Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle Spirituality

Horoscope : দিনটোৰ ৰাশিফল

publisher by publisher
February 12, 2023
in Spirituality
Reading Time: 1 min read
0
Horoscope: ৰাশিফল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

Horoscope :

মেষ : চাকৰি ক্ষেত্ৰত উন্নতিৰ যোগে। দৈনন্দিন কামৰ চাপ বৃদ্ধি পাব। চেষ্টাৰ ফল পাব পাৰে। ভ্ৰমণত মধ্যমত প্রাপ্তিযোগ কন্যা সন্তানৰ বিবাহৰ সংযোগ। আৰ্থিকত ভাল ক’ব পৰা যায়। কৰ্মস্থানত কিছু অসুবিধা পাব।

ADVERTISEMENT

বৃষ : কিবা বষয়লৈ পৰিবাৰীক মতবিৰোধ দেখা দিব পাৰে। শুভ কামত বাধা পৰিব পাৰে। মানসিক চাপ বৃদ্ধি পাব। ঘৰুৱাত মাধ্যম। শৰীৰ ভাল দেখা নাযায়। প্ৰেমত প্ৰতৰণা। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।

মিথুন : দৈনন্দিন কর্মত শুভ। অসম্পূর্ণ কাম সমাপ্ত হ’ব। আর্থিক ক্ষেত্ৰত শুভ ফল দায়ক। উচ্চ শিক্ষাত বাধা আহিব। ভ্রমণ নকৰা ভাল ৷ গ্রন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগ উপকৃত হ’ব।

কর্কট : দৈনন্দিন কর্মত অগ্রগতি পাৰিপার্শ্বীক অপশক্তিৰ দ্বাৰা পাৰিবাৰীক শান্তি বিনষ্ট দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। প্রয়োজনে বন্ধুৰ পৰা সাহায্য লাভ কৰিব। প্ৰেমত মাধ্যম বুলি ক’ব পৰা যায়।

সিংহ : পাৰিবাৰীক মতবিৰোধ দেখা দিব পাৰে। কর্মক্ষেত্ৰত পৰিৱৰ্তন যোগ।ব্যৱসায়ত পৰিকল্পনা সফল অগ্ৰসৰ হ’ব পাৰিব। ঘৰুৱাত ভাল। আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব। বগা ৰুমাল গলত ৰাখিব।

কন্যা : দৈনন্দিন কর্মত অমনোযোগ। নিজৰ কোনোবাই হিংসা কৰিব পাৰে। নিজৰ ভুল কাৰণে সন্মান হানি হ’ব পাৰে। নিবনুৱা সকলৰ দিনটো ভাল-বেয়া মাজেৰে পাৰ হ’ব। পৰীক্ষাৰ্থীয়ে পঢ়াত মনযোগ দিয়ক।

তুলা : কর্মক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব। আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়াব পাৰে।

বৃশ্চিক : দৈনন্দিন কৰ্মত উন্নতিৰ যোগ। চাকৰি ক্ষেত্ৰত আর্থিক উন্নতিৰ যোগ। ব্যৱসায়ত জামেলা থাকিব। আর্থিক লেন-দেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চাকৰিয়াসকলৰ বাবে দিনটো ভাল।

ধনু : কৰ্মত বাধা, চাকৰিয়াল ব্যক্তিসকলৰ জটিলতা দেখা দিব পাৰে। আজি ভ্রমণ নকৰিব। স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায় বিদ্যাত অগ্ৰসৰ হ’ব পাৰিব খং-ৰাগ কৰি দিনটো বেয়া নকৰিব।

মকৰ : পাৰিবাৰীক শান্তি বজাই থাকিব। পৰিকল্পিত কৰ্মত বাধা আহিব। আৰ্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। কোনোবা লগত অযথা বিবাদত হ’ব পাৰে। বিদ্যাত ভাল। চাকৰিয়াল সকল অলপ সাৱধান হোৱা ভাল৷ দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত শুভ।

কুম্ভ :কর্মক্ষেত্ৰত অশান্তি উধ্বতন কর্তৃপক্ষৰ লগত মতান্তৰ হ’ব পাৰে। শত্ৰুৰ পৰা সতৰ্ক থাকিব। নিজৰ ভুলৰ কাৰণে আর্থিক দিশত ক্ষত্ৰি হ’ব পাৰে। দাম্পত্য আৰু প্ৰেমত শুভ। ভ্রমণত সম্ভৱনা আছে। বিদ্যাত বাধা।

মীন : কর্মক্ষেত্ৰত মধ্যম ফল নিবনুৱাই আশাৰ পোহৰ দেখিব পাৰে। পুৰণি সমস্যাৰ সমাধান হ’ব। ব্যৱসায়ত শুভ। নতুন কাম হাতত ল’ব পাৰে। ব্যৱসায়িক সকলৰ ভাল। প্রেম-প্রণয়নত শুভ। নতুন কর্ম লাভৰত্ৰ যোগ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horoscopetoday
publisher

publisher

Related Posts

মহাকুম্ভলৈ যোৱাৰ পথত যানজঁটৰ সমস্যা ,আবদ্ধ হৈ আছে লাখ লাখ ভক্ত
India

February 10, 2025
Saraswati Puja:বাকদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ
Assam

February 3, 2025
Horoscope: নতুন বছৰৰ পহিলা দিনটো কেনেদৰে পাৰ হ’ব
Assam

Daily Horoscope : আজিৰ দিনটো কেনেদৰে যাব জানি লওক

January 9, 2025
Horoscope:ৰাশিফল
Spirituality

Horoscope:ৰাশিফল

July 13, 2024
Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Horoscope: দিনটোৰ ৰাশিফল

June 15, 2023
Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

April 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d