱাই কয় যে , যিসময়ত আৰ্জেণ্টিনাৰ ৩-২ গ’ল হৈ আছিল সেইসময়ত এমবাপ্পেয়ে দিয়া সমতাসূচক গ’লটো ফ্ৰান্সৰ খেলুৱৈৰ মূৰত লাগি হৈছিল ।

তেওঁ এইবুলিও উল্লেখ কৰিছে যে , ফৰাচী গণমাধ্যমে এই ছবিখনো দেখুৱাব লাগে । য’ত স্পষ্ট দেখা পোৱা গৈছে যে , এমবাপ্পে গ’ল কৰাৰ সময়ত সেই গ’লটো ফ্ৰান্সৰ খেলুৱৈৰ মূৰত লাগি হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Argentina Vs FranceControversy GoalFIinal MatchQatar worldcup 2022RefereeSzymon Marciniak
publisher

publisher

Related Posts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

October 1, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d