Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Agencies look for pattern in bomb threats to airlines: দুসপ্তাহ ধৰি অঘটন অব্যাহত, পুনৰ শতাধিক বিমানত ভুৱা বোমাতংক

সামাজিক মাধ্যমৰ ভুৱা একাউণ্টৰ উপদ্ৰৱ ৰোধত ব্যৰ্থ চৰকাৰী নিৰাপত্তা সংস্থা, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ১৪টা গোচৰ ৰুজু আৰক্ষীৰ

samimsultana by samimsultana
October 31, 2024
in India, News
Reading Time: 3 mins read
0
Agencies look for pattern in bomb threats to airlines: দুসপ্তাহ ধৰি অঘটন অব্যাহত, পুনৰ শতাধিক বিমানত ভুৱা বোমাতংক
1
SHARES
13
VIEWS
ShareShareShareShare

Agencies look for pattern in bomb threats to airlines:

সমাজিক মাধ্যমৰ একাংশ ভুৱা একাউণ্টৰ পৰা অজ্ঞাত লোকে দেশৰ অসামৰিক বিমান সেৱা খণ্ডক অস্থিৰ কৰি ৰাখিছে। বিমানত বোমা থকাৰ ভিত্তিহীন খবৰ বিয়পাই উৰম্ভ বিমানত ভুৱা বোমাতংকৰ সৃষ্টি কৰা এনে দুষ্টচক্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়াৰ পাছতো একাংশই দুষ্কার্য অব্যাহত ৰাখিছে।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ অধীনৰ ব্যুৰ’ অব চিভিল এভিয়েছন (বিচিএএছ)-এ এক নিৰ্দেশনা জাৰি কৰিছে। এক নির্দেশনাত বিমানত বোমা থকাৰ তথ্যৰ উৎসৰ ধৰণ পৰীক্ষা কৰাৰ পৰামৰ্শ সংশ্লিষ্টসকলক দিয়া – হৈছে। যিহেতু সামাজিক মাধ্যমৰ পৰাই ঘাইকৈ এনে ধৰণৰ খবৰ বিয়পে, গতিকে খবৰ বিয়পোৱা একাউণ্টৰ ধৰণৰ – সূক্ষ্মভাৱে নিৰীক্ষণৰ পৰামৰ্শ দিয়া হৈছে। বিমানত বোমা থকাৰ বাতৰিৰ তথ্য তিনিটা ভাগত ক্রমে নির্দিষ্ট তথ্য, অনির্দিষ্ট তথ্য আৰু ভুৱা তথ্য- এই হিচাপত ভাগ কৰিবলৈ বিচিএএছে পৰামৰ্শ দিছে। বিমান বোমা থকাৰ তথ্য প্ৰচাৰিত একোটা সামাজিক মাধ্যমৰ একাউন্ট ব্যৱহাৰকাৰীৰ নিজৰ নামত আছে নে নাই সেয়া পৰীক্ষাৰ কৰাৰ লগতে ভুৱা একাউন্ট নেকি, তাক লক্ষ্য কৰা হ’ব। সূত্ৰৰ মতে, সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা অহা ভাবুকিক ‘নির্দিষ্ট তথ্য’ৰূপে নিৰাপত্তা সংস্থাই গণ্য কৰিব।

RelatedPosts

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

Delhi:দিল্লীত গ্ৰেপ্তাৰ গুৱাহাটীৰ মহিলা

ইতিমধ্যে বোমাতংকৰ তথ্য পৰীক্ষণৰ উদ্দেশ্যে এখন সমিতিয়েও কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। এই সমিতিত ব্যুৰ’ অৱ চিভিল এভিয়েছনৰ প্ৰতিনিধি, বিমানকোঠসমূহৰ সুৰক্ষাত নিয়োজিত চিআইএছএফ আৰু স্থানীয় আৰক্ষীৰ প্রতিনিধিক ৰখা হৈছে। আনহাতে, অজ্ঞাত লোকে সামাজিক মাধ্যম যোগে বিয়পোৱা ভিত্তিহীন খবৰক কেন্দ্ৰ কৰি কালিও দেশৰ শতাধিক বিমানত ভুৱা বোমাতংকৰ সৃষ্টি হয়। এই বিমানসমূহৰ মাজত দেশৰ ভিতৰত চলা আৰু বিদেশলৈ যোৱা বিমানো আছে। উল্লেখ্য যে যোৱা ১৬ দিনত দেশৰ বাহিৰে-ভিতৰে চলাচল কৰা ৫১০খনৰো অধিক বিমানত ভিত্তিহীন বাৰ্তাক কেন্দ্ৰ কৰি ভুৱা বোমাতংকৰ সৃষ্টি হয়।

এনে ভিত্তিহীন বার্তা ঘাইকৈ একাংশ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা বিয়পি পৰে। প্ৰাপ্ত তথ্য অনুসৰি, কালি এয়াৰ ইণ্ডিয়া বিমান সংস্থাৰ ৩৬খনত, ইণ্ডিগ’ৰ ৩৫খনত আৰু বিস্তাৰাৰ ৩২খন – বিমানত বোমাতংকৰ সৃষ্টি হয়। ফলত এই বিমানসমূহৰ যাত্ৰাত ব্যাঘাত জন্মে। আনহাতে, এনে ঘটনা সংক্রান্তত মুম্বাই আৰক্ষীয়ে এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই ব্যক্তিজনৰ পৰা ‘এক্স’ৰ একাউণ্টত তিনিটা বিমান  সংস্থাই সংস্থাকেইটাৰ বিমানত বোমা থকা বুলি ভুৱা বার্তা পায়। সোমবাৰে অজ্ঞাত ব্যক্তিজনে ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া আৰু  বিস্তাৰালৈ সংস্থাকেইটাৰ বিমানত বোমা থকা বুলি ভুৱা বাৰ্তা প্ৰেৰণ কৰে।

সেইমৰ্মে সংস্থাকেইটাৰ সংশ্লিষ্ট বিমানত বোমাৰ সন্ধান কৰিছে যদিও বোমাৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল। তেতিয়া সংস্থাকেইটা মুম্বাই আৰক্ষীৰ দ্বাৰস্থ হয়। ইপিনে, সূত্ৰৰ মতে বিমানত ভুৱা বোমাতংক সৃষ্টি সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে চলিত মাহত ১৪টাকৈ গোচৰ ৰুজু কৰিছে। ইপিনে, সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রণালয়ে সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহক ভুৱা বার্তা প্ৰতিৰোধৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈ নিৰ্দেশ জাৰি কৰিছে।

তদুপৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে ভুৱা বোমাতংকৰ দৰে ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে নতুন আইন প্রণয়নৰ কথাও বিবেচনা কৰিছে বুলি সূত্রই সদৰী কৰিছে। এই সম্পৰ্কত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে বিমানত ভুৱা বোমাতংকৰ সৃষ্টি কৰা ব্যক্তিক বিমানত ভ্রমণ কৰিব নোৱৰাৰ ব্যৱস্থা গ্ৰহণৰ বিষয়ে চৰকাৰে চিন্তা-চৰ্চা কৰি আছে।

আনহাতে, বিমানত ভুৱা বোমাতংকৰ সৃষ্টিৰ অভিযোগত দিল্লী আৰক্ষীয়ে এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ উত্তম নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যুৱকজনে দুটা বিমান সংস্থালৈ বিমানত বোমা থকা বুলি দুটা ভুৱা ভাবুকি বার্তা প্ৰেৰণ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agencies look for patternbomb threats to airlinesDelhi PoliceOne Youth Arrested
samimsultana

samimsultana

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d