Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

2024 Is The Biggest Election Year:২০২৪ সর্ববৃহৎ নির্বাচনী বর্ষ

#প্রাঞ্জলসেন ডেকা

publisher by publisher
January 1, 2024
in Assam, India, News
Reading Time: 4 mins read
0
2024 Is The Biggest Election Year:২০২৪ সর্ববৃহৎ নির্বাচনী বর্ষ
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

2024 Is The Biggest Election Year:২০২৪ সর্ববৃহৎ নির্বাচনী বর্ষ

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

সমগ্র বিশ্বৰে সর্ববৃহৎ নিৰ্বাচনৰ বছৰৰূপে পৰিগণিত হ’বলৈ আগবাঢ়িছে ২০২৪। কেৱল ভাৰতেই নহয়, বাংলাদেশৰ পৰা মার্কিন যুক্তৰাষ্ট্ৰলৈ, টাইৱানৰ পৰা ৰাছিয়ালৈ এই বছৰটোতে কমেও ৪০খন দেশত ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত হ’ব।

অকল সেয়ে নহয়, সর্বমুঠ ৭০ খন দেশত বিভিন্ন পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই প্রথমবাৰলৈ এটা বছৰতে এই অভিলেখ সংখ্যক দেশত নির্বাচন সম্পন্ন হ’ব ২০২৪ত। বিশ্বৰ মুঠ জনসংখ্যাৰ ৪১ শতাংশ আৰু অর্থ ব্যৱস্থা (জিডিপি)ৰ কমেও ৪২ শতাংশক প্রতিনিধিত্ব কৰা এই দেশসমূহে নতুন বছৰটোতে নিজৰ ৰাষ্ট্রনেতা নিৰ্বাচনৰ সুযোগ লাভ কৰিব। এককভাবেই হওক অথবা সামগ্রিকভাবেই হওক, পৰিৱৰ্তিত পৰিস্থিতিত একবিংশ শতিকাৰ পৃথিৱীক কোনে নেতৃত্ব প্রদান কৰিব, তাৰো উমান পোৱা যাব।

সম্প্রতি বিশ্বৰ বিভিন্ন প্ৰান্তত উদাৰ গণতন্ত্ৰৰ ধাৰাটো দুৰ্বল হৈ পৰিছে; কিয়নো একাংশ বৃহৎ গণতান্ত্রিক দেশেই ইয়াৰ দক্ষতা হেৰুৱাই পেলাইছে। এনেবোৰ দেশত ৰাজনৈতিক পৰিৱৰ্তনৰ সুযোগ নাইকিয়া কৰি পেলোৱা হৈছে অতি কৌশলেৰে।

তদুপৰি নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত অবতীর্ণ হৈ অহা একাংশ শক্তিশালী নেতা প্রকৃততে উদাৰবাদী আৰু গণতান্ত্রিক মনোভাবাপন্ন নহয়। ফলস্বৰূপে বিভিন্ন দেশত গণতন্ত্র এতিয়া সঁজাত বন্দী চৰাইত পৰিণত হৈছে। গতিকে নতুন বছৰটোৱে এক সুযোগ আনি দিব যদিও সেয়া কিমান ফলপ্রসূ হয়, সেয়া আগন্তুক সময়ছোৱাত লক্ষ্যণীয় হ’ব।

অগা-পিছাকৈ অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ সংখ্যক দেশৰ ভোটযুদ্ধৰ ভূ-ৰাজনৈতিক আৰু অর্থনৈতিক প্রভাৱ একত্ৰিত হৈ ইতিমধ্যে অস্থিৰতাত ভুগি থকা পৃথিৱীখনক অধিক অস্থিৰ কৰি তুলিব পাৰে বুলিও আশংকাৰ সৃষ্টি নোহোৱাকৈ থকা নাই।

লক্ষ্যণীয় যে এইবাৰৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ ওলোৱা দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্র অথবা সবাতোকৈ বিত্তশালী ভাৰত, মার্কিন যুক্তৰাষ্ট্র, ইংলেণ্ড কার্যকাল অনুসৰি ২০২৫ৰ আগভাগতহে নির্বাচন অনুষ্ঠিত হ’ব লাগে যদিও চলিত বছৰলৈ আগুৱাই অনাৰ পূৰ্ণ সম্ভাৱনাৰ বিপৰীতে দক্ষিণ ছুডানৰ দৰে অতি দুর্বল দেশো অন্তর্ভুক্ত হৈ আছে।

