Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pineapple cultivation is a self-sufficient farmer in Garemari village of Rangjuli:আনাৰস খেতিৰে স্বাৱলম্বী ৰংজুলিৰ গৰেমাৰী গাঁৱৰ কৃষক

কৃষকে বছৰি উপাৰ্জন কৰিছে ৫০ হেজাৰ টকাৰ পৰা পাঁচ লাখ টকা পর্যন্ত

publisher by publisher
July 25, 2024
in Uncategorized
Reading Time: 2 mins read
0
Pineapple cultivation is a self-sufficient farmer in Garemari village of Rangjuli:আনাৰস খেতিৰে স্বাৱলম্বী ৰংজুলিৰ গৰেমাৰী গাঁৱৰ কৃষক
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

Accident:গোৱালপাৰাৰ জলেশ্বৰত ৰাজপথত ই- ৰিক্সাৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ

Pineapple cultivation is a self-sufficient farmer in Garemari village of Rangjuli:

গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত গৰেমাৰী গাঁও বৰ্তমান মিঠা আৰু সুস্বাদু আনাৰসৰে ভৰি পৰিছে। ৰংজুলি চহৰৰ পৰা দক্ষিণ-পূব ফালে প্রায় চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত গৰেমাৰী গাঁও। অসম- মেঘালয় সীমান্তত অৱস্থিত গাঁওখনত প্ৰচুৰ পৰিমাণে উৎপাদন হয় আনাৰস।

ADVERTISEMENT

গাঁওখনৰ শ শ বিঘা ভূমিত কৰা হয় আনাৰসৰ খেতি। গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদূলি মুখত এতিয়া আনাৰসৰ দ’ম। গাৰো জনগোষ্ঠীৰ প্রায় ১৩০ টা পৰিয়ালে বসবাস কৰা গাঁওখনৰ প্ৰায় প্রতিটো পৰিয়ালে কৰে আনাৰসৰ খেতি। কোনোরে ১০ বিঘা, কোনোৱে ২০ — বিঘা ভূমিত কৰিছে আনাৰসৰ খেতি। মুঠতে গাঁওখনত প্রায় এহেজাৰ বিঘা ভূমিত আছে আনাৰসৰ খেতি।

বর্তমান বজাৰত বিক্ৰীৰ বাবে সকলোৱে বাগানৰ পৰা আনাৰস ছিঙি ঘৰৰ চোতালত নাইবা পদূলিমুখত দ’ম কৰিছে আনাৰস। তেওঁলোকৰ এৰ উৎপাদিত আনাৰস সাধাৰণতে স্থানীয় ৰংজুলি, ধূপধৰা, ধনুভাঙাৰ বজাৰত বিক্ৰী কৰা হয় যদিও অধিকাংশ আনাৰস গুৱাহাটীৰ বেপাৰী আহি লৈ যায়। তদুপৰি নগাঁও, তেজপুৰ আদি ঠাইলৈও — ৰপ্তানি হয় আনাৰস। মিঠা আৰু সুস্বাদু আনাৰসৰ বাবে গুৱাহাটীৰ বজাৰত গৰৈমাৰীৰ আনাৰসৰ এক সুকীয়া নাম আছে। বর্তমান এযোৰ আনাৰস ৩০ টকাৰ পৰা ৫০ টকা দৰত বিক্ৰী কৰিছে খেতিয়কে।

উল্লেখ্য যে গাঁওখনৰ প্ৰতিটো পৰিয়ালে উপাৰ্জনৰ মূল উৎস হিচাপে বাছনি কৰি লৈছে আনাৰস খেতিক। সেয়ে প্রত্যেকৰ বাৰীতদেখিবলৈ পোৱা যায় কেৱল আনাৰস আৰু আনাৰস। সাধাৰণতে বছৰটোত দুবাৰ উৎপাদন হয় আনাৰস; জুন, জুলাই, আগষ্ট আৰু নৱেম্বৰ, ডিচেম্বৰত। নৱেম্বৰ, ডিচেম্বৰত আনাৰসৰ বিশেষ চাহিদা নাই যদিও জুন, জুলাইত আনাৰসৰ প্ৰচুৰ চাহিদা আছে। এই আনাৰস খেতি কৰিয়ে স্বাৱলম্বী হৈছে গাঁওখনৰ লোকসকল। গাঁওখনৰ গাঁওবুঢ়াৰ পৰা জানিব পৰা মতে, আনাৰস বিক্ৰী কৰি প্ৰতিটো পৰিয়ালে বছৰি ৫০ গাঁওখনৰ আনাৰস খেতিয়ক অর্জুনাথ চাংমাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আদর্শ খেতিয়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

পৰিতাপৰ কথা আনাৰস খেতিৰে গ্ৰাম্য অর্থনীতিত বিশেষ ভূমিকা গ্রহণ কৰা গাঁওখনলৈ যোৱাৰ বাবে এতিয়াও যাতায়াত ব্যৱস্থা সুচল নহয়। ৰংজুলিৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত গাঁওখনলৈ যোৱা পথৰ এক কিলোমিটাৰ পথ অতি জৰাজীৰ্ণ। যাৰ বাবে খেতিয়কসকলে উৎপাদিত আনাৰস বজাৰলৈ অনাত যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আনহাতে, বেপাৰীসকলেও গাঁওখনলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে তাৰ পাছতো বেপাৰীসকলে পিকআপ ভান লৈ আনাৰস আনিবলৈ যায়।

গাঁওবাসী ৰাইজে জৰাজীৰ্ণ পথছোৱা পকীকৰণ কৰিবৰ বাবে চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে। গাঁওখনলৈ যোৱা পথ সুগম হ’লে আৰু অধিক লাভবান হ’ব পাৰিলেহেঁতেন ৷ উল্লেখ্য যে গাঁওবাসী হেজাৰ টকাৰ পৰা চাৰি-পাঁচ লাখ টকা পর্যন্ত উপার্জন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Garemari village of RangjuliGOALPARAPineapple cultivationself-sufficient farmer
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d