Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Uttarkhand Tunnel Crash Update:অন্তিমক্ষণত উপস্থিত উদ্ধাৰ অভিযান

সুৰংগত আৱদ্ধ ৪১ শ্ৰমিক উদ্ধাৰ বাবে সাজু উদ্বাৰকাৰী দল, এক কিলোমিটাৰ ভিতৰলৈ ৰাওনা চাৰি এম্বুলেন্স !, যিকোনো মুহূৰ্ততে উদ্ধাৰ হ'ব সুৰংগত আৱদ্ধ ৪১ শ্ৰমিক, আবদ্ধ অসমৰ দুই শ্ৰমিক

publisher by publisher
November 28, 2023
in India, News
Reading Time: 2 mins read
0
Uttarkhand Tunnel Crash Update:অন্তিমক্ষণত উপস্থিত উদ্ধাৰ অভিযান
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

উত্তৰাখণ্ডত পাকিস্তানৰ স’তে গুপ্তচৰ সংযোগৰ অভিযোগত এজন গ্ৰেপ্তাৰ

Gogamukh:গোগামুখত NDRF জোৱানৰ তাণ্ডৱ

Uttarkhand Tunnel Crash Update:

হিমালয়ান ৰাজ্য উত্তৰা খণ্ডৰ উত্তৰকাশীৰ সুৰংগত সুদীৰ্ঘ সময় আবদ্ধ হৈ থকা ৪১ শ্ৰমিকক যিকোনো মুহূৰ্ততে উদ্ধাৰ বাবে সাজু হৈছে উদ্ধাৰকাৰী দল ৷

ADVERTISEMENT

ইতিমধ্যে যুদ্ধকালীত তৎপৰতাৰে আৰম্ভ কৰা ড্ৰিলিং সম্পূৰ্ণ কৰাৰ পাছত মঙলবাৰে আবেলি এন ডি আৰএফ আৰু এছ ডি আৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈছে সুৰংগটোৰ ডিলিং সম্পূৰ্ণ কৰা স্থানত ৷

শেহতীয়া খবৰ অনুসৰি সুৰংগটোৰ এক মিটাৰ ভিতৰলৈ সুমাই গৈছে চাৰিখন এম্বুলেন্স সোমাই গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি , সুৰংগৰ ভিতৰৰ পৰা উলিয়াই অনা শ্ৰমিক সকলক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে সুৰংগটোৰ ভিতৰতে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ভ্ৰাম্যমাণ জৰুৰীকালীন চিকিৎসালয় । একেদৰে সাজু কৰি ৰখা হৈছে বিশেষজ্ঞ চিকিৎসকৰ এটা দল ৷

আনহাতে সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ বাবে প্ৰশাসনে লৈছে কেতবোৰ ব্যৱস্থা ৷ অত্যাধিক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰৰ দিহা কৰি ইতিমধ্যে পৰিয়ালৰ লোক সকলক অৱস্থান কৰাইছে সুৰংগৰ মুখত ৷

মনকৰিবলগীয়া যে,ছিলকিয়াৰা সুৰংগত ১৭ দিন ধৰি আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখি ৫২ মিটাৰলৈ মেনুৱেলী হৰাইজণ্টেল ড্ৰিলিং সম্পন্ন কৰা অষ্ট্ৰেলিয়ায়ান মাইক্ৰ’ টানেল বিশেষজ্ঞ ক্ৰীছ কুপাৰে ৷

ইতিমধ্যে সদৰি কৰা মতে আজি সন্ধিয়াভাগৰ পৰাই আবদ্ধ শ্ৰমিকসকলক এজন এজনকৈ উলিয়াই অনা হ’ব ৷

আনহাতে শ্ৰমিকসকলক উদ্ধাৰ কৰি চিনিয়ালিছাউৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব। ইতিমধ্যে শ্ৰমিকৰ বাবে সময়ে সময়ে খাদ্য, পানী আদি যোগান ধৰা হৈ আছে।

উল্লেখ্য যে, উত্তৰকাশীৰ সুৰংগত আবদ্ধ হোৱা কোকৰাঝাৰৰ দুই শ্ৰমিকৰ আত্মীয়ই ইতিমধ্যে বাহৰ পাতি আছে সুৰংগৰ ওচৰত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Labour ResqueNDRFNorth Kashi Tunnel AccidentSDRFUttarakhand
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d