Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

নিজে পঢ়া আৰু শিক্ষকতা কৰা বিদ্যালয়ৰ বাবে সঞ্চিত ধনৰে নিৰ্মাণ কৰিলে শ্ৰেণীকোঠা

publisher by publisher
January 30, 2023
in Assam, News
Reading Time: 2 mins read
0
Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Tezpur Teacher :

নিজে অধ্যয়ন কৰা তথা পৰৱৰ্তী সময়ত ২২ বছৰকাল একেখন বিদ্যালয়তে শিক্ষকতা কৰি ২০২২ৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰা শিক্ষক নিখিল গোস্বামীয়ে নিজৰ সঞ্চিত ধনৰে বিদ্যাঞ্জলি আঁচনিৰ অধীনত তেজপুৰ কলেজিয়েট হাইস্কুলত নিৰ্মাণ কৰাই দিয়া এটা শ্ৰেণী কোঠা আজি আনুষ্ঠানিকভাবে বিদ্যালয় কৰ্তৃপক্ষক গতাই দিয়ে৷

ADVERTISEMENT

উল্লেখযোগ্য যে,১৯৬১ত স্হাপিত অসমীয়া মাধ্যমৰ তেজপুৰ কলেজিয়েট হাইস্কুলৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্ৰেণীকোঠাটোৰ দাঁতা তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোস্বামীৰ পিতৃ তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰয়াত দেৱেশ্বৰ গোস্বামী৷আজিৰ উদ্বোধন হোৱা শ্ৰেণী কোঠাটো প্ৰয়াত পিতৃৰ স্মৃতিতে উৎসৰ্গা কৰে পুত্ৰ গোস্বামীয়ে৷

আজি দিনৰ প্ৰায় ১-৩০বজাত অনুষ্ঠিত তথা বিদ্যালয়খনৰ শিক্ষক ভূপেন বৰদলৈয়ে আঁত ধৰা সভাত শ্ৰেণী কোঠাটো উদ্বোধন কৰি তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে কয় যে,এনেদৰে নিজা সঞ্চিত ধনৰে বিদ্যালয়খনৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণ কৰি দিয়াটো এক দৃষ্টান্তমূলক কাৰ্য৷বৰ্তমান ১২২১জন ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰি থকা এইখন বিদ্যালয়ৰ লগতে সেই সময়ত তেজপুৰত স্হাপিত একাধিক বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন শিক্ষামন্ত্ৰীজনে সেই সময়ৰ তেজপুৰৰ শৈক্ষিক পৰিৱেশৰ ওপৰতো কিছু কথা ব্যক্ত কৰে৷

প্ৰয়াত দেৱেশ্বৰ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলনৰে আৰম্ভ হোৱা সভাখনত প্ৰাক্তন বিধায়কজনে আৰু কয় যে,বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগতে আন্তঃগাঁথনিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। তেওঁ তেজপুৰৰ দাতিকাষৰীয়া কেবাখনো শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নতি হোৱা বুলি কয়।

তেওঁ লগতে কয় যে, শিক্ষকে নিজ ছাত্ৰ – ছাত্ৰীৰ সফলতাত আত্ম সন্তুষ্টি লাভ কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বলীন বৰুৱা, প্ৰধান শিক্ষক উদ্ধৱ ডেকা বৰুৱা, কৰতিপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ গোস্বামী, শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী,কৰ্মচাৰী তথা ছাত্ৰছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখযোগ্য যে,দাঁতা তথা অৱসৰ প্ৰাপ্ত শিক্ষক নিখিল গোস্বামী তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে বিশেষকৈ ভাওনা আৰু ৰাসৰ স’তে ওতপ্ৰোতভাবে জড়িত হৈ থকাৰ লগতে এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে পৰিচিত৷

এগৰাকী ক্ৰীড়া সংগঠক হিচাপেও যথেষ্ট অৱদান থকা অৱসৰী শিক্ষকজনে প্ৰায় তিনিলাখ টকা সাঁচতীয়া ধনৰে ২০আৰু২২বৰ্গফুট আকাৰৰ এই শ্ৰেণীকোঠাটো নিজেই পঢ়া তথা শিক্ষকতা কৰা বিদ্যালয়খনৰ বাবে নিৰ্মাণকৰি আগবঢ়োৱা কাৰ্যৰ উপস্থিত সকলোৱে শলাগ লয়৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamclass roomTeacherTEZPUR
publisher

publisher

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d