Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ten Riethnic Groups On The Same Platform:স্বকীয় ভাষা, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ বাবে একেখন মঞ্চত দহটা জাতীয় সংগঠন

ভাৰতবৰ্ষ যদি বিশ্বগুৰু হব লাগে তেন্তে ভাৰতবৰ্ষৰ আটাইতকৈ ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ কৰাৰ লগতে বিকাশ কৰিব লাগিব : বশিষ্ঠ বুজৰবৰুৱা

publisher by publisher
April 24, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Ten Riethnic Groups On The Same Platform:স্বকীয় ভাষা, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ বাবে একেখন মঞ্চত দহটা জাতীয় সংগঠন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Guwahati:মহানগৰীৰ হোটেল গেটৱেত গ্রেণ্ডিঅ’ৰত কংগ্ৰেছক বাদ দি বিৰোধীৰ মিত্ৰতাৰ বৈঠক

kherani:খেৰণিত সংঘটিত পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰতিবাদকাৰীৰ

Ten Riethnic Groups On The Same Platform:

ওদালগুৰি জিলাৰ খৈৰাবাৰীস্হ কমিউনিটি সভাগৃহত আজি দহটা জাতীয় সংগঠনৰ সদস্য একেখন মঞ্চত বিভিন্ন ধৰনৰ জাতীয় সমস্যাৰ ওপৰত আলোচনাত মিলিত হয় ৷ বিশেষকৈ সংগঠন সমূহে নিজ নিজ সমাজলৈ ভাষা সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰত অহা অশনি সংকটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ADVERTISEMENT

আগন্তুক সময়ত নিজ নিজ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে তেওঁ লোকে একেলগ হৈ একেখন মঞ্চত কাম কৰিব তাৰ বাবে বিশেষ ভাৱে চিন্তা চৰ্চা কৰে। শ্ল’পইজনৰ দৰে দিনক দিনে পাশ্চাত্য সংস্কৃতিৰ কৰাল গ্ৰাসত পৰি আমাৰ সমাজখনে কেনেদৰে নিজৰ স্বভিমান পাহৰি যাবলৈ ধৰিছে সেয়া সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি সকলোৱে একেমুখে স্বীকাৰ কৰে।

উল্লেখ্য যে আজিৰ এই সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকে। সভাত সংগঠন সমূহে নিজৰ নিজৰ সংগঠনৰ কাৰ্যপদ্ধতিৰ বিষয়ে উপস্হাপন কৰি তেঁওলোকে লোৱা পদক্ষেপ সমূহক সকলোকে সহায় আগবঢ়াবলৈ আহ্বান জনায় ।

আনহাতে বশিষ্ঠ বুজৰবৰুৱা নিজৰ ভাষণ প্ৰংগত কয় যে বৰ্তমানে আমাৰ সমাজৰ জনগোষ্ঠীয় ভাষা, পৰম্পৰা আৰু সংস্কৃতিৰ অস্তিত্বলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে পশ্চিমীয়া সংস্কৃতিয়ে ৷ সেয়েহে আমি সকলো দল সংগঠনে মিলি আমাৰ নিজৰ নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিব লাগিব। স্বকীয় ভাষা সংস্কৃতি পৰম্পৰ বিহীন এটা জাতিয়ে কেতিয়াও এটা সম্পূৰ্ণ জাতি হিচাপে চিহ্নিত হ’ব নোৱাৰে বুলি প্ৰকাশ কৰে।

তেওঁ  লগতে কয় যে নিজস্ব ভাষা, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতিয়েই এটা জাতিৰ চিনাকিৰ মূল উপাদান। এটা জাতিৰ নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰাক পৰষ্পৰৰ পৰা পৃথক কৰিব নোৱাৰি বুলি তেখেতে মন্তব্য কৰি নিজস্ব ভাষা, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতি ত্যাগ কৰিলে সেই জাতিৰ অস্তিত্ব নিঃশেষ হৈ যায় বুলি কয় ৷

তেওঁ কয় যে সকলোবোৰ সংগঠনে একেলগ হৈ নিজ নিজ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি যাব লাগিব, আমাৰ মাজত সাংস্কৃতিক বিনিময় হব লাগিব । আমি সকলোৱে মিলি নিজৰ নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা সমূহ ৰক্ষা কৰিব লাগিব।আমাৰ সকলো ভাষাই ৰাষ্ট্ৰীয় ভাষা বুলি সদৰি কৰি সকলোৱে মিলি সকলোৰে ভাষাক সন্মান জনাই ভাষা উন্নতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

ভাৰতবৰ্ষ যদি বিশ্বগুৰু হব লাগে তেন্তে ভাৰতবৰ্ষৰ আটাইতকৈ ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ কৰাৰ লগতে বিকাশ কৰিব লাগিব । নিজ নিজ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা হলেহে ভাৰতৰ সৰ্বাংগীন বিকাশ হব ।

উল্লেখ্য যে আজিৰ এই সভাত ওদালগুৰি জিলাৰ ওদালগুৰি বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সংগঠন, মাণ্ডাই বৰ্মন ছাত্ৰ সংগঠন, অনুচিত জাতি ছাত্ৰ সন্থা , আদিবাসী ছাত্ৰ সন্থা, গোৰখা ছাত্ৰ সন্থা, বেংগলী ফেডাৰেচন, আক্ৰাছু, চাহ মজদূৰ সংঘকে ধৰি ১০ টা জাতীয় সংগঠনৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Joint MEETINGRss Leader Basistha BujarbaruahSame PlatformTen Riethnic Groups
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d