Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চাৰি মন্ত্ৰীৰ শপতগ্ৰহণ, ১৮ জনীয়া হ’ল ৰাজ্যৰ মন্ত্ৰীসভা

শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চাৰি গৰাকী নৱনিযুক্ত মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে । শপতগ্ৰহণ অনুষ্ঠানত মামা জিন্দাবাদ ধ্বনিৰে উত্তাল সমৰ্থকসকল ।

publisher by publisher
December 7, 2024
in Assam, News, Politics
Reading Time: 2 mins read
0
শপতগ্ৰহণ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

ৰাজ্য়ৰ মন্ত্ৰীসভাত নতুনকৈ চাৰিগৰাকী মন্ত্ৰীৰ সংযোজন । শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰিগৰাকী নৱনিযুক্ত মন্ত্ৰী বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই শপতগ্ৰহণ কৰে ।

ADVERTISEMENT

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক মন্ত্রী আৰু বিধায়কৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিগৰাকী বিধায়কক  শপত বাক্য পাঠ কৰায় । এই শপতগ্ৰহণ অনুষ্ঠানত চাৰিওগৰাকী বিধায়কে তিনিটা ভাষাত শপত বাক্য পাঠ কৰে । প্ৰশান্ত ফুকনে অসমীয়াত শপত বাক্য পাঠ কৰে । কৌশিক ৰায়ে হিন্দীত শপত বাক্য পাঠ কৰে । কৃষ্ণেন্দু পালে বাংলাত শপত বাক্য পাঠ কৰে । লগতে ৰূপেশ গোৱালাই অসমীয়াত শপত বাক্য পাঠ কৰে ।

শপত বাক্য় পাঠ কৰাৰ পিছতে সমৰ্থকসকলে, জয় শ্ৰী ৰাম, ভাৰত মাতা কী জয় আৰু মামা জিন্দাবাদ ধ্বনিৰে পেক্ষাগৃহ উত্তাল কৰি তোলে । বুহস্পতিবাৰে মন্ত্রী সঞ্জয় কিষাণে মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ পিচতে মুখ্যমন্ত্রীয়ে চাৰিগৰাকী নতুন মন্ত্রীৰ নাম টুইটযোগে ঘোষণা কৰিছিল । এই চাৰিগৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ পিছতেই এতিয়া অসম মন্ত্ৰীসভাৰ মুঠ সদস্য হয় ১৮ জন ।

শপত বাক্য পাঠ কৰিয়েই সংবাদমাধ্যমৰ আগত নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, “বাছখনত উঠিছোহে, এতিয়া কোনখন আসনত বহিব লাগিব সেয়া মুখ্যমন্ত্ৰীয়ে কব । মুখ্যমন্ত্ৰীয়ে যি আসনত বহিবলৈ দিয়ে, মই সেই আসনতেই বহিম ।”

নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাই কয়, “মুখ্যমন্ত্ৰীৰ সপোন পূৰ কৰিবলৈ এগৰাকী সৈনিক হিচাপে মই মোৰপৰা ১০০ শতাংশই দিবলৈ চেষ্টা কৰিম । মই আন্তৰিকতাৰে মোৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিম । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ উত্তৰণৰ বাবে ইতিমধ্যে বহুতো কাম কৰিছে । অৱশ্যে এতিয়াও বহুতো কাম আছে । অনাগত দিনত মুখ্যমন্ত্ৰীৰ নেত্ত্বত বহুতো কাম হাতত লোৱা হ’ব ।”

কৌশিক ৰায়ে কয় , “মন্ত্রী হিচাপে যি দায়িত্ব দিয়ে তাক ভালদৰে পালন কৰি যাম । বিজেপি চৰকাৰৰ দিনত বৰাকৰ যথেষ্টখিনি উন্নতি হৈছে । দুগৰাকীকে মন্ত্রী দি মুখ্যমন্ত্রীয়ে বৰাকক উপহাৰ দিছে ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam CabinetAssam Cabinet ExpansionAssam GovtCM Dr. Himanta Biswa SarmaGovt4GrowthRupesh Gowala
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d