Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Comet Tsuchinshan-Atlas: ৮০ হেজাৰ বছৰৰ পাছত প্ৰত্যাৱৰ্তন ধূমকেতুৰ

ভাৰতৰ পৰাও দৃশ্যমান, কাহিলিপুৱাতে ছুচিনশ্বানে ভুমুকি মাৰে পূব আকাশত, ১২ অক্টোবৰৰ পাছত দেখিবলৈ পোৱা যাব পশ্চিম আকাশতো

samimsultana by samimsultana
October 4, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Comet Tsuchinshan-Atlas: ৮০ হেজাৰ বছৰৰ পাছত প্ৰত্যাৱৰ্তন ধূমকেতুৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Bangaluru:বহি:ৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ ৪ যুৱকৰ

Body of a young woman was found in a refrigerator in Bangalore: দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি !

বেগালুৰুত পানীত ভাঁহি ভাঁহি কংগ্ৰেছ সভাপতিৰ ব্যতিক্ৰমী প্ৰতিবাদ

Comet Tsuchinshan-Atlas:

বহুতে ধূমকেতুক অমংগলৰ প্ৰতীক আখ্যা দিয়ে। সেয়া যিয়েই নহওক, বিগত কিছুদিনৰ পৰা ভাৰতকে ধৰি পৃথিৱীৰ বহু ঠাইৰ আকাশত দেখা দি আহিছে এটা ধূমকেতুৱে।

ADVERTISEMENT

জ্যোতির্বিজ্ঞানীসকলৰ মতে, প্রতিদিনে সূর্য উদয়ৰ পূর্বে কাহিলিপুৱা পূবৰ আকাশত এই ধূমকেতু দৃশ্যমান হয়। যোৱা বছৰৰ ন জানুৱাৰীত চীনৰ জ্যোতির্বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এই ধূমকেতুৰ নাম ক’মেট চি/২০২৩ এ-৩ (ছুচিনশ্বান-এটলাছ) ৰখা হৈছে। চীনৰ জ্যোতির্বিজ্ঞানীসকলে ধূমকেতুটো আৱিষ্কাৰ কৰে ‘পার্পল মাউন্টেইন অৱজাৰভেটৰী’ৰ দূৰবীণৰে। ইয়াৰ এমাহৰ পাছত দক্ষিণ আফ্ৰিকাৰ জ্যোতির্বিজ্ঞানীসকলেও মহাকাশত ধূমকেতুটো ধৰা পেলায়। অৱশেষত বিগত কিছুদিনৰ পৰা এই ধমকেতু আকাশত দৃশ্যমান হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ববাসীয়ে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিছে।

জ্যোতির্বিজ্ঞানীসকলৰ মতে ছুচিনশ্বান ধূমকেতুৱে ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে ৮০ হেজাৰ বছৰ পূৰ্বে পৃথিৱীৰ আকাশত ভুমুকি মাৰিছিল।শেহতীয়াভাৱে পুনৰ ই আকাশত দৃশ্যমান হ’বলৈ ধৰিছে। তদুপৰি এই বছৰৰ ২৮ ছেপ্টেম্বৰত ধূমকেতুটোৱে ‘অনুসূৰ’ অৱস্থানত উপস্থিত হয়। অনুসূৰ হৈছে এটা মহাজাগতিক কায়ে সূর্যৰ পৰা সবাতোকৈ ওচৰত অৱস্থান কৰা অৱস্থা।

সম্প্রতি ছুচিনশ্বান ধূমকেতুৱে সূৰ্যৰ পৰা দূৰলৈ আঁতৰি যাবলৈ ধৰিছে। ফলত ই পৃথিৱীৰ পৰা বর্ধিত ৰূপত দৃশ্যমান হ’বলৈ ধৰিছে। আনহাতে, ভাৰতীয় জ্যোতির্বিজ্ঞানীসকলৰ মতে, বিগত কিছুদিন ধৰি ঘাইকৈ বাংগালুৰুৰ আকাশত এই ধূমকেতু দৃশ্যমান হৈছে। প্রতিদিনে নিচেই পুৱা বহু লোকে ধূমকেতুটো প্রত্যক্ষ কৰে। সেই সম্পর্কত জ্যোতি-পদার্থবিদ আৰ চি কাপুৰে সংবাদ মাধ্যমৰ আগত কয় যে ছুচিনশ্বান ধূমকেতু এক নির্দিষ্ট সময়ৰ মূৰে মূৰে পৃথিৱীৰ আকাশলৈ আহে।

অর্থাৎ এই ধূমকেতু সৌৰজগতৰ বাহিৰৰ পৰা অহা। যোৱা ২৮ ছেপ্টেম্বৰত ই ‘অনুসূৰ’ অৱস্থানত উপস্থিত হয় বাবে সূৰ্যৰ স’তে ইয়াৰ দূৰত্ব ৫৬০ লাখ কিলোমিটাৰ হয়। জ্যোতি-পদার্থবিদ কাপুৰৰ মতে, চলিত মাহৰ প্ৰথম কেইদিনমান ইয়াক আকাশত দেখা যাব। ইতিমধ্যে বাংগালুৰৰ একাংশ লোকে ধূমকেতুটো আকাশত প্রত্যক্ষ কৰি ইয়াৰ ফটোও তুলিছে।

গ্রহ-উপগ্রহ আদিৰ বিষয়ে অধ্যয়ন কৰি ভাল পোৱা দীপক চৌধুৰী নামৰ ২০ বছৰীয়া যুৱকজনে জনায় যে তেওঁ যোৱা ২৮ ছেপ্টেম্বৰৰ পুৱা পাঁচ বজাৰ পৰা ৫-৩০ বজাৰ ভিতৰত ধূমকেতুটোৰ ফটো তোলে। এই উদ্দেশ্যে উক্ত দিনা তেওঁ পুৱা ৪-৩০ বজাত শোৱাৰ পৰা উঠে। আকাশ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ থকাৰ সুবাদত তেওঁ ডিএছএলআৰ কেমেৰাৰে ধূমকেতুটোৰ ফটো তোলাৰ লগতে এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হয়।

লক্ষ্যণীয়ভারে দীপকেই ধূমকেতুটোৰ ফটো তোলা প্রথমজন ভাৰতীয়ত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এই বিৰল অভিজ্ঞতা বর্ণনা কৰি দীপকে লগতে কয়, ‘এয়া হ’ল উল্লেখনীয় কৃতিত্ব। সম্ভৱতঃ ময়ে একমাত্ৰ ভাৰতীয় ব্যক্তি যি ধূমকেতুটোৰ ফটো তুলিছো।’ আনহাতে, জ্যোতি-পদার্থবিদ আৰ চি কাপুৰৰ মতে, সম্প্রতি পূব আকাশত দেখিবলৈ পোৱা এই ধূমকেতুক অহা ১২ অক্টোবৰৰ পাছত পশ্চিম আকাশত দেখিবলৈ পোৱা যাব।

সূর্যাস্তৰ পাছত ধূমকেতুটোক পশ্চিম আকাশত দেখিবলৈ পোৱা যাব। এনে অৱস্থাৰ সৃষ্টিৰ কাৰণ হৈছে ই ক্ৰমে পৃথিৱীৰ ওচৰৰে পাৰ হ’বলৈ ধৰিছে। কাপুৰৰ মতে, পশ্চিম আকাশত ধূমকেতুটোক খালী চকুৰেও দেখা যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BangaluruComet Tsuchinshan-AtlasEast Sky
samimsultana

samimsultana

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d