Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sri krishna Janmashtami Celebration :আজি ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী , কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্য

জন্মাষ্টমী উপলক্ষে মহানগৰৰ উলুবাৰী স্থিত ইস্কন মন্দিৰ,দৌল গোবিন্দ মন্দিৰ সহ ৰাজ্যৰ সত্ৰ- নামঘৰত পুৱাৰে পৰা অব্যাহত কৃষ্ণ বন্দনা

publisher by publisher
August 26, 2024
in Uncategorized
Reading Time: 2 mins read
0
Sri krishna Janmashtami Celebration :আজি ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী , কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্য
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

 Jamugurighat:জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাওঁত ২৭০ বছৰ গৰকা বোকাখেচা ভাওনা

Jamagurihat:জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাওঁত ২৭০ সংখ্যক বোকাখেচা ভাওনা

Sri krishna Janmashtami Celebration :

আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ- নামঘৰ সমূহত ৷ মহানগৰীৰ উলুবাৰী স্থিত ইস্কন মন্দিৰত পুৱাৰে পৰা অব্যাহত আছে কৃষ্ণ বন্দনা ৷ একেদৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত পুৱাৰে পৰা লানিনিচিঙা সোঁত বৈছে ভক্তৱান ৰাইজৰ ৷ দৌল গোবিন্দ মন্দিৰত জন্মাষ্টমী উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে । আজিৰে পৰা তিনিদিনীয়াকৈ উদযাপিত হব দৌল গোবিন্দ মন্দিৰৰ জন্মাষ্টমী মহোৎসৱ ৷

ADVERTISEMENT

আনহাতে নগাঁও চহৰৰ পাশ্বৱৰ্তী ৰাইদঙ্গীয়াৰ শ্ৰী কৰচূং সত্ৰৰ কলীয়া গোঁসাই থানত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে জন্মাষ্টমী। একেদৰে যোৰহাটৰ মইনা পৰীয়া নামঘৰতো পুৱাৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ ৷ ধেমাজীতো জন্মাষ্টমী উপলক্ষে কণ কণ শিশু কৃষ্ণৰ নৃত্যৰে মুখৰিত হ’ল ধেমাজিৰ কাছাৰী ময়দান। ধেমাজিৰ কাছাৰী ময়দানত কৃষ্ণ গোকুলমৰ উদ্যোগত ২০০০ শিশু কৃষ্ণৰ নৃত্যৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন।

উল্লেখ্য যে পবিত্ৰ মাহতে কংসই মথুৰাত বন্দী কৰি ৰখা কাৰাগাৰতে দৈবকীৰ ঔৰসত ধৰালৈ আহিছিল ভগৱান শ্ৰীকৃষ্ণ ৷ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ অষ্টমী তিথিত হোৱা হেতুকে প্ৰতিবৰ্ষতে হিন্দু ধৰ্মালম্বী লোকসকলে ব্যাপক উছাহ উদ্দীপনাৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰি আহিছে ৷

আনহাতে, সত্ৰনগৰী মাজুলীত উলহ-মালহেৰে জন্মাষ্টমী পালন। তিনি শতাধিক নামঘৰ আৰু ৩৬ খন সত্ৰত জন্মাষ্টমীৰ উৎসাহ পৰিলক্ষিত হয় ৷ দ্বিতীয় মথুৰালৈ পৰিণত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনা আটী সত্ৰ, দক্ষিণপাট সত্ৰ সহ সকলো নামঘৰত ৷ মহিলা সকলে পুৱাৰে পৰিবেশন নাম প্ৰসংগ কৰাৰ বিপৰীতে চৌদিশে খোল ,তাল,ডবাৰ মাতত মুখৰিত মাজুলীৰ পৰিবেশ ৷

ইফালে শ্ৰীকৃষ্ণৰ ওপজা আৰু লীলাভূমি উত্তৰ প্ৰদেশৰ মন্দিৰ নগৰী ৰূপে খ্যাত মথৰাত জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ইতিমধ্যে আয়োজন কৰা জন্মাষ্টমীৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশ লয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Doul Govinda MandirGuwahati Iskcon MandirSatra-NamgharSri krishna Janmashtami Celebration
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d