Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Famous industrialist Ratan Tata passes away:উদ্যোগ জগতৰ মহীৰূহ ৰতন টাটাৰ মহাপ্ৰয়াণ

প্ৰখ্যাত শিল্পীপতিজনৰ মৃত্যুত শোকস্তব্ধ দেশবাসী, মুম্বাইত প্ৰয়াত উদ্যোগপতি গৰাকীলৈ অনুৰাগীৰ শেষ শ্ৰদ্ধা জ্ঞাপন, বিয়লি ৪ বজাত মুম্বাইৰ ৱৰ্লিত পাৰ্চী ৰীতি-নীতি অনুসৰি ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব অন্ত্যেষ্টিক্রিয়া, কেন্দ্ৰীয় চৰকাৰৰ হৈ শেষকৃত্যত ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে, মহাৰাষ্ট্ৰ চৰকাৰৰ এদিনীয়া ৰাজ্যিক শোক ঘোষণা, ৰাজ্য খনত অর্ধনমিত ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকা, বন্ধ কৰা হৈছে সকলো সাংস্কৃতিক কার্যসূচী, ৰতন টাটাৰ বাসগৃহত উপস্থিত শচীন তেণ্ডুলকাৰ, মহাৰাষ্ট্ৰৰ জৰুৰী কেবিনেটত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ, ৰতন টাটাক মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ আহ্বান কেন্দ্ৰক

samimsultana by samimsultana
October 10, 2024
in India, News
Reading Time: 4 mins read
0
Famous industrialist Ratan Tata passes away:উদ্যোগ জগতৰ মহীৰূহ ৰতন টাটাৰ মহাপ্ৰয়াণ
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

Famous industrialist Ratan Tata passes away:

শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উছাহৰ মাজতে দেশবাসীৰ বাবে আহিল এক দুখৰ খবৰ ৷ দেশবাসীক কন্দুৱাই নেদেখাস্থানলৈ গ’ল গৈ উদ্যোগ জগতৰ মহীৰূহ ৰতন টাটা ৷ মুম্বাইৰ ব্ৰীচকেণ্ডি হাস্পতালত আজি নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত শিল্পীপতি গৰাকীয়ে ৷ উল্লেখ্য যে গুৰুতৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল চিকিৎসালয় খনত। মৃত্যুৰ সময়ত টাটাৰ বয়স আছিল ৮৬ বছৰ ।

ADVERTISEMENT

টাটা গ্রুপৰ অধ্যক্ষ “ৰতন টাটাৰ শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ইন্টেনচিভ কেয়াৰ ইউনিট (আইচিইউ)ত ৰখা হৈছিল। সোমবাৰে তেওঁক মুম্বাইৰ ব্ৰীচকেণ্ডি হাস্পতালত ভর্তি কৰোৱাৰ পাছত আজি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ২০২২ত অসম চৰকাৰৰ সৰ্বোচ্চ সম্মান ‘অসম বৈভৱ’ বঁটাৰে সন্মান জনোৱা টাটাৰ মৃত্যুত সম্প্রতি দেশজুৰি শোকৰ ছাঁ পৰিছে।

ইফালে, টাটাক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। ইয়াৰ পাছতে টাটাই নিজৰ এক্স হেণ্ডেলত সদৰী কৰে যে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবেহে তেওঁক চিকিৎসালয়লৈ নিয়া হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি হোৱা চৰ্চাবোৰ উৰা বাতৰি বুলিও উল্লেখ কৰিছিল। অথচ বয়স আৰু বয়সজনিত চিকিৎসা সাহায্যৰ বাবেহে তেওঁ চিকিৎসালয়খনলৈ গৈছিল। নিজৰ স্বাস্থ্য ভালে থকা বুলিও টাটাই লিখিছিল।

ইয়াৰ বিপৰীতে আজি বিশিষ্ট উদ্যোগপতিজনৰ স্বাস্থ্যজনিত সমস্যা গুৰুতৰ হৈ পৰাত তেওঁক আইচিইউত ৰখা হৈছিল। টাটা ছনছ, টাটা ইন্ডাস্ট্রীজ, টাটা ম’টৰ্ছ, টাটা ষ্টীল আৰু টাটা কেমিকেলৰ চেয়াৰমেন এমেৰিটছ উদ্যোগপতিজনৰ মৃত্যুৰ খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিভিন্নজনে শোকপ্রকাশ কৰিছে। উল্লেখ্য যে ১৯৩৭ৰ ২৮ ডিচেম্বৰত টাটাৰ জন্ম হৈছিল।

আনহাতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই বুধবাৰে নিশা মুম্বাইত কয় যে উদ্যোগপতি ৰতন টাটাৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব । তেওঁ লগতে কয় যে জনসাধাৰণে তেওঁৰ প্ৰতি অন্তিম সন্মান জনোৱাৰ বাবে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ ৰতন টাটাৰ নশ্বৰদেহ এন চি পি এত ৰখা হৈছে ।

ইপিনে, তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে মহাৰাষ্ট্ৰ চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে । এই সময়ছোৱাত সকলো কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব আৰু সকলো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান বাতিল কৰা হৈছে ।
টাটাৰ মৃত্যুত মুখ্যমন্ত্ৰী গৰাকীইে এক্সৰ এটা পোষ্টত কয় যে ২০০৮ ত মুম্বাই আক্ৰমণৰ পিচত তেওঁ দেখুওৱা সংকল্প সকলোৱে সদায় মনত ৰাখিব । একেদৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নভিছে ৰতন টাটাৰ মৃত্যু দেশৰ বাবে ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে । ৰতন টাটা কেৱল এগৰাকী অতি সফল উদ্যোগপতিয়েই নহয়, তেওঁ দেশ আৰু সমাজৰ বাবে যিধৰণে কাম কৰিছিল তাৰ বাবেও এক ডাঙৰ ব্যক্তিত্ব আছিল ।

তেওঁ কেৱল সফল উদ্যোগ স্থাপন কৰায়ে নহয়, এক ট্ৰাষ্ট স্থাপন কৰিছে, যি হৈছে এক ব্ৰেণ্ড আৰু যিয়ে আমাৰ দেশক এক বিশ্বজনীন প্ৰতিচ্ছবি প্ৰদান কৰিছে । অতি ডাঙৰ হৃদয়ৰ এজন ব্যক্তিয়ে আজি আমাক এৰি গৈছে, এইটো দেশৰ বাবে এক ডাঙৰ ক্ষতি । ফাড়নভিছে সাংবাদিকৰ আগত কয় ।

উল্লেখ্য যে উদ্যোগপতি ৰতন টাটাৰ নশ্বৰদেহ বৃহস্পতিবাৰে পুৱতি নিশা কোলাবাত থকা তেওঁৰ বাসগৃহলৈ অনা হয় ।  মহীৰূহ গৰাকীক শেষ শ্ৰদ্ধা জনাবৰ সোঁত বৈছে অনুৰাগীৰ ৷ আনহাতে, ৰতন টাটাৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইত বৃহস্পতিবাৰে নিৰ্ধাৰণ কৰা সকলো কাৰ্যসূচী বাতিল কৰে ।

প্ৰয়াত ৰতন টাটাৰ নশ্বৰ দেহ আজি বিয়লি ৪ বজাত মুম্বাইৰ ৱৰ্লিত পাৰ্চী ৰীতি-নীতি অনুসৰি ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব অন্ত্যেষ্টিক্রিয়া৷ শেষ কৃত্যত কেন্দ্ৰীয় চৰকাৰৰ হৈ ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ আনহাতে ৱৰ্লিৰ অন্ত্যেষ্টিক্রিয়াস্থলীলৈ ভিভিআইপি আৰু ভিআইপিৰ অংশগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে কটকটীয়া সুৰক্ষা বেষ্টনী গঢ়ি তুলিছে ৷ মহাৰাষ্ট্ৰৰ স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে অন্ত্যেষ্টিক্রিয়া তদাৰক কৰিছে ৷

মনকৰিবলগীয়া যে,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা হয় এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৷ ৰতন টাটাক মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ আহ্বান কেন্দ্ৰক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breash Candy HospitalFamous industrialist Ratan Tata passes awayFUNERAL WILL BE HELD TODAYMUMBAI
samimsultana

samimsultana

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d