Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ramlala was Revived by Prime Minister Narendra Modi:৫৫০ বছৰীয়াঅপেক্ষাৰ অন্ত পৰিল আজি

ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰামলালাৰ, প্ৰধানমন্ত্ৰীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰামলালাৰ, সাধু-সন্ত, চলচ্চিত্ৰ তাৰকা ভিআইপি-ভিভিআইপিৰে ভৰি পৰিছে অযোধ্যা, গর্ভগৃহত ৫০ মিনিট বৈদিক কর্ম সমাপন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়ে ভাষণ, ভাষণ দিয়ে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে

publisher by publisher
January 22, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Ramlala was Revived by Prime Minister Narendra Modi:৫৫০ বছৰীয়াঅপেক্ষাৰ অন্ত পৰিল আজি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Inauguration of NCLT Guwahati Campus:এন চি এল টি গুৱাহাটী বিচাৰপীঠ চৌহদ উদ্বোধন

Ramlala was Revived by Prime Minister Narendra Modi:

আজি সূর্যোদয়ৰ পাছতে অযোধ্যাত এক দীর্ঘ বছৰ অপেক্ষাৰ অন্তত নির্মিত ভব্য ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ। দুপৰীয়া ১২ বাজি ২৯ মিনিট ৩ ছেকেণ্ডত অভিজিৎ মুহূৰ্ত আৰম্ভ হয়। পৱিত্ৰ এই মুহূৰ্ত আছিল ১২ বাজি ৩০ মিনিট ৩৫ ছেকেণ্ডলৈ।

এই সময়ছোৱাৰ ভিতৰত ৰামলালাৰ বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে,প্ৰাণ প্ৰতিষ্ঠাৰ ৮৪ ছেকেণ্ডত হ’লেও অযোধ্যাৰ ৰাম মন্দিৰত সমগ্ৰ উদ্বোধনী অনুষ্ঠান অব্যাহত থাকিত এঘণ্টাৰো বেছি।

প্ৰধানমন্ত্ৰী মোদী অযোধ্যাৰ বাল্মিকী বিমানবন্দৰত পুৱা ১০.২৫ বজাত উপস্থিত হয় । বিমানবন্দৰৰ পৰা হেলিকপ্টাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ সমীপতে অস্থায়ীভাৱে নিৰ্মিত হেলিপেডত উপস্থিত হয় । প্ৰধানমন্ত্ৰী গৰাকীক হেলিপেডত উস্ম আদৰণি জনায় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপালে ৷ পাছত তাৰ পাছত ১০.৫৫ বজাত ৰাম মন্দিৰ প্ৰাংগণত উপস্থিত হৈ দুপৰীয়া ১২ বজাৰ পৰা গর্ভগৃহত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰী মোদী ৷

ইয়াৰ পাছতে আৰম্ভ হয় উদ্বোধনী অনুষ্ঠান । মনকৰিবলগীয়া যে, ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে এঘাৰ দিন ধৰি ‘কঠিন ব্ৰত’ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। সোমবাৰে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছত প্ৰধানমন্ত্ৰী গৰাকীক ৰাম মন্দিৰ ট্ৰাষ্টৰ অন্যতম ট্ৰাষ্টী গোবিন্দদাস গিৰি মহাৰাজে গ্লাছৰ পৰা চামুচেৰে তৰল এবিধ খাদ্য খুৱাই ব্ৰত ভংগ কৰায় ৷

আনহাতে মংগলধ্বনীৰ মাজত গৰ্ভগৃহত প্ৰৱেশ কৰি পদুম ফুলৰ পুস্পান্জলী অৰ্পণৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে বৈদিক ৰীতিৰে পূজা-অৰ্চনা সম্পন্ন কৰি আনুষ্ঠানিকভাৱে মন্দিৰ উদ্বোধন কৰে ৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্দিৰৰ চোতালত এক জনসভাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

নিজৰ ভাষণত মোদীয়ে কয়, অৱশেষত আজি আমাৰ মাজলৈ আহিল ৰাম । সুৰ্দীঘ পাঁচ শতিকাৰ অপেক্ষাৰ আমাৰ ৰাম আকৌ এবাৰ বিদ্যমান হ’ল ৷ শতিকাৰ ত্যাগ আৰু তপস্যাৰ পিছত প্ৰভু ৰাম আহিল। এই শুভ সময়ত মই সকলোকে জনালো বহু বহু শুভেচ্ছা।

প্ৰধানমন্ত্ৰীয়ে কয়,আমাৰ ৰামলালা এতিয়াৰ পৰা নাথাকে ,তেওঁ থাকিব দিব্য মন্দিৰত । এই পল পৱিত্ৰ, এই পৰিৱেশ, বাতাবৰণ, এই সময়, শক্তি প্ৰভু শ্ৰীৰামৰ আমাৰ সকলোৰে ওপৰত আশীৰ্বাদ।

