Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam vehicles again banned from entering Meghalaya: মেঘালয়ত প্ৰৱেশত পুনৰ অসমৰ বাহনক বাধা

শ্বিলঙত অসমৰ পৰ্যটকৰ বাহন চলাচলত বাধা, খাচি ছাত্র সন্থা আৰু মেঘালয় বাহন চালক সন্থা বাধা প্রদান বাহন চলাচলত, চেৰাপুঞ্জী, ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰ, মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল হোৱাৰ আশংকা, মেঘালয় পৰ্যটন উদ্যোগ বৃহৎ লোকচানৰ সন্মুখীনৰ আশংকা

publisher by publisher
July 27, 2024
in Uncategorized
Reading Time: 3 mins read
0
Assam vehicles again banned from entering Meghalaya: মেঘালয়ত প্ৰৱেশত পুনৰ অসমৰ বাহনক বাধা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Assam vehicles again banned from entering Meghalaya:

গুৱাহাটী সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল সহ দক্ষিণ পূব -এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে বিবেচিত হৈ আহিছে ৷ এনেক্ষেত্ৰত মেঘালয়ৰ নৈসৰ্গিক দৃশ্যৰাজী ভ্ৰমণ কৰিবৰ বাবে প্ৰতি পৰ্যটনবৰ্ষত গুৱাহাটীত উপস্থিত হয় দেশ- বিদেশৰ পৰ্যটক সকল ৷ অসমৰ পৰা অসম,মেঘালয় আৰু অৰুণাচলৰ ৰাষ্ট্ৰীয় পাৰ্মিট থকা বাহনৰে শ্বিলং সহ মেঘালয়ৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি পুনৰ অসম হৈ নিজ নিজ গৃহৰাজ্যলৈ উভতি যায় পৰ্যটক সকল ৷

ADVERTISEMENT

MEGHALAYA 2এনেদৰেই মেঘালয় পৰ্যটন উদ্যোগলৈ বিশেষ অৰিহনা আগবঢ়াই অহা অসমৰ বাহন চালকলৈ অশুণি সংকেত কঢ়িয়াই আনে মেঘালয় বাহন চালক সন্থাই ৷ অসমৰ বাহনৰ শেষ সীমাৰেখা শ্বিলঙ হোৱাৰ দাবীত মেঘালয় বাহন চালক সন্থাই
মেঘালয় পৰ্যটন মন্ত্ৰীক এক দাবীপত্ৰ প্ৰদান কৰিছিল । ইয়াৰ পাছতে অসমৰ বিশেষকৈ গুৱাহাটীস্থ টেক্সিচালকৰ মাজত হাহাকাৰ লাগে ৷ তেওঁলোকেও উভতি ধৰে মেঘালয় বাহন চালক সন্থাক ৷

গুৱাহাটী কেব চালকৰ হুংকাৰ দিয়ে যে,মেঘালয়ৰ পৰা অহা বাহনৰ শেষ সীমা হ’ব খানাপাৰা ৷ এনে বাদবিবাদৰ মাজতে মেঘালয় পৰ্যটন মন্ত্ৰীয়ে ঘোষণা কৰে যে,অসমৰ পৰ্যটন বাহন সমূহৰ যিহেতুকে অসম,মেঘালয় আৰু অৰুণাচলৰ ৰাষ্ট্ৰীয় পাৰ্মিট আছে। সেয়েহে তেওঁলোকে মেঘালয়ত বাহন চলোৱাত কোনো বাধাৰোপ কৰা নহ’ব ৷

এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত বিষয়টো সামৰণি পৰিছিল যদিও শুক্ৰবাৰ এক ঘটনাক্ৰমে ভুতৰ ওপৰত দানহ পৰাৰ দৰে খাচি ছাত্র সন্থা আৰু মেঘালয় বাহন চালক সন্থাই পুনৰ অসমৰ বাহন চলোৱাত বাধাৰোপ কৰে মেঘালয়ত ৷ চেৰাপুঞ্জী-ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

মেঘালয়ত বহিঃৰাজ্যৰ বাহন প্ৰৱেশত বাধা দল-সংগঠনৰ। খাচী টেক্সি চালক সন্থাৰ প্ৰতিবাদত আবদ্ধ হৈ পৰে গুৱাহাটী সহ বহিঃৰাজ্যৰ শ শ বাহন। প্ৰতিবাদকাৰীৰ চৰ্ত স্থানীয় বাণিজ্যিক বাহনত উঠিহে মেঘালয় ফুৰিব পাৰিব । আনহাতে বিষয়টো সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে অসমৰ টেক্সি চালক সন্থাই।

MEGHALAYA 3ইপিনে,অসমৰ লগতে আন ৰাজ্যৰ বাহনৰ প্ৰৱেশত বাধা দিয়াৰ ফলত মেঘালয়ৰ পৰ্যটন উদ্যোগত ব্যাপক প্ৰভাৱ পৰিছে। মেঘালয় পৰ্যটন উদ্যোগ বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে । শুক্ৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল হোৱাৰ বিপৰীতে শণিবাৰে শ্বিলঙৰ হোটেলসমূহত ৫০% বুকিং বাতিলৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । বিশেষকৈ অসমৰ পৰ্যটকসকলক মেঘালয়ত হাৰাশাস্তিৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে,টেক্সি বিতৰ্কক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ৷ আমেৰিকাৰ পৰ্যটকক মেঘালয় ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ ভাৰতস্থ মাৰ্কিন দূতাবাসৰ ৷ পৰিস্থিতি উন্নত নোহোৱালৈকে মেঘালয় ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ আহ্বান মাৰ্কিন নাগৰিকক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam vehicles again bannedEntering Meghalaya
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d