Lok Bhawan:
অতীত হ’ল ৰাজভৱন ৷ সমগ্ৰ দেশৰ ‘ৰাজভৱন’ সমূহ ৰূপান্তৰ কৰা হ’ল ‘লোকভৱন’লৈ ৷ সেই অনুসৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই ২৮ নৱেম্বৰত এক অধিসূচনাযোগে অসমৰ ৰাজভৱনৰ নাম সলনি কৰি লোক ভৱন, অসম’ বুলি ঘোষণা কৰে ৷
ADVERTISEMENT
উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্যৰ ৰাজ্যপাললৈ পত্র লিখি ‘ৰাজভৱন ‘সমূহক ‘লোক ভৱন’ নামেৰে সলনি কৰাৰ লগতে ৰাজ্যপাল গৰাকীয়ে এতিয়াৰ পৰা লোকপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিব বুলি এক নিৰ্দেশনা জাৰি কৰিছিল ৷



