তেনেদৰেই ৰাছিয়া, ইৰানৰ দৰে স্বৈৰাচাৰী তথা টাইৱান, ইউক্রেইনৰ লেখীয়া প্রতিবেশী শক্তিশালী ৰাষ্ট্ৰৰ দ্বাৰা পীড়িত দেশো আছে। সন্দেহ নাই যে ইয়াৰে কিছু সংখ্যক দেশত নির্বাচন নিকা আৰু মুক্ত হোৱাৰ বিপৰীতে কিছুমানত কম আৰু একাংশ মুক্ত নির্বাচন নহ’ব।

ফ্রীডম হাউছ নামৰ মার্কিন যুক্তৰাষ্ট্ৰৰ এটি সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে একেৰাহে ১৭ বছৰৰ বাবে বিশ্বব্যাপী স্বাধীনতা হ্রাস পাইছে। ৩৫ খন দেশত ৰাজনৈতিক আৰু নাগৰিকৰ অধিকাৰ হ্রাস উদ্বেগজনক হৈ উঠিছে।

গণতন্ত্ৰৰ অন্যতম প্রধান চর্ত মুক্ত বাক-স্বাধীনতা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি মুক্ত গণতান্ত্রিক দেশতো ঘৃণাসূচক ভাষণ, ভুল তথ্য, উগ্রবাদ তথা ৰাজহুৱা শান্তি ভংগৰ নামত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনকি অনলাইন ক্ষেত্ৰতো উদ্দেশ্য প্রণোদিত নিয়ন্ত্ৰণৰ নীতি বলবৎ কৰা হৈছে।

ভাৰতক বাদ দিও কমেও ১০খন দেশৰ নিৰ্বাচন আৰু ইয়াৰ সম্ভাব্য ফলাফললৈ সমগ্র বিশ্বই আগ্রহেৰে বাট চাইছে। আমেৰিকাত এইবাৰো ২০২০ৰ নির্বাচনৰে পুনৰাবৃত্তি ঘটাই ৰাষ্ট্রপতি জ’ বাইডেন আৰু পূৰ্বৰ ৰাষ্ট্রপতি বহুবিতর্কিত ড’নাল্ড ট্রাম্পৰ মাজত প্রতিদ্বন্দ্বিতাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে।

৮১ বছৰীয়া বাইডেন আৰু ৭৮ বছৰীয়া ট্রাম্পৰ সম্ভাব্য এই ভোটযুদ্ধই ইয়াকে স্পষ্ট কৰিছে যে এতিয়া আৰু নীতিৰ কথা নাই। নীতিৰ পৰিৱৰ্তে দুই বয়োজ্যেষ্ঠ নেতাৰ কোনজনে পৃথিৱীৰ সবাতোকৈ শক্তিশালী দেশখনৰ মুৰব্বী পদৰ বাবে মানসিক বুদ্ধিমত্তা আৰু শাৰীৰিক শক্তি বজাই ৰাখিব পাৰে, সেই বিষয়তহে সমগ্র মনোযোগ আকর্ষিত হৈছে।

এই দুই নেতাৰ স্থিতিয়ে নতুন প্ৰজন্মৰ নেতাৰ সংস্থাপনৰ পথ ৰুদ্ধ কৰি দিয়াৰ ফলত সিও এক বিড়ম্বনা হৈ পৰিছে। ক্ষমতা দখল কৰিলে অধিক কর্তৃত্ববাদী শাসন চলোৱাৰ লগতে সমালোচকসকল যে গভীৰ সংকটৰ সন্মুখীন হ’ব লাগিব, ট্রাম্পে ইতিমধ্যে তাৰ ইংগিত দিছে। ইয়াৰ লগে লগে দেশখনত দুই নেতাৰ সমৰ্থকসকলৰ মাজত চাৰি বছৰ পূৰ্বৰ তুলনাত অধিক বিভাজন পৰিলক্ষিত হৈছে।

ইয়াৰ বিপৰীতে ৰুছ ৰাষ্ট্রপতি ভ্লাদিমীৰ পুটিনে পুনৰ ছবছৰীয়া কাৰ্যকালৰ বাবে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু তেওঁ বিজয় সুনিশ্চিত বুলি কোৱা হৈছে। ইউক্রেইনৰ বিৰুদ্ধে এখন ফলাফলহীন আৰু অতি ব্যয়বহুল যুদ্ধ চলাই থকাৰ পাছতো পুটিনে সমগ্র দেশতে সমর্থন লাভ কৰিছে।

