Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Champai Soren wins Jharkhand Vote of Confidence:প্ৰত্যাশিতভাৱেই ঝাৰখণ্ডৰ আস্থাভোটত জয়ী চম্পাই চোৰেন

৪৭ জন বিধায়কৰ সমৰ্থন লাভ, বিৰোধীৰ পক্ষত ২৯ বিধায়কৰ ভোট

publisher by publisher
February 5, 2024
in India, News
Reading Time: 2 mins read
0
Champai Soren wins Jharkhand Vote of Confidence:প্ৰত্যাশিতভাৱেই ঝাৰখণ্ডৰ আস্থাভোটত জয়ী চম্পাই চোৰেন
3
SHARES
30
VIEWS
ShareShareShareShare

Champai Soren wins Jharkhand Vote of Confidence:

অৱশেষত প্ৰত্যাশিতভাৱেই আস্থাভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে | চোৰেনে ৪৭টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ পক্ষত ভোট পৰিল ২৯ জনৰ ৷

ADVERTISEMENT

উল্লেখ্য যে,ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ’ল ৮১খন। মেজিক নম্বৰ ৪১ ৷ আজি চোৰেনে লাভ আস্থা ভোটৰ নিৰ্ধাৰিত ৪১তকৈ ছটা ভোট বেছি লাভ কৰি চৰকাৰৰ স্থায়ীত্ব নিশ্চিত কৰে ৷সদনত জেএম এম,আৰজেডি আৰু কংগ্ৰেছৰ ,চিপিআই (এমএল)ৰ এজনসহ মিত্ৰজোঁটৰ মুঠ ৪৭ জন ৷

RelatedPosts

No Content Available

আনহাতে বিৰোধীৰ পক্ষৰ বিজেপিৰ ২৫,সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ তিনিজন বিধায়ক আৰু নিৰ্দলীয়ৰ এজন ৷

সোমবাৰে পূৰ্ব নিৰ্ধাৰিতমৰ্মেই ঝাৰখণ্ড বিধানসভাৰ অধ্যক্ষই আস্থা ভোট গ্ৰহণ কৰি সদনত প্ৰথমে মুখ্যমন্ত্ৰী চোৰেনৰ পক্ষত থকা বিধায়ক সকলক থিয় হৈ নিজৰ সমৰ্থন প্ৰকাশ কৰিবলৈ কোৱা হয় ৷ সেই অনুসৰি চোৰেনৰ সমৰ্থনত থিয় দিয়ে ৪৭ জন বিধায়কে ৷

ইয়াৰ পিছতে একেদৰে অনাস্থা প্ৰকাশ কৰা বিধায়ক সকলক থিয় হ’বলৈ কোৱাত মাত্ৰ ২৯ জন বিধায়ক থিয় হয় ৷ ইয়াৰ পাছতে অধ্যক্ষই চম্পাই চোৰেন আস্থাভোটত জয়ী হোৱাৰ কথা ঘোষণা কৰে ৷

মনকৰিবলগীয়া যে,ইতিমধ্যে ইডিৰ জিন্মাত থকা তদানীন্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন সদনত উপস্থিত থাকি মিত্ৰজোঁটৰ পক্ষত ভোট দিয়ে ৷

উল্লেখযোগ্য,খনিজ আৰু ভূমি জালিয়াতিৰ গোচৰত ইডিয়ে হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ঝাৰখণ্ড জেএম এম নেতৃত্বাধীন মিত্ৰজোঁটে ততাতৈয়াকৈ বিধায়িনী বৈঠক অনুষ্ঠিত কৰি হেমন্ত চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চম্পাই চোৰেনক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে চম্পাই চোৰেনে ৰাজভৱনলৈ গৈ নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াই ৷

শুক্ৰবাৰে ৰাজভৱনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে চম্পাই চোৰেন সহ কে’বাজনো মিত্ৰজোঁটৰ মন্ত্ৰীয়ে ৷ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শপত গ্ৰহণ কাৰ্য সম্পাদনৰ পিছতে নতুন চৰকাৰক ১০ দিনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ নির্দেশ দিয়ে ৷

সেই অনুসৰি আজি চম্পাই চোৰেনে ঝাৰখণ্ড বিধানসভাত আস্থাভোটত অংশগ্ৰহণ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cm Champai SorenJharkhand Lagislative AssemblyVote of Confidence
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d