Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

SSA Accountant Aarrested In Dibrugarh:ডিব্ৰুগড়ত সৰ্বশিক্ষাৰ গাণনিকৰ ৩০ লাখ আত্মসাৎ !

গ্ৰেপ্তাৰ দুই গাণনিক ধনটি গগৈ আৰু গিয়াজ আলী

publisher by publisher
May 5, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
SSA Accountant Aarrested In Dibrugarh:ডিব্ৰুগড়ত সৰ্বশিক্ষাৰ গাণনিকৰ ৩০ লাখ আত্মসাৎ !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড় আৰক্ষীৰ অভিযানত মাৰ্ঘেৰিটাত আটক চাৰি মানৱ অংগ সৰবৰাহকাৰী

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

SSA Accountant Aarrested In Dibrugarh:

ডিব্ৰুগড় জিলাৰ সর্বশিক্ষা অভিযানৰ কাৰ্যালয়ত সংঘটিত ৩০ লাখ টকাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ধনটি গগৈ নামৰ গাণনিক বিষয়াগৰাকীক ডিব্ৰুগড়ৰ পূব মিলন নগৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। গগৈয়ে উক্ত ধন নিজৰ বেংক একাউণ্টত জমা কৰি বিভিন্ন কামত খৰচ কৰিছিল।

ADVERTISEMENT

গুণোৎসৱৰ লগতে অন্য দুটা শিতানৰ এই ধন এনেদৰে হৰলুকি কৰা তথ্যৰ ভিত্তিত জিলা মিছন সমন্বয়ক এছ শৰ্মাই ডিব্ৰুগড় আৰক্ষী থানাত এটি গোচৰ তৰে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে নথিপত্ৰ পৰীক্ষা কৰি ধনটি গগৈয়ে এই বৃহৎ পৰিমাণৰ ধন নিজৰ একাউণ্টলে কৌশলৰে পৰিৱৰ্তন কৰি ব্যয় কৰাটো নিশ্চিত কৰে।

তদুপৰি বিগত বৰ্ষৰ মে’ৰ পৰা এই কামত জড়িত থকা বুলিও তথ্য উদ্ধাৰ হয়। ভাৰতীয় ষ্টেট বেংক, ইউকো বেংক আৰু ইণ্ডিয়ান বেংকত থকা একাউণ্টলৈ এই ধন পৰিৱৰ্তন কৰা হৈছিল।

সৰ্বশিক্ষাৰ একাউণ্ট পৰীক্ষা কৰাৰ সময়তে ধনটি গগৈয়ে সংঘটিত কৰা এই কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ জৰিয়তে চলোৱা তদম্ভত গগৈৰ লগতে আৰু কোনোবা এই কাৰ্যত জড়িত আছে বুলি সেয়াও পৰীক্ষা কৰি থকা হৈছে।

প্ৰসংগক্রমে উল্লেখ্য যে তদস্তুত এই পর্যন্ত উদ্ধাৰ হোৱা তথ্য অনুসৰি ধনটি গগৈয়ে বিত্তীয় বিষয়াৰ চহী লৈ নিজৰ একাউণ্টলৈ উক্ত বৃহৎ পৰিমাণৰ চৰকাৰী ধন পৰিৱৰ্তন কৰিছিল। গগৈয়ে বিত্তীয় বিষয়াৰ চহী কেনেকৈ সংগ্ৰহ কৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত।

আনহাতে শেহতীয়া খবৰ অনুসৰি ডিব্ৰুগড় আৰক্ষীয়ে শুক্ৰবাৰে আন এজন গাণনিক গিয়াজ আলীক ধৃত ধনটি গগৈৰ স্বীকাৰোক্তি ভিত্তিত আটক কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DIBRUGARHDIBRUGARH POLICEssa ScamTwo Accountant Aarrested
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d