Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

No Need To Worry About The 40-Year-Old Leadership:আজিৰ পৰা বহুচৰ্চিত মৰিগাঁও অধিৱেশন

৪০ বছৰৰ তলৰ নেতৃত্বৰ হাতলৈ যাব নে আছু ? সর্বাধিক চর্চাত সমুজ্জ্বল

publisher by publisher
November 21, 2023
in Assam, India, News
Reading Time: 2 mins read
0
No Need To Worry About The 40-Year-Old Leadership:আজিৰ পৰা বহুচৰ্চিত মৰিগাঁও অধিৱেশন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Road Accident in Nelee:মৰিগাঁৱৰ শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

Morigaon:জুবিনক গাৰ্গক ভালপোৱা যুৱতীৰ মহানুভৱতা

AASU Pressmeet in Guwahati: শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেলত ঘোষণা আন্দোলনৰ কাৰ্যসূচী

No Need To Worry About The 40-Year-Old Leadership:

মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্র সন্থা (আছু)ৰ অধিৱেশনৰ ওপৰত এইবাৰ বিশেষ চৰ্চাৰ কেন্দ্ৰ হৈছে।

ADVERTISEMENT

কাৰণ এইখন অধিৱেশনত দুটা বিশেষ সিদ্ধান্ত কাৰ্যকৰী হ’ব পাৰে বুলি ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে। তাবে প্ৰথমটো হ’ল আছুৰ নেতৃত্ব প্ৰকৃততে ছাত্ৰৰ হাতলৈ যাব নে ? দ্বিতীয়তে, সংগঠনটোক প্রত্যক্ষভাবে হ’ব? অধিৱেশনৰ প্ৰাক্‌মুহূর্তত আছুব বৰ্তমানৰ নেতৃত্বৰ সূত্ৰই সদৰী কৰে যে ৪০ৰ উর্ধ্বৰ নেতৃত্বৰ হাতত সংগঠনটো থাকিব নালাগে বুলি দুলীয়াজান অধিবেশনত গ্রহণ কৰা প্রস্তাৱটো মৰিগাঁৱত গৃহীত হোৱাৰ সম্ভাবনা অধিক।

গতিকে মৰিগাঁও অধিৱেশনৰ পৰাই আছু নতুন নেতৃত্বৰে আগন্তুক দিনত বাট বুলিব। অৱশ্যে নতুন নেতৃত্ব বুলিলেও বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শর্মাই পূর্ণ পর্যায়ৰ সভাপতি হ’ব। একেদৰে সাধাৰণ সম্পাদকৰ দায়িত্বত শংকৰজ্যোতি বৰুৱাই বাহাল থাকিব।

ইয়াৰ বিপৰীতে পৰিৱর্তন হ’ব ৰাজ্যিক কার্যনির্বাহকত, য’ত ৪০তো বাদেই ৫০ উর্ধ্বৰ ব্যক্তিয়েও পদ দখল কৰি আছে। এনে বৃহৎ সংশোধনীৰ মাজতো আটাইতকৈ চর্চাত থকা নামটো হ’ল মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ। তেওঁক লৈয়ে আছু সর্বাধিক চর্চাত থাকে।

ভট্টাচার্যই এতিয়াও ছাত্র সংগঠন এটাক নেতৃত্ব এই বয়সতো কিদৰে দি থাকিব পাৰিছে বুলি সততে চর্চা চলিছে সেয়েহে প্রতিখন অধিবেশনৰ সময়ত ভট্টাচার্য আছুত থাকিব নে নাথাকে, থকাটো উচিত নে অনুচিত আদি বিশেষভাবে চর্চিত হয়।

ইয়াৰ ব্যতিক্ৰম এইবাৰো হোৱা নাই।লখিমপুৰ অধিৱেশনত প্রস্তাব লোৱা হৈছিল যে ভট্টাচার্যই নিজে যেতিয়ালৈকে বিচাৰে আছুত প্রত্যক্ষভাবে জড়িত থাকিব পাৰিব।গতিকে সকলো নিৰ্ভৰ কৰিছে ভট্টাচাৰ্যৰ ওপৰত। এইবাৰৰ অধিবেশনত ভট্টাচার্যৰ সিদ্ধান্ত কি হ’ব, সেয়া এতিয়া আছুৰ মজিয়াতে -অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।

মনকৰিবলগীয়া যে যদিও ভট্টাচার্য সংগঠনটোৰ মুখ্য উপদেষ্টাহে, তথাপি তেওঁ হ’ল অঘোষিত মুখ্য নেতা। সেইবাবে সভাপতি অথবা সাধাৰণ সম্পাদতকৈও ভট্টাচার্যই আগস্থান পাই আহিছে। প্রায় সকলো ক্ষেত্রতে ভট্টাচার্য মুখ্য হৈ উঠাৰ বিপৰীতে গৌণ হৈ আহিছে সভাপতি-সাধাৰণ সম্পাদকো।

সংগঠনটোৰ সূত্ৰই সদৰী কৰে যে নিজৰ ক্ষেত্ৰত ল’বলগীয়া সিদ্ধান্ত সম্পূর্ণৰূপে ভট্টাচার্যৰ ওপৰত এবি দিয়া হৈছে। একে সময়তে আন এক সূত্রই জনায় যে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত ভট্টাচার্য নিজেও দোধোৰ-মোধোৰত আছে। বিভিন্ন মহলৰ প্রতিক্রিয়া, বক্তব্য আদিৰ ওপৰত দৃষ্টি বাখিছে। সকলো দিশ বিবেচনা কৰি ভট্টাচার্যই সিদ্ধান্ত গ্রহণ কৰিব বুলি সূত্রটোৱে আশা প্রকাশ কৰে ৷

একে সময়তে সংগঠনটোৰ মজিয়াত এই চর্চাও চলিছে যে ভট্টাচাৰ্যৰ অবর্তমানত তেওঁ পালন কৰি অহা ভূমিকা তথা দায়িত্ব কোনে বহন কৰিব? কাৰণ আছুত দ্রুত গতিত হ্রাস হৈছে নেতৃত্ব দিব পৰা ছাত্রনেতাৰ।

সেয়েহে এই সকলোবোৰ দিশ মিলি মৰিগাঁও অধিৱেশন সংগঠনটোৰ বাবে বিবেচিত হৈছে অতি গুৰুত্বপূৰ্ণ ৷ আগন্তুক দিনত আছুৱে কাৰ নেতৃত্বত কিদৰে আগবাঢ়িব তাক নির্ধাৰণ কৰিব মৰিগাঁও অধিবেশনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 40-Year-Old LeadershipAASU conferenceDr. Samujjal BhattacharyaMORIGAON
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d