Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Flood Situation update:বানৰ সংহাৰ অব্যাহত ,চৌদিশে পানী আৰু পানী

ঘৰ-বাৰী ডুব যোৱা হেজাৰ হেজাৰ লোকে আশ্ৰয় লৈছে মথাউৰি-ৰেলপথ-ৰাষ্ট্ৰীয় পথত, বিপদসীমাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্রসহ ১০ খন উপনৈ, প্রতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা

publisher by publisher
July 4, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam Flood Situation update:বানৰ সংহাৰ অব্যাহত ,চৌদিশে পানী আৰু পানী
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Assam Flood Situation update:

ব্রহ্মপুত্রকে ধৰি ১০ খন নৈ আৰু উপনৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে প্ৰৱাহিত হোৱাৰ পৰিণতিত ৰাজ্যত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যেই প্লাৱিত হৈছে ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,৮০০ খনৰো অধিক গাঁও। যোৱা নিশা পর্যন্ত বানাক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৬,২৫,০৮৯ জনলৈ। পৰিস্থিতি ক্রমাৎ জটিল হোৱাৰ লগে লগে চৰম দুর্ভোগৰ সম্মুখীন হ’বলগা হৈছে বানাক্রান্ত ৰাইজ। চৰকাৰীভাৱে মুকলি কৰা সামান্য সংখ্যক আশ্রয় শিবিৰত ২৫,৭৪৪ জন লোকে আশ্রয় গ্রহণ কৰাৰ বিপৰীতে আন বৃহৎসংখ্যক লোকে মথাউৰি, ৰেল পথ বা ৰাষ্ট্ৰীয় পথত তম্বু টানি আশ্রয় ল’বলগীয়া হৈছে।

ADVERTISEMENT

flooduuuহঠাতে সৃষ্টি হোৱা বানৰ ফলত সৰ্বসাধাৰণ ৰাইজে ঘৰৰ সকলো সা-সম্পদ এৰি প্ৰাণৰ মমতাত ওখ স্থানলৈ ঢাপলি মেলাৰ পাছত এতিয়া সম্মুখীন হৈছে ভীষণ খাদ্য সংকটৰ। চৰকাৰীভাৱে কিছু সাহায্য সামগ্রী বিতৰণ কৰা হৈছে যদিও আশ্রিত লোকসকলে ৪৮ ঘণ্টা পর্যন্ত অনাহাৰে-অনিদ্রাই থকাৰ পাছতহে চৰকাৰী সাহায্য সামগ্রীয়ে দুর্গতসকলৰ কাষ পাইছেগৈ।

উল্লেখ্য যে ৰাজ্যৰ চৌদিশে ব্যাপক হাৰত মথাউৰি ছিগাৰ ফলত নিশাৰ ভিতৰতে প্লাৱিত হৈছে অসংখ্য গাঁও। বিলাই- বিপত্তিৰ সীমা নোহোৱা হৈছে বানাক্রান্ত ৰাইজৰ। ৰাজ্যৰ প্রান্তে প্রান্তে বাঢ়নী পানীৰ প্রচণ্ড সোঁতত তিষ্ঠিব নোৱাৰি উটি গৈছে বহু লোকৰ লগতে অসংখ্য পশুধন।

আন একাধিক স্থানত আকৌ পানীত পৰি প্ৰাণহানি ঘটিছে বহুসংখ্যক লোকৰ। কালিলৈকে ৰাজ্যত ৩৮ জন লোকৰ মৃত্যুৰ পাছত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্রান্তত শিশু-মহিলাসহ আঠজন লোকৰ সলিল সমাধি ঘটিছে। ইয়াৰ লগে লগে চলিত বানত মৃতকৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পাইছে বুলি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যোৱনিশা সদৰী কৰিছে।

উল্লেখ্য যে ৰাজ্যত আজিও অপৰিৱৰ্তিত হৈয়ে আছে বান পৰিস্থিতি। মাজুলীত আজি দিনটোত সামান্য পৰিমাণৰ পানী কমিছে যদিও অব্যাহত আছে বানাক্ৰান্তৰ হাহাকাৰ। উল্লেখ্য যে যোৱা নিশাৰে পৰা ব্ৰহ্মপুত্ৰকে ধৰি আটাইবোৰ নদ-নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে প্ৰৱাহিত হোৱা বাবে উজনিৰ সমান্তৰালকৈ নামনি অসমতো বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীসভাৰ সদস্য সকল বাহৰ পাতি বানাক্ৰান্ত জিলা সমূহত ৷ বানত সৰ্বহাৰা হোৱা লোকসকলৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে মতবিনিময় কৰিছে বানাক্ৰান্ত সকলৰ স’তে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Flood Situation updateCMO ASSAM
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d