Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Auto Draft

    ২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Modern School Wins CBSE National Championship:চিবিএছই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সাফল্য মহানগৰীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ

publisher by publisher
November 27, 2023
in Assam, India, News
Reading Time: 1 min read
0
Modern School Wins CBSE National Championship:চিবিএছই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সাফল্য মহানগৰীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:দ্বিবিভক্ত হোৱাৰ দিশে দিছপুৰ থানা !

Garima Saikia Garg Pressmeet:অসুস্থ দেহাৰে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন গৰিমা শইকীয়া গাৰ্গ

Zubeen Garg:জুবিন গাৰ্গৰ বসতিস্থান ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ নিদিবলৈ চৰকাৰক আহ্বান ৰাইজৰ

Modern School Wins CBSE National Championship:

আন এক সাফল্যৰে জিলিকি উঠিছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিক্ষা প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ স্কুল। চিবিএছই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত জয়লাভ কৰি কেৱল বিদ্যালয়খনলৈকে নহয়, সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কৃষ পাৱেয়ে।

ADVERTISEMENT

অসাধাৰণ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি শেহতীয়াকৈ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হোৱা (টাইকোৱাণ্ডো জুনিয়ৰ) ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় কৃষে।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৬ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ অনুষ্ঠিত হোৱা চিবিএছই ফাৰ ইষ্ট জ’ন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপতো সাফল্য অৰ্জন কৰি বিদ্যালয় তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল কৃষ পাৱয়ে। উক্ত প্ৰতিযোগিতাখনত কৃষে ১৭ বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ ৫১ কেজি তলৰ শাখাত অংশগ্ৰহণ কৰি অৰ্জন কৰিছিল সোণৰ পদক।

কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ এই ধাৰাবাহিক সফলতাৰ পিছত আনন্দ ব্যক্ত কৰি বিদ্যালয়খনৰ পিজিটি-শাৰীৰিক শিক্ষা তথা টাইকোৱাণ্ডো প্ৰশিক্ষক অভিজিত গগৈয়ে কয়, ”ফাৰ ইষ্ট জ’ন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত কৃ্ষ পাৱেয়ে সোণৰ পদক অৰ্জন কৰাৰ পিছত পুনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি আমাক সঁচাকৈয়ে গৌৰৱাম্বিত কৰি তুলিছে। তেওঁৰ প্ৰৱল ইচ্ছাশক্তিৰ বাবে আমি তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহতো যাতে এনেদৰে ভাল প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে শুভকামনা জনাইছোঁ।’’

উল্লেখ্য যে, কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে কেৱল শৈক্ষিক উৎকৰ্ষতা সাধনৰ ক্ষেত্ৰতে নহয়, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু ক্ৰীড়াতো পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবেও প্ৰয়াস চলাই আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CBSE National Taekwondo ChampionshipKahiliparaModern School Wins
publisher

publisher

Related Posts

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

September 10, 2026
Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d