Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Anura Kumara Dissanayake takes oath as Sri Lanka’s next president:শ্রীলংকাত উৰিল ‘ৰঙা পতাকা’

নতুন ৰাষ্ট্ৰপতি শ্ৰমিকৰ সন্তান অনুৰাদিশানায়কে, সোমবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত ল'লে অনুৰাই

samimsultana by samimsultana
September 23, 2024
in International, News
Reading Time: 2 mins read
0
Anura Kumara Dissanayake takes oath as Sri Lanka’s next president:শ্রীলংকাত উৰিল ‘ৰঙা পতাকা’
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Anura Kumara Dissanayake takes oath as Sri Lanka’s next president:

প্রতিবেশী দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিৰূপে নির্বাচিত হ’ল এজন বাঁও ভাবাদর্শী নেতা। সদ্যসমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দেওবাৰে ঘোষিত ফলাফল অনুসৰি মার্ক্স-লেনিন ভাবাদৰ্শৰ পিপ’লছ লিবাৰেছন ফ্রণ্টৰ নেতা অনুৰাদিশানায়কে দেশখনৰ নতুন ৰাষ্ট্ৰপতিৰূপে নির্বাচিত হয়। বৃহৎ ব্যৱধানত জয়লাভ কৰা দিশানায়কে হৈছে দেশখনৰ দশম ৰাষ্ট্ৰপতি । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰাৰ পিছত সোমবাৰে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে মাৰ্ক্সবাদী ৰাজনীতিবিদ অনুৰা কুমাৰ দিশানায়কে।

ADVERTISEMENT

উল্লেখ্য যে সদ্য সমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত তেওঁৰ ওচৰত হাৰ মানে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰনিল বিক্রমাসিংঘে আৰু বিৰোধী নেতা সজিত প্রেমদাসাই। বিজয়ী প্রার্থী দিশানায়কে ৫৬ লাখ অর্থাৎ ৪২.৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ ৰাষ্ট্ৰপতি বিক্রমাসিংঘেই মাথোঁ ১৭ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হয়।

দিশানায়কে নিকটতম প্রতিদ্বন্দ্বী তথা বিৰোধী দলৰ নেতা প্রেমাদাসাই ৩৪ শতাংশতকৈ কিছু অধিক ভোট লাভ কৰে। লক্ষ্যণীয় যে দুবছৰ পূৰ্বে অর্থনৈতিক পৰিকাঠামো ভাঙি এক গৃহযুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হোৱা দ্বীপ ৰাষ্ট্ৰখনত এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰিৱৰ্তনৰ সপক্ষে ভোট দিবলৈ জনতাক আহ্বান জনাই পিপ’লছ লিবাৰেছন ফ্ৰণ্টৰ নেতা দিশানায়কে।

অৱশ্যে তেৱোঁ ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ বাবে প্রয়োজনীয় ৫০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম নহ’ল। দেওবাাৰৰ ফলাফল ঘোষণাৰ পাছত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিজনে সামাজিক মাধ্যম ‘এক্স’যোগে ভোটাৰসকললৈ ধন্যবাদ জনাই কয়, ‘আপোনালোকে শশ বছৰ ধৰি দেখি অহা সপোন অৱশেষত বাস্তৱত পৰিণত হ’ল। এই সফলতা হৈছে কোনো এজন ব্যক্তিৰ কৃতিত্ব নহয়। ই হৈছে আপোনালোক অজস্ৰজনৰ সামূহিক প্রচেষ্টাৰ ফল। মই আপোনালোকৰ প্ৰতি অতি কৃতজ্ঞ। এই বিজয় আমাৰ সকলোৰে।’

উল্লেখ্য যে এইবাৰৰ দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নির্বাচনত এক ইতিহাসৰ সৃষ্টি হয়। দেশখনৰ ইতিহাসত প্রথমবাৰৰ বাবে দেওবাৰা ভোটগণনাত দ্বিতীয় পৰ্যায়ৰ ভোটগণনা কৰিবলগীয়া হয়। ইয়াৰ কাৰণ হৈছে কোনো এজন প্রার্থীয়ে ৫০ শতাংশ ভোট লাভ নকৰাটো।

স্মতৰ্ৱ্য যে দ্বীপ ৰাষ্ট্ৰখনৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দিশানায়কৰ জন্ম হয় ১৯৬৮ৰ ২৪ নৱেম্বৰত। তেওঁৰ পিতৃ শ্রমিক আছিল। পৰৱৰ্তী সময়ত তেওঁ থামবুথেগামা চেন্ট্রেল কলেজৰ পৰা কলেজীয়া শিক্ষা গ্রহণ কৰে। ১৯৮৭ত তেওঁ ছাত্ৰ ৰাজনীতিৰ স’তে জড়িত হয়। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ কেলানিয়া বিশ্ববিদ্যালয়ৰ পৰা ফিজিকেল ছায়েন্স বিষয়ত স্নাতক ডিগ্রী আহৰণ কৰে।

১৯৯৫ত তেওঁ পিপ’লছ লিবাৰেছন ফ্ৰণ্টৰ পলিট ব্যুৰ’ত যোগদান কৰে। ইয়াৰ পাঁচ বছৰৰ পাছত অর্থাৎ ২০০০ত তেওঁ প্ৰথমবাৰৰ বাবে সংসদলৈ নির্বাচিত হয়। তেওঁৰ দল সদায়ে দুর্নীতি, আর্থিক অব্যৱস্থাপনা আদিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে।আনহাতে, ১৯৭১ আৰু ১৯৮৭-৮৯ত দুবাৰ দলটো চৰকাৰৰ বিৰুদ্ধে সশস্ত্র বিপ্লৱ গঢ়ি তুলিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anura Kumara Dissanayake takes oathSri Lanka President ElectionSri Lanka’s new president
samimsultana

samimsultana

Related Posts

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d