এই বৰ্ষৰ আজিৰ এই পবিত্ৰ দিনটোত এই সুৰুযে এই অদ্ভুত আভা লৈ আহিছে। এই দিনটো কেলেণ্ডাৰৰ তাৰিখ নহয়, এয়া এক নতুন কালচক্ৰৰ উদয়। ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছৰে পৰা প্ৰতিদিনে দেশত উৎসাহ বৃদ্ধি পাইছিল। নিৰ্মাণ কাৰ্য দেখি দেশবাসীৰ প্ৰতিদিনে এক নতুন বিশ্বাস সৃষ্টি হৈছিল। আজি আমি শতিকাৰ সেই ধৈৰ্যৰ ফল পাইছো। আজি আমি শ্ৰীৰামৰ মন্দিৰ পাইছো।

আজিৰ পৰা হাজাৰ বছৰ পিছতো মানুহে এই তাৰিখটোৰ চৰ্চা কৰিব। আমি এই সময়খিনিৰ সাক্ষী। এই সময় সাধাৰণ সময় নহয়, এই কালৰ চক্ৰত সৰ্বকালৰ চিয়াহীৰে অংকিত অমিত স্মৃতিৰেখা। য’ত ৰামৰ কাম হয়, তাত পৱন পুত্ৰ হনুমান বিৰাজমান হয়। সেইবাবে মই ৰামভক্ত হনুমানকো প্ৰণাম কৰিছো। মাতা জানকী, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন সকলোকে প্ৰণাম জনাইছো।

মোদীয়ে কয়, ‘‘মই আজি প্ৰভু শ্ৰীৰামৰ পৰা ক্ষমা বিচাৰিছো, আমাৰ তপস্যাত হয়তো কিছু অভাৱ আছিল যাৰ বাবে ইমান দিনলৈ এই কাম কৰিব পৰা নাছিলো, আজি সেই কাম পূৰণ হৈছে। আজি প্ৰভু ৰামে নিশ্চয় আমাক ক্ষমা কৰিব।’

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়, দেশৰ কোণো কোণে পৃথক পৃথক ভাষাত ৰামায়ণ শুনাৰ সৌভাগ্য হৈছে। বিগত ১১ দিনতো ৰামায়ণ শুনাৰ সৌভাগ্য হৈছে। এই ৰামৰস জীৱনৰ প্ৰৱাহৰ দৰে নিৰন্তৰ বৈ থাকে। ৰাম কথা অসীম। ৰামায়ণো অনন্ত। ৰামৰ আদৰ্শ, মূল্য সকলো স্থানত সমান। আজিৰ এই ক্ষণ উৎসৱৰ ক্ষণৰ লগতে ভাৰতীয় সমাজৰ পৰিপক্কতাৰো সময়। আমাৰ বাবে এই সময় কেৱল বিজয়ৰ নহয়, বিনয়ৰো হয়। আমাৰ ভৱিষ্যৎ আমাৰ অতীতকৈ বহু সুন্দৰ হ’বলৈ গৈ আছে।

ৰামলালাৰ এই মন্দিৰৰ নিৰ্মাণ ভাৰতীয় সমাজৰ শান্তি, ধৈৰ্য আৰু সামাজিক সদ্ভাৱ আৰু আন্তৰিকতাৰ প্ৰতীক। ৰাম মন্দিৰে সমাজৰ সকলো বৰ্গৰ উজ্জ্বল ভৱিষ্যতৰ পথৰ প্ৰেৰণা লৈ আহিছে। ৰাম শক্তি। ৰাম বিবাদ নহয়, ৰাম সমাধান। ৰাম কেৱল আমাৰ নহয়, ৰাম সকলোৰে। ৰাম কেৱল বৰ্তমান নহয়, ৰাম অনন্ত

আজি দেশত নিৰাশাৰ স্থান নাই। আহক আমি সংকল্প লওঁ, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি জীৱনৰ পল পল সমৰ্পণ কৰিম। এয়া ভাৰতৰ বিকাশৰ অমৃত কাল। আজি ভাৰত যুৱশক্তিৰ পুঁজিৰে পৰিপূৰ্ণ, শক্তিৰে পৰিপূৰ্ণ। এনে পৰিস্থিতি নাজানো কিমান সময় পিছত হৈছে। আমি এতিয়া বহি থাকিব নালাগিব। যুৱ প্ৰজন্মই ভাৰতৰ নতুন প্ৰভাত লিখিব লাগিব ৷

https://dainikagradoot.in/wp-content/uploads/2024/01/ramlal-video.mp4

মোদীয়ে কয়, আহিবলগীয়া সময় সফলতাৰ হ’ব। এই ৰাম মন্দিৰ সাক্ষী হ’ব ভাৰতৰ উৎকৰ্ষৰ, উদয়ৰ, বিকশিত ভাৰতৰ। এই মন্দিৰে শিকাই, যদিহে লক্ষ্য সত্য প্ৰমাণিত হয় তেতিয়া সেয়া প্ৰাপ্ত কৰা অসম্ভৱ নহয়। এয়া ভাৰতৰ সময়। ভাৰত এতিয়া আগবাঢ়িব। আমি এতিয়া ৰৈ নাথাকো। বিকাশৰ শিখৰলৈ গৈয়ে এৰিম।

উল্লেখ্য যে ,ইতিমধ্যে উলাহে নধৰা অযোধ্যাত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ভি ভি আই পি, সাধু-সন্তৰে ভৰি পৰিছে অযোধ্যাৰ পবিত্র ভূমি।

