Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

উৎসৱৰ দিনকেইটাত নিয়োগ থাকিব ২৭ হেজাৰ অতিৰিক্ত অৰ্ধসামৰিক বাহিনী

publisher by publisher
October 14, 2026
in India, News
Reading Time: 1 min read
0
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

DelhiProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কেতিয়াবা যদি যন্তৰ-মন্তৰত উপস্থিত হয়। কেতিয়াবা আকৌ থানাৰ সন্মুখত ধৰ্ণা দিয়ে। আকৌ কেতিয়াবা নিৰ্বাচন আয়োগ অভিযানৰ নামত আকাশবাণী ভৱনৰ সন্মুখত গৈ পোনে পোনে বহি পৰে।

ADVERTISEMENT

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধী শিবিৰে চলোৱা প্ৰতিবাদত (Delhi Protest) প্ৰতিদিনে নতুনত্ব অনাৰ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে। মাজে মাজে এই প্ৰতিবাদত থাকিছে ছাৰপ্ৰাইজ। ফলত অপ্ৰস্তুত অৱস্থাত পৰিবলগীয়া হৈছে দিল্লী আৰক্ষী।

সেয়েহে দিল্লীৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ শিথিলতা ৰাখিব বিচৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। বিৰোধীয়ে যিকোনো সময়তে হঠাতে প্ৰতিবাদ আৰম্ভ কৰিলে যাতে নিৰাপত্তাৰক্ষীসকলে পৰিস্থিতি নিয়ন্ত্ৰণত অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে।

উচ্চতম ন্যায়ালয় অভিযানৰ তথাকথিত ‘সফলতা’ৰ পাছত এইবাৰ ইণ্ডি মিত্ৰজোঁটে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কেনে ধৰণে প্ৰতিবাদ আগবঢ়াব? ৰাহুল গান্ধীয়ে কৈছে, সম্প্ৰতি তেওঁ এই বিষয়ত ৰহস্য বজাই ৰাখিব বিচাৰে।

অনাগত দিনত প্ৰতিবাদে কোন দিশে গতি কৰিব, কংগ্ৰেছ বা ইণ্ডি মিত্ৰজোঁটে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া কোনেও নাজানে। এনে পৰিস্থিতিত দিল্লীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

ৰাজধানীৰ নিৰাপত্তা শিথিল কৰা নাই দিল্লী আৰক্ষীয়ে। আৰক্ষীৰ তৰফৰ পৰা উৎসৱৰ দিনকেইটাত অতিৰিক্ত ২৭ হেজাৰ অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰি ৰখাৰ বাবে আবেদন জনোৱা হৈছিল। তথ্য অনুসৰি,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই আবেদনত অনুমোদন জনাই।

যোৱা ১০ অক্টোবৰত ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদৰ দিনা দিল্লীক কাৰ্যতঃ দুৰ্গত পৰিণত কৰা হৈছিল। সেইদিনা মুঠতে ৫০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল। ইয়াৰ ভিতৰত ২৭ হেজাৰ আছিল বিভিন্ন অৰ্ধসামৰিক বাহিনীৰ জোৱান। বাকীসকল আছিল দিল্লী আৰক্ষীৰ কৰ্মী।

এই ৫০ হেজাৰ নিৰাপত্তাৰক্ষী অহা ২০ অক্টোবৰলৈকে নিয়োগ হৈ থাকিব। অৰ্থাৎ উৎসৱৰ দিনকেইটাত কোনো ধৰণৰ প্ৰতিবাদ হ’লেও যাতে জনজীৱন ব্যাহত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

অৱশ্যে, সূত্ৰৰ দাবী অনুসৰি, নৱৰাত্ৰি চলি থকা সময়ছোৱাত দিল্লীত আৰু বৃহৎ সমাৱেশ নকৰিব পাৰে ইণ্ডি মিত্ৰজোঁটে। অৱশ্যে, সংবাদমেলত ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে এই যুঁজ অব্যাহত থাকিব। অনাগত দিনত প্ৰতিবাদৰ ধৰণতো নতুনত্ব আহিব বুলি তেওঁ ইংগিত দিছে। সম্প্ৰতি সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা বজাই ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d