Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Raijor Dal Pressmeet:আদানিৰ এৰ’চিটি – উছন হ’ব ১,১১৬ টা পৰিয়ালৰ ভেটি

আজাৰা, মির্জাপুৰ, গৰলত অধিগ্রহণ কৰিব ৪১০ বিঘা ভূমি, এৰ'চিটি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে ৩,২২০ বিঘা মাটি, বিমান বন্দৰ, শক্তি প্রকল্প, স্মার্ট মিটাৰৰ ঠিকা, এৰ'চিটি- বিজেপিৰ আমোলত অসমত ৰকেট গতিত বাঢ়িছে আদানিৰ সাম্রাজ্য:ৰাইজৰ দল

publisher by publisher
July 29, 2025
in Assam, News
Reading Time: 2 mins read
0
Raijor Dal Pressmeet:আদানিৰ এৰ’চিটি – উছন হ’ব ১,১১৬ টা পৰিয়ালৰ ভেটি
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Raijor Dal Pressmeet:

বিজেপিৰ “বন্ধু” বুলি সততে অভিযোগ উত্থাপিত আদানি গ্ৰুপৰ এৰ’চিটি নিৰ্মাণৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰিব ১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি ৷ ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈ গৈছে ৷ বিমান বন্দৰৰ সমীপৰ ৩ খন গাঁও আজাৰা, মিৰ্জাপুৰ আৰু গৰলত অধিগ্ৰহণ কৰা হ’ব আদানিৰ এৰ’চিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি৷  মঙলবাৰে এক সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই অসমত আদানীৰ আগ্ৰাসনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে।
সংবাদমেলত শইকীয়াই কয় যে মিৰ্জাপুৰত ২৫৭ বিঘা ১১লেচা, আজাৰাত ৮৩ বিঘা চকঠা ১৫ লেচা আৰু গৰলত ৭০ বিঘা, ১৬ লেচা ভূমি অধিগ্ৰহণৰ বাবে যো-জা চলোৱা হৈছে ৷ এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ কথাটো হ’ল – এই তিনিখন গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমান বন্দৰৰ বাবে চাৰিবাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে ৷
এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি মাটিহে আছে ৷ এইবাৰ এৰ’চিটিৰ নামত অধিগ্ৰহণ হ’লে বহু পৰিয়ালে হেৰুৱাব নিজৰ ভেটি মাটিও৷ কেৱল এই তিনিখন গাঁৱৰ মাটিয়েই নহয় আৰু অন্য মাটিও পৰৱত¹ সময়ত অধিগ্ৰহণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ২০১৭ চনতে ভাৰত চৰকাৰে এৰ’চিটি নিৰ্মাণৰ বাবে ২,০০০ একৰ মাটি অসম চৰকাৰক  বিচাৰিছিল অৰ্থাৎ, ৩,২২০ বিঘা মাটি ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আজাৰা ৰাজহ চক্ৰৰ অধীনৰ অঞ্চল জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে৷ দ্ৰুতগতিত উন্নয়ন হৈ থকা অঞ্চলটো কৌশলৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ অন্তৰ্ভুক্ত কৰি লোৱাৰ সম্ভাৱনাই প্ৰৱল৷ কিন্তু যি সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ আছে, সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টিতে থলুৱাৰ ভেটি উছন কৰি আদানিক মাটি গতাই দিব বিচাৰিছে৷
ৰাজসাহাৰ্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ বাবে এৰ’চিটি৷ এৰ’চিটিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল Advantage Assam ২ ত৷ তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিনিয়োগকাৰীক দিয়া হ’ব বিশেষ ৰাজসাহাৰ্যৰ সুবিধা ৷ এতিয়াৰ থলুৱাৰ ভেটি উছন কৰি ৰাজকোষৰ ৰাজসাহাৰ্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ এৰ’চিটি ৷
হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জাতিক ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্চেদৰ ৰাজনীতিৰে উচ্চেদ চলাই আছে৷ কিন্তু সেই একেটা সময়তে আদানিক মাটি গতাই দিবলৈ ১৬ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননীও প্ৰেৰণ কৰা হৈছে৷ একেটা সময়তে এফালে ধুবুৰীত উচ্চেদ চলাই আছে আৰু আনফালে কাৰ্বি আংলঙত আদানিক মাটি গতাই দিয়াৰ যো-জা চলাই আছে ৷
সংবাদ মেলত ৰাইজৰ দলে কয় যে বিজেপিৰ আমোলত অসমত ৰকেট গতিত আদানিৰ বেপাৰ বৃদ্ধি পাইছে ৷ দলটোৱে বিজেপিৰ আমোলত আদানিৰ বাণিজ্য সম্প্ৰসাৰণৰ এক তালিকাও দাখিল কৰে ৷
১)  লোকপ্ৰিয় আন্তঃজাৰ্তিক বিমান বন্দৰ ৷
২)  ৮৪০ কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা ৷
৩]  এৰ’চিটি ৷
৪)  ধুবুৰীত ৩,৫০০ বিঘা ভূমিত ৩,০০০ মেগাৱাটৰ তাপ বিদ্যুত প্ৰকল্প ৷
৫)  কাৰ্বি আংলঙত ১২,০০০ বিঘা ভূমিত সৌৰ শক্তি প্ৰকল্প ৷
৬)  ৯,০০০ বিঘা মাটিত ডিমা হাচাওত চিমেণ্ট কোম্পানী ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adani Groupborjhar AirportGuwahatiRaijor Dal Pressmeet
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d