মহাতাৰকা অমিতাভ বচ্চন, ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ, দক্ষিণৰ মহাতাৰকা ৰজনীকান্ত ,উদ্যোগপতি মুকেশ আম্বানি সহ প্রায় আঠ হেজাৰ নিমন্ত্রিত অতিথিয়ে আজি উপস্থিত হয় ৰামলালাৰ প্ৰাণ প্রতিষ্ঠা কাৰ্যসূচীত।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেদবিহিত কৰ্মৰে ৰাম মন্দিৰৰ গর্ভগৃহত সংস্থাপিত ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তিৰ প্ৰাণ ও প্ৰতিষ্ঠা কৰাৰ পাছত অহা মঙলবাৰৰ পৰা সৰ্বসাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব মন্দিৰৰ দুৱাৰ। সোমবাৰে নিমন্ত্রিত অতিথিসকলে মন্দিৰ দৰ্শন কৰিব পাৰিব যদিও সাধাৰণ জনতাই মঙলবাৰৰ পৰা দিনটোত দুবাৰকৈ মন্দিৰ দৰ্শনৰ সুযোগ পাব।

মঙলবাৰে পুৱা সাত বজাত মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হ’ব। তেতিয়া সাধাৰণ জনতাই মন্দিৰত প্ৰৱেশ কৰি পূজা-অৰ্চনা কৰিব পাৰিব। দিনৰ ১১-৩০৩ মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব। আঢ়ৈ ঘণ্টাৰ বিৰতিৰ পাছত দিনৰ দুই বজাৰ পৰা সন্ধিয়া সাত বজালৈকে পুনৰ মন্দিৰৰ দুৱাৰ খোলা থাকিব দৰ্শনাৰ্থীৰ বাবে।

উল্লেখ্য যে ৰাম মন্দিৰত প্ৰতিদিনে তিনিবাৰ আৰতি প্ৰদান কৰা হ’ব। পুরা ৬-৩০ বজাত প্ৰদান কৰা হ’ব প্রথম আৰতি। পুৱাৰ এই আৰতিক কোৱা হ’ব ‘জাগৰণ আৰতি’। ইয়াৰ পাছতে দুপৰীয়া ১২ বজাৰ পৰা ৰাম মন্দিৰত হ’ব ‘ভোগ আৰতি’।

আকৌ সন্ধিয়া সাত বজাত কৰা হ’ব ‘সন্ধ্যা আৰতি’। শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্ৰ ন্যাসে সদৰী কৰা মতে, দর্শনার্থীয়ে আৰতি চাবলৈ হ’লে নির্দিষ্ট সময়ৰ আধাঘণ্টা সময় পূর্বে মন্দিৰৰ কেম্প অফিচত নিজৰ পৰিচয়পত্ৰ লৈ উপস্থিত হ’ব লাগিব।

তাৰে পৰা প্ৰৱেশ পত্র সংগ্ৰহ কৰিলেহে আৰতি দৰ্শনৰ বাবে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ভক্তসকলে। উল্লেখ্য যে আজি ৰাম মন্দিৰ উদ্বোধনক কেন্দ্ৰ কৰি সমগ্র দেশজুৰি আৰম্ভ হৈছিল উৎসৱমুখৰ পৰিৱেশৰ। কেন্দ্ৰীয় চৰকাৰে আজি ৰাম মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীৰ ডি ডি যোগে পোনপটীয়া সম্প্ৰচাৰ চোৱাৰ সুবিধাৰ্থে চৰকাৰী কাৰ্যালয়সমূহত দিনৰ ২-৩০ বজালৈ অৰ্ধছুটী ঘোষণা কৰিছিল ।

ইয়াৰ উপৰি অসমকে ধৰি ৰাজস্থান, গুজৰাট, মধ্যপ্রদেশ, চত্তিছগড়, ওড়িছা আৰু ছিকিম চৰকাৰেও অর্ধছুটী ঘোষণা কৰিছে। অসম চৰকাৰে এক নির্দেশযোগে শিক্ষানুষ্ঠানসমূহ কাইলৈ দিনটোৰ বাবে বন্ধ ঘোষণা কৰিছিল ৷

ইফালে, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত সোমবাৰৰ দিনটো বন্ধৰ দিন ঘোষণা কৰিছিল । মুঠতে ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাক লৈ এফালে যিদৰে অযোধ্যাত পূর্ণ প্রস্তুতি তুংগত উঠিছে, ঠিক তেনেদৰে দেশৰ সৰ্বত্ৰ চৰকাৰী বন্ধ, অর্ধছুটী, ড্রাই ডে, মাছ-মাংসৰ বিক্ৰী বন্ধ আদিকে ধৰি বিভিন্ন নির্দেশনা জাৰি কৰি ৰাজ্যসমূহত ৰাম মন্দিৰ উদ্বোধনৰ কাৰ্যসূচী উদ্যাপনৰ ব্যৱস্থা কৰা হৈছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ayodhya RamlalainaugurationPM ModiRamlala pran Pratistha
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d