Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Thagi Das Passes Away:বিশিষ্ট শিক্ষাবিদ- সমাজকৰ্মী ঠগি দাসৰ পৰলোকপ্ৰাপ্তি,ধিঙত শোকৰ ছাঁ

publisher by publisher
February 6, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Thagi Das Passes Away:বিশিষ্ট শিক্ষাবিদ- সমাজকৰ্মী ঠগি দাসৰ পৰলোকপ্ৰাপ্তি,ধিঙত শোকৰ ছাঁ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Dhing Incident:ৰক্তাক্ত ধিঙৰ পটিয়া পথাৰ, শিশু-মহিলাসহ আহত ১২ জন

Dhing:ধিঙৰ বেতকাটীত সুমংগল ঘাট উদ্বোধন

Dhing:শ্ৰী শ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰৰ গ্ৰীষ্মকালীন বিশেষ কৰ্মশালাৰ সামৰণি

Thagi Das Passes Away:

নগাঁও জিলাৰ ধিঙৰ বিশিষ্ট শিক্ষাবিদ -সমাজকৰ্মী ঠগি দাসৰ যোৱা নিশা ৯.৪৫বজাত ধিং নগৰৰ ৰত্ননগৰৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪বছৰ। সুদীৰ্ঘ দিন তেওঁ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল |

ADVERTISEMENT

১৯৩৯ ত ধিঙৰ দুই নম্বৰ লহকৰ গাঁৱত জন্ম গ্ৰহণ কৰা দাসে আঠগাঁও মজলীয়া স্কুলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা,ধিং কে বি হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা আৰু দৰং কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞানৰ স্নাতক ডিগ্ৰী, নগাঁও বি টি কলেজৰ পৰা বি টি ডিগ্ৰী লাভ কৰে। প্ৰচুৰ মেধা সম্পন্ন দাসে আৰ্থিক অনাটনৰ কাৰণে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰি ভূৰাগাঁও হৰিচৰণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

সেই বিদ্যালয়ত সুদীৰ্ঘ বছৰ শিক্ষকতা কৰাৰ অন্তত ১৯৮৫চনত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহে।তাতো ১৪বছৰ কাল অতি দক্ষতাৰে শিক্ষকতা কৰি ১৯৯৮চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ অৱসৰ গ্ৰহণ কৰে। গণিত শাস্ত্ৰৰ শিক্ষক হিচাপে তেওঁ খুবেই প্ৰখ্যাত আছিল। মূহুৰ্ততে গণিতৰ অতি জটিল ফৰ্মোলা সমূহ মীমাংসা কৰিবলৈ সক্ষম হোৱা দাস ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো অতি জনপ্ৰিয় আৰু শ্ৰদ্ধাশীল আছিল।

মৃদুভাষী, অত্যন্ত বিনয়ী দাসে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ধিং কে বি নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি বিদ্যালয় খনক বিশেষ গতি প্ৰদান কৰিছিল।লগতে অৱসৰৰ পাছত তেওঁ ধিঙৰ বিভিন্ন ধৰ্মীয় -সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ পৰে।

ধিঙৰ প্ৰায় সমূহ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত দাসে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধিং আঞ্চলিক শাখাৰ সভাপতি হিচাপে দুটা কাৰ্যকাল, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা সদস্য হিচাপে চাৰিটা বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। তাৰোপৰি তেওঁ ধিং ৰত্নভৱন বিহুতলীৰ সুদীৰ্ঘ বছৰৰ সভাপতি আছিল। তেওঁ ধিং শাখা সাহিত্য সভাৰ সৈতেও জড়িত আছিল।

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ঠগি দাসৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি পুৱাই তেখেতৰ বাসভৱনত অজস্ৰ গুণমুগ্ধই ভিৰ কৰেহি। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়,ধিং শাখা সাহিত্য সভা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধিং আঞ্চলিক শাখা,গোপালদেৱ প্ৰাথমিক শাখা,ধিং জ্যেষ্ঠ নাগৰিক সন্থা,ৰত্নভৱন বিহুতলী সমিতি,ধিং শাখা সাহিত্য সভা আদিৰ প্ৰতিনিধি আহি তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhingThagi Das Passes Away
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d