উল্লেখ্য নিষ্প্রয়োজন যে সম্পূর্ণ স্বেচ্ছাচাৰিতাৰে বিৰোধী বাজনৈতিক কার্যকলাপক দমন কৰি ৰখাৰ লগতে যিকোনো বিৰোধক অপৰাধলৈ পর্যবসিত কৰি ৰুছ ৰাষ্ট্রপতিজনে সুদীর্ঘ কাল ধৰি শাসন ক্ষমতা কুক্ষিগত কৰি আহিছে।

আনহাতে, আয়তনত ক্ষুদ্র হ’লেও টাইৱানৰ আসন্ন নির্বাচনে আন্তর্জাতিক প্রেক্ষাপটত গুৰুত্বপূর্ণ প্ৰভাৱ পেলোৱাৰ সম্ভাবনা চর্চিত হৈ আহিছে। ইয়াক এৰাই খাই যোৱা অঞ্চলৰূপে অভিহিত কৰি চীনে সততে টাইৱানৰ ওপৰত কর্তৃত্ব জাহিৰ কৰি আহিছে।

আনহাতে, মার্কিন যুক্তৰাষ্ট্ৰই টাইৱানৰ সাৰ্বভৌমত্বৰ সমর্থনত চীনৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হ’বলৈকো সাজু আছে বুলি ঘোষণা কৰি আহিছে। এইবাৰৰ নিৰ্বাচনত বৰ্তমানৰ শাসক দল সন্মুখীন হ’ব চীনৰ ঘনিষ্ঠৰূপে পৰিচিত বিৰোধী দলৰ।

গতিকে টাইৱানৰ নিৰ্বাচনী ফলাফলে চীন আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ভৱিষ্যতৰো ৰূপৰেখা চিহ্নিত কৰিব আৰু সমগ্র এছিয়াতে ইয়াৰ প্রভাৱ পেলাব। ১৯৯৪৩ নেলছন মেণ্ডেলাৰ নেতৃত্বত দক্ষিণ আফ্রিকাৰ শাসনত অধিষ্ঠিত
হোৱা আফ্রিকান নেচনেল কংগ্রেছ এইবাৰৰ নিৰ্বাচনত উৎখাত হোৱাৰ পূৰ্ণসম্ভাৱনা পৰিলক্ষিত হৈছে।

ব্যাপক দুর্নীতি, আর্থিক সংকট, নিবনুৱা সমস্যাআদিৰ পৰিপ্ৰেক্ষিতত সুদীর্ঘ তিনি দশকৰ অন্তত চৰকাৰ সলনি হ’লে সমগ্র আফ্রিকা মহাদেশতে ইয়াৰ প্ৰভাৱ অৱধাৰিতভাৱে পৰিব বুলি আন্তর্জাতিক প্রেক্ষাপটৰ বিশ্লেষকসকলে আগজাননী দিছে।

ইপিনে, ভাৰতৰ দুই সীমান্তৰ দুখন প্রতিবেশী দেশত নির্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তাপে চৰম সীমা স্পৰ্শ কৰিছে। বাংলাদেশত ব্যাপক হিংসাৰ পৰিপ্ৰেক্ষিতত মুক্ত নির্বাচন অনুষ্ঠিত নোহোৱাটো নিশ্চিত হৈছে।

সমালোচক আৰু প্ৰতিদ্বন্দ্বী শক্তিৰ ওপৰত শেখ হাছিনা চৰকাৰৰ কঠোৰ ব্যৱস্থাৱলীয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। আনকি প্রধান বিৰোধী দল খালেদা জিয়া নেতৃত্বাধীন আৱামী লীগে নির্বাচন বৰ্জনৰ ভাবুকি দিছে।

ইয়াৰ বিপৰীতে পাকিস্তানৰ কাৰাৰুদ্ধ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানক নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন কৌশল ৰূপায়ণ কৰা হৈছে। তাৰ লগে লগে নৱাজ শ্বৰীফে পুনৰ ক্ষমতা হস্তগত কৰাৰ লক্ষ্যৰে যুঁজত নামি পৰিছে।

পাক সেনাবাহিনীয়েও এইবাৰ শ্বৰীফকে সমর্থন আগবঢ়োৱা বুলি প্রকাশ পাইছে। অকল এই দুই দেশেই নহয়, আগন্তুক সময়ছোৱাত আন এখন প্রতিবেশী দেশ শ্রীলংকাতো ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব।

প্রতিবেশী দেশকেইখনৰ পৰিস্থিতিলৈ লক্ষ্য ৰখাৰ সময়তে অহা এপ্ৰিলত ভাৰততো সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়টো কার্যকালৰ বাবে কোনো ভাৰতীয় প্রধানমন্ত্রীয়ে ক্ষমতাধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰা নাই।

নৰেন্দ্র মোদীয়ে এইবাৰ সেই অসাধ্যকে সাধন কৰিবলৈ পূর্ণ শক্তিৰে নিৰ্বাচনী খুঁজত অবতীর্ণ হৈছে। কণাটকত শোচনীয় পৰাজয়ে প্রত্যাহান সৃষ্টি কৰাৰ পাছত সদ্যসমাপ্ত হিন্দীবলয়ৰ তিনিখন ৰাজ্যত বৃহৎ বিজয় সাব্যস্ত কৰি নতুন শক্তিৰে উজ্জীবিত হৈছে প্রধানমন্ত্রী মোদী নেতৃত্বাধীন বিজেপি। অহা ২২ জানুৱাৰীত অযোধ্যাত বহুচর্চিত ৰাম মন্দিৰৰ উদ্বোধনে শাসক দলটোলৈ অধিক শক্তি কঢ়িয়াই আনিব বুলি আশা কৰিছে।

ৰাম মন্দিৰেই এইবাৰৰ নিৰ্বাচনৰ দিক-নির্ণয় কৰিব বুলি ৰাজনৈতিক পর্যবেক্ষক মহলে ব্যাখ্যা আগবঢ়াইছে। সেয়েহে মন্দিৰ উদ্বোধনৰ জৰিয়তে প্ৰতিগৰাকী ভোটাৰৰ ওচৰলৈ যোৱাৰ কৌশল ৰূপায়ণ কৰিছে বিজেপি আৰু সহযোগী দল-সংগঠনসমূহে।

ইয়াৰ বিপৰীতে প্ৰথমে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রা আৰু ২৮ টা বিৰোধী দলৰ ইণ্ডিয়া মৰ্চা গঠনৰ জৰিয়তে বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজত নামিছে। বিৰোধী নেতৃত্বই এই কথা বুজি উঠিছে যে মোদীৰ নেতৃত্বত আৰু পাঁচ বছৰলৈ বিজেপি ক্ষমতাধিষ্ঠিত হ’লে বহু দলৰ অস্তিত্বই বিপন্ন হ’ব; কিন্তু ঐক্যবদ্ধ হ’লেও আগন্তুক সময়ছোৱাত’ একে মনোভাৱ তথা একে সুৰত আগবাঢ়িবলৈ কিমান দূৰ সক্ষম হয় সেয়ে লক্ষ্যণীয় হ’ব।

তদুপৰি আসন্ন নিৰ্বাচনৰ আসনৰ ভাগ-বাটোৱাৰা যথেষ্ট প্রত্যাহ্বানপূর্ণ হোৱাৰ সম্ভাৱনা স্পষ্ট হৈছে। কে’বাখনো ৰাজ্যত সংশ্লিষ্ট আঞ্চলিক দলে এই ক্ষেত্ৰত আকোৰগোঁজ স্থিতি গ্রহণ কৰাত পৰিস্থিতি জটিল হোৱাটো নিশ্চিত। তদুপৰি ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিতিক লৈও বিৰোধী নেতৃত্ব বিভ্রান্তিত ভোগা পৰিলক্ষিত হৈছে।

নির্বাচনত জয়ী হৈ যিয়ে চৰকাৰ গঠন নকৰক কিয়, দেশবাসীয়ে বিচাৰে এখন সুষম সমাজ। উপযুক্ত সুযোগৰ অভাৱত যাতে ভাৰতীয় নাগৰিকে লাখৰ হিচাপত বৈধ বা অবৈধভাবে বিদেশলৈ প্ৰব্ৰজন কৰিবলগীয়া নহয়, দেশে তাৰ নিশ্চয়তা বিচাৰে।

বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হ’বলৈ অগ্ৰসৰ হোৱাৰ সময়তো দেশৰ ৮০ কোটিৰো অধিক নাগৰিকে যাতে দুবেলা দুসাঁজৰ বাবে চৰকাৰৰ সাহায্যলৈ বাট চাবলগীয়া নহয় সেয়া নিশ্চিত হোৱাটো বিচাৰে। সর্ববৃহৎ নির্বাচনী বছৰৰ দুৱাৰৰ্ডলিত থিয় দি সেয়াই দেশবাসীৰ কাম্য।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2024 Is The Biggest Election YearArticlespranjal sen deka